• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Friday, January 15, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

তামিলনাডুত কৰোনাত প্ৰথমগৰাকী লোকৰ মৃত্যু; দেশত মৃত্যুৰ সংখ্যা ১১জনলৈ বৃদ্ধি

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , March 25, 2020 8:38 am

1 min read

81877

প্ৰতিনিধিত্বমূলক ফটো

4.7k
VIEWS
Share on FacebookShare on Twitter

কৰোনা ভাইৰাছত আক্ৰান্ত হৈ দেশত আৰু এজন লোকে মৃত্যুক সাৱটি ল’লে। তামিলনাডুত কৰোনাত মৃত্যু হোৱা প্ৰথমটো ঘটনা সংঘটিত হৈছে।

উল্লেখযোগ্য যে কৰোনাত মৃত্যু হোৱা তামিলনাডুৰ এই লোকজন বিদেশলৈ যোৱা নাছিল।

যোৱা ২৩ মাৰ্চত লোকজন কৰোনাৰ দ্বাৰা সংক্ৰমিত হোৱা পোৱা গৈছিল। ইয়াৰ পাছত ৰাজাজী হাস্পাতলত তেওঁৰ চিকিৎসা চলি আছিল।

এইটো মৃত্যুৰ লগে লগে দেশত কৰোনাত মৃত্যু হোৱা লোকৰ সংখ্যা ১১জনলৈ বৃদ্ধি পালে।

স্বাস্থ্য বিভাগৰ সূত্ৰি জানিবলৈ দিয়া মতে মাদুৰাই বাসিন্দা ৫৪ বছৰীয়া এজন লোকৰ বুধবাৰে মৃত্যু ঘটিছে।

যোৱা দুদিন ধৰি তেওঁক ৰাজাজী হাস্পাতলত চিকিৎসা কৰি থকা হৈছিল যদিও তেওঁ সুস্থ হৈ নুঠিল।

লোকজন ডায়েবেটিছৰ লগতে উচ্চ ৰক্তচাপৰ ৰোগী আছিল। ক্ৰমাৎ অত্যাধইক অসুস্থ হৈ পৰা লোকজনৰ আজি ৰাতিপুৱা মৃত্যু হয়।

তামিলনাডুত এতিয়ালৈকে ১৮টা কৰোনা আক্ৰান্তৰ ঘটনা পোহৰলৈ আহিছে। ইয়াৰে এজনৰ মৃত্যু হোৱাৰ বিপৰীতে এজন আক্ৰান্ত লোক সুস্থ হৈ উঠিছে।

ইপিনে, দেশত কৰোনাত আক্ৰান্তৰ সংখ্যা ৫৬০জন হৈছেগৈ। ইয়াৰে ১১জনৰ মৃত্যু হোৱাৰ বিপৰীতে ৪৬জন লোক সুস্থ হৈ উঠিছে।

Recent News

FB_IMG_1610717723928

ভোগালীৰ ভোগ-আনন্দৰে জীপাল নগাঁৱৰ নেহৰুবালি

Screenshot_2021-01-15-11-22-42_1

কলিয়াবৰৰ বিহডুবিত নতুনকৈ আৰম্ভ হ’ব অসম সমবায় মৰাপাট কলৰ দ্বিতীয়টো ইউনিট

3cc7ae1a4adc52c5d680f64cc290d44091aa9c846eb8c05567d7b88e61b981b1

কৃষকেৰে চৰকাৰৰ নৱম লানি আলোচনাও ব্যৰ্থ, নোলাল সমাধান সূত্ৰ, পৰৱৰ্তী আলোচনা ১৯ জানুৱাৰীত

download

মাণিকপুৰৰ ডাঙাইগাওঁত নিশা নিচাজাতীয় দ্ৰব্য সেৱন কৰোৱাই চুৰি কাণ্ড

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd