• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, October 18, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অসমত দিনটোত ৩৯লৈ বৃদ্ধি ক’ভিড-১৯ পজিটিভ, মুঠ আক্ৰান্ত ১৫৪ গৰাকী

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
May 19, 2020 8:06 pm
8329 persons cured of COVID-19 in Assam
4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাজ্যত আজিৰ দিনটোতে এতিয়ালৈকে ৩৯ গৰাকীকৈ লোকক ক’ভিড-১৯ পজিটিভ পোৱা গৈছে।

এইবাৰ ১৩ গৰাকীকৈ লোকৰ দেহত ধৰা পৰিছে এই মাৰাত্মক ভাইৰাছৰ উপস্থিতি।

Apply Now

পজিটিভ আটাইকেইগৰাকী সৰুসজাই কুৱাৰেন্টাইন চেণ্টাৰৰ।

কিছু সময় পূৰ্বে ৰাজ্যত ৬ গৰাকী লোকৰ দেহত ধৰা পৰিছিল এই মাৰাত্মক ভাইৰাছ।

Alert – 13 new #COVID + cases detected from Sarusajai Quarantine Centre. Now the total patient count goes to 154.

In view of the rising number I earnestly request you to #StayAtHome and follow #SocialDistancing & hygiene norms.

Update 7:45 pm / May 19 pic.twitter.com/JwTrbRIuN9

— Himanta Biswa Sarma (@himantabiswa) May 19, 2020

গুৱাহাটীত ধৰা পৰা তিনিগৰাকীৰ দুগৰাকী কালি মৃত্যুক আকোৱালি লোৱা কেন্সাৰ ৰোগী গোপীন্দ্ৰ মালাকাৰৰ পত্নী আৰু জীয়ৰী।

ইয়াৰ ঠিক কিছু সময় পূৰ্বে ১৪ গৰাকী লোকৰ দেহত ধৰা পৰিছিল কোভিড-১৯ পজিটিভ।

আক্ৰান্তসকলৰ ৭ গৰাকী কামৰূপ মহানগৰ, ২ গৰাকী হোজাইৰ, দুগৰাকী বিশ্বনাথৰ, এগৰাকী নগাঁও জিলাৰ আৰু দুগৰাকী নলবাৰীৰ।

ৰাজ্যত ১৫৪ গৰাকীলৈ বৃদ্ধি পালে আক্ৰান্তৰ সংখ্যা।

টুইটাৰ যোগে এই কথা জনাইছে স্বাস্থ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই।

বৰ্তমান ১০৭ গৰাকী লোক এই কৰনা ভাইৰাছত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে তাৰ বিপৰীতে ৪১ জনক চিকিৎসালয়ৰ পৰা মুক্তি দিয়া হৈছে ৷

এতিয়ালৈ চাৰিগৰাকী মৃত্যু মুখত পৰিছে ৷।

উল্লেখযোগ্য যে, আজিৰ পুৱাৰ ভাগত ২ গৰাকী যোৰহাট, ২ গৰাকী গোলাঘাট, এগৰাকী কোকৰাঝাৰ আৰু এগৰাকী নগাওঁ জিলাৰ লোকৰ দেহত এই মাৰাত্মক ভাইৰাছৰ অৱস্থিতি পোৱা গৈছিল।

যোৰহাটৰ এগৰাকী চেন্নাইৰ পৰা উভতি আহিছিল আৰু বাকী কেইগৰাকী দাৰ্জিলিঙৰ পৰা আহিছিল।

ইপিনে, কালিও গুৱাহাটীত ৭ গৰাকীৰ দেহত মাৰাত্মক ক’ৰ’ণা ভাইৰাছৰ উপস্থিতি আৰু এজনৰ মৃত্যু হৈছিল।

Tags: COVID-19
কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

October 18, 2026 10:40 am
মুখ চেপি ধৰি গাৰ ওপৰত উঠিলেই ধৰ্ষণৰ চেষ্টা প্ৰমাণ নহয় : পাটনা উচ্চ ন্যায়ালয়

মুখ চেপি ধৰি গাৰ ওপৰত উঠিলেই ধৰ্ষণৰ চেষ্টা প্ৰমাণ নহয় : পাটনা উচ্চ ন্যায়ালয়

October 18, 2026 9:55 am
দিল্লীত প্ৰতিবাদৰ মাজতে অভিজিৎ দীপকেৰ চৰ্তসাপেক্ষে মুক্তি, তিহাৰ কাৰাগাৰত সৌৰভ-আশুতোষ

দিল্লীত প্ৰতিবাদৰ মাজতে অভিজিৎ দীপকেৰ চৰ্তসাপেক্ষে মুক্তি, তিহাৰ কাৰাগাৰত সৌৰভ-আশুতোষ

October 18, 2026 9:00 am
কলকাতাৰ দুৰ্গাপূজা মণ্ডপত পদপিষ্টৰ ঘটনা, ১৯জনৰ মৃত্যু, ৩৫জন আহত

কলকাতাৰ দুৰ্গাপূজা মণ্ডপত পদপিষ্টৰ ঘটনা, ১৯জনৰ মৃত্যু, ৩৫জন আহত

October 18, 2026 7:59 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

October 18, 2026 10:40 am
মুখ চেপি ধৰি গাৰ ওপৰত উঠিলেই ধৰ্ষণৰ চেষ্টা প্ৰমাণ নহয় : পাটনা উচ্চ ন্যায়ালয়

মুখ চেপি ধৰি গাৰ ওপৰত উঠিলেই ধৰ্ষণৰ চেষ্টা প্ৰমাণ নহয় : পাটনা উচ্চ ন্যায়ালয়

October 18, 2026 9:55 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd