DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, February 1, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

ক’ৰ’ণাই কাঢ়ি নিলে নেকি শিশুৰ অধিকাৰ! ভেকচিনৰ পৰা বঞ্চিত বিশ্বৰ শিশু

এন ই নাও নিউজ by এন ই নাও নিউজ
July 16, 2020 5:42 pm
vaccination-600x375
51.3k
VIEWS
Share on FacebookShare on Twitter

ক’ৰ’ণা ভাইৰাছে বহু অধিকাৰেই মানুহৰ পৰা কাঢ়ি নিছে। মুকলি মনেৰে ঘূৰি ফুৰাৰ অধিকাৰ,ৰেষ্টুৰেন্টত একেলগে বহি খোৱাৰ অধিকাৰ,চিনেমা চোৱাৰ অধিকাৰ আৰু যে কত’ কি অধিকাৰ…

ডাঙৰ সকলৰ অধিকাৰ কাঢ়ি নিয়াৰ দৰেই ক’ৰ’ণাতংকই কাঢ়ি নিছে শিশু সকলৰো এক বিশেষ অধিকাৰ।

সেয়া হৈছে শিশুৰ ভেকচিনৰ অধিকাৰ। শিশু সকলক বিভিন্ন মাৰক ৰোগৰ পৰা ৰক্ষা কৰাৰ বাবে প্ৰদান কৰা ভেকচিন প্ৰদান প্ৰক্ৰিয়াত বাৰুকৈয়ে বাধাৰ সৃষ্টি কৰিছে ক’ৰ’ণা ভাইৰাছৰ সংক্ৰমণে।

শেহতীয়াকৈ ৰাষ্ট্ৰসংঘই প্ৰকাশ কৰা তথ্য অনুসৰি ক’ৰ’ণা ভাইৰাছৰ সংক্ৰমণৰ পিছতে বিশ্বত শিশুক ভেকচিন প্ৰদান কৰা কাৰ্য উদ্বেগজনক ভাৱে হ্ৰাস পাইছে।

ক’ৰ’ণাতংকৰ প্ৰথম চাৰিটা মাহত বিশ্বৰ প্ৰায় ৮০ খন দেশৰ গৰিষ্ঠ সংখ্যক শিশুৱেই লাভ কৰা নাই মাৰক ৰোগ ডিপথেৰিয়া, টিটেনাছ, হুপিং কাঁহ আদিৰ ভেকচিন।

এই সময়ছোৱাত ইউনিচেফে বন্ধ কৰিবলগীয়া হৈছে ৩০টাকৈ মিজলছ অভিযান।

২০১৮ চনত মিজলছে বিশ্বত সংহাৰৰ সৃষ্টি কৰিছিল।

সেই সময়ত বিশ্বত মিজলছে প্ৰাণ কাঢ়ি নিছিল প্ৰায় ১০ নিযুত লোকৰ।

মৃত্যু ঘটা সকলৰ ভিতৰত অধিকাংশই আছিল শিশু।

ক’ৰ’ণাতংকৰ বাবে প্ৰায় ভাগ দেশতে মানুহ বাহিৰলৈ ওলাব পৰা নাই।

সেইবাবেই বাধাপ্ৰাপ্ত হৈছে শিশুৰ ভেকচিন প্ৰক্ৰিয়া।ফলত অধিকাৰৰ পৰা বঞ্চিত হৈছে বিশ্বৰ কোটি কোটি শিশু।

Recent News

Siddique Kappan

ন্যায়ালয়ৰ আদেশকো অমান্য! জামিন লাভৰ এমাহ পাছতো কাৰাৰুদ্ধ ছিদ্দিক কাপ্পান

Cancer

কেন্সাৰৰ বিষয়ে জানো আহক

Shanti Bhushan Died

প্ৰাক্তন কেন্দ্ৰীয় আইন মন্ত্ৰী, বিশিষ্ট আইনবিদ শান্তি ভূষণৰ মৃত্যু

pmo on pm cares fund

পিএম কেয়াৰ্ছ ফাণ্ডৰ গৰাকী কোন! উত্তৰ দিছে প্ৰধানমন্ত্ৰী কাৰ্যালয়ে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd