• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Wednesday, January 27, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

কোকৰাঝাৰত চিকিৎসালয়তে সন্তানৰ মাতৃ হ’ল দুগৰাকী কোভিড-১৯ প’জিটিভ মহিলা; চিকিৎসা কৰ্মীক কৃতজ্ঞতা

NE NOW NEWS এন ই নাও নিউজ
কোকৰাঝাৰ , July 25, 2020 7:32 am

1 min read

কোকৰাঝাৰত চিকিৎসালয়তে সন্তানৰ মাতৃ হ’ল দুগৰাকী কোভিড-১৯ প’জিটিভ মহিলা; চিকিৎসা কৰ্মীক কৃতজ্ঞতা

চিকিৎসাকৰ্মীৰ সৈতে নৱজাতক শিশুদুটি

377
VIEWS
Share on FacebookShare on Twitter

কোকৰাঝাৰৰ ৰূপানাথ ব্ৰহ্ম অসামৰিক চিকিৎসালয়ত দুগৰাকী কোভিড-১৯ প’জিটিভ মহিলাই শুকুৰবাৰে সন্তান প্ৰসৱ কৰে।

চিকিৎসালয়খনত কৰ্মৰত চিকিৎসক আৰু নাৰ্চ সকলে গৰ্ভৱতী কোভিড-১৯ প’জিটিভ মহিলা দুগৰাকীক সফলভাৱে সন্তান প্ৰসৱ কৰাৰ ক্ষেত্ৰত সহযোগিতা আগবঢ়ায়।

চিকিৎসকে জনোৱা মতে, নৱজাতক দুয়োটা শিশুৱে বৰ্তমান অৱস্থাত সুস্থ হৈ আছে।

সন্তান প্ৰসৱ কৰা কোভিড-১৯ প’জিটিভ মহিলা দুগৰাকী হৈছে ক্ৰমে ৰুণজুন মহন্ত(৩২) আৰু কংকনা বৰ্মন(২২)।

ৰুণজুনে এটি কন্যা সন্তান জন্ম দিয়াৰ বিপৰীতে কংকনা এটা পুত্ৰ সন্তানৰ মাতৃ হয়।

আনহাতে, নৱজাতক দুয়োটা শিশু বৰ্তমান ক’ৰ’না নিগেটিভ বুলি চিকিৎসালয়খনত কৰ্তব্যৰত চিকিৎসক সকলে জানিবলৈ দিছে।

কোভিড-১৯ প’জিটিভ মহিলা দুগৰাকীয়ে চিকিৎসাধীন অৱস্থাতে সন্তান জন্ম দিবলৈ সমৰ্থ হোৱা বাবে সকলোৱে চিকিৎসক আৰু নাৰ্চ সকলক উচ্চ প্ৰশংসা কৰিছে।

Recent News

Sivasagar

শিৱসাগৰত মন্ত্ৰী হিমন্ত বিশ্বৰ নিৰ্বাচনী টোপ! : বিবেকানন্দ যুৱ সৱলীকৰণ যোজনাৰ স্বয়ম আঁচনিৰ অনুমোদন পত্ৰ বিতৰণ

a mori

এইবাৰ অসমৰ ল’ৰাই পাব বুলেট! শিৱসাগৰত এই মন্তব্য কৰিলে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসে ক’লে, ‘Who is সত্যৰঞ্জন? বিজেপিত কোনো সত্যৰঞ্জন নাই!’

ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসে ক’লে, ‘Who is সত্যৰঞ্জন? বিজেপিত কোনো সত্যৰঞ্জন নাই!’

a job

অসমৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগত ওলাইছে চাকৰি, কোনে ,কেতিয়ালৈ কৰিব পাৰিব আবেদন? পঢ়ক সৱিশেষ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd