DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, January 27, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ৰাজভৱনত কোভিড-১৯ত আক্ৰান্তৰ সংখ্যা ৭০ জনলৈ বৃদ্ধি

এন ই নাও নিউজ by এন ই নাও নিউজ
July 20, 2020 7:20 am
Raj-Bhawan-750x375
3.5k
VIEWS
Share on FacebookShare on Twitter

ক’ৰ’ণা ভাইৰাছে আতংকৰ সৃষ্টি কৰিছে গুৱাহাটীৰ উজানবজাৰস্থিত ৰাজভৱনত। ৰাজভৱনত ইজনৰ পিছত সিজনকৈ লোক ক’ৰ’ণা ভাইৰাছত আক্ৰান্ত হোৱাত সমগ্ৰ চৌহদটোত ত্ৰাসৰ সৃষ্টি হৈছে।

এতিয়ালৈকে ৰাজভৱনত ক’ৰ’ণাত আক্ৰান্ত লোকৰ সংখ্যা ৭০ জনলৈ বৃদ্ধি পাইছে।

শেহতীয়াকৈ ২৪ জন লোক ক’ৰ’ণাত আক্ৰান্ত হৈছে।

প্ৰথম অৱস্থাত ৰাজভৱনত ২ জন নিৰাপত্তা বাহিনীৰ জোৱান ক’ৰ’ণাত আক্ৰান্ত হোৱাৰ পিছতে ৰাজ্য্যপাল জগদীশ মুখীকে ধৰি ২০০ জন লোকৰ ক’ৰ’ণাৰ পৰীক্ষা কৰোৱা হৈছিল।

পৰৱৰ্তী সময়ত ৰাজভৱনৰ জেনেৰেটৰ অপাৰেটৰ আৰু কম্পিউটাৰ অপাৰেটৰ এজন ক’ৰ’ণাত আক্ৰান্ত হয়।

ইয়াৰ পিছতে ৪ জুলাইত ৰাজভৱন চৌহদ কন্টেইনমেন্ট জ’ন হিচাবে ঘোষণা কৰা হয়।

৬ জুলাইত ৰাজভৱন চৌহদত ক’ৰ’ণাত আক্ৰান্ত লোকৰ সংখ্যা ২৯ জনলৈ বৃদ্ধি পায়।

ৰাজভৱনৰ ধুবী, চিকিৎসক আদিও ক’ৰ’ণাত আক্ৰান্ত হৈছে। ৰাজ্যপালৰ সচিব এছ এছ মিনাক্ষী সুন্দৰমো ক’ৰ’ণা ভাইৰাছত আক্ৰান্ত হৈছে।

ৰাজভৱন চৌহদত ৫৪ টা পৰিয়ালে বাস কৰাৰ লগতে নিৰাপত্তা বাহিনী আৰু বিশেষ শাখাৰ লোকে বাস কৰি আছে।

চৌহদটোত ক্ৰমাৎ ক’ৰ’ণাত আক্ৰান্ত লোকৰ সংখ্যা বৃদ্ধি পোৱাত সকলো এতিয়া ত্ৰাসিত হৈ পৰিছে।

Recent News

Accident

মুকালমুৱাত শোকাৱহ ঘটনা: বিদ্যুৎস্পৃষ্ট হৈ এগৰাকীৰ মৃত্যু

কুকুৰৰ মুখত উদ্ধাৰ নৱজাতকৰ মৃতদেহ

কুকুৰৰ মুখত উদ্ধাৰ নৱজাতকৰ মৃতদেহ

ইজিপ্তত ৪,০০০ বছৰৰ পিছত উদ্ধাৰ হৈছে সোণেৰে মেৰিয়াই থোৱা এটা মমি

ইজিপ্তত ৪,০০০ বছৰৰ পিছত উদ্ধাৰ হৈছে সোণেৰে মেৰিয়াই থোৱা এটা মমি

ইতিহাস ৰচিলে ইউটিউবাৰ গৌৰৱ তানেজাই; আমেৰিকাৰ আকাশত নিৰ্মাণ ভাৰতৰ সৰ্ববৃহৎ মানচিত্ৰ

ইতিহাস ৰচিলে ইউটিউবাৰ গৌৰৱ তানেজাই; আমেৰিকাৰ আকাশত নিৰ্মাণ ভাৰতৰ সৰ্ববৃহৎ মানচিত্ৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd