DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, January 28, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

সাৱধান! মুহূৰ্তত ৰাজ্যত বাঢ়িছে ক’ৰ’ণা ৰোগীৰ সংখ্যা; ২১০০ অতিক্ৰম

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
June 4, 2020 11:45 pm
COVID-19 positive cases reach 2115 in Assam

প্ৰতিনিধিত্বমূলক আলোকচিত্ৰ

1.4k
VIEWS
Share on FacebookShare on Twitter

ৰাজ্যত প্ৰতি মুহূৰ্তত বাঢ়ি আছে ক’ৰ’ণা আক্ৰান্ত ৰোগীৰ সংখ্যা। এই মুহূৰ্তত ৪২ গৰাকী ৰোগীৰ দেহত ধৰা পৰিছে  মাৰাত্মক ভাইৰাছৰ উপস্থিতি।

ইয়াৰে ৩৮ গৰাকী ধুবুৰী আৰু চাৰিগৰাকী দৰঙৰ।

বৰ্তমান ১৬৪৯ গৰাকী লোক এই ক’ৰ’না ভাইৰাছত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে তাৰ বিপৰীতে ৪৫৯ জনক চিকিৎসালয়ৰ পৰা মুক্তি দিয়া হৈছে ৷

অসমত মুঠ ক’ভিড আক্ৰান্ত হৈছে ২১১৫ (।) আজিৰ দিনটোতে ২৮৫গৰাকী নতুন আক্ৰান্ত চিনাক্ত হৈছে।

এতিয়ালৈ চাৰিগৰাকী মৃত্যু মুখত পৰিছে ৷

টুইটাৰযোগে এই কথা উল্লেখ কৰিছে স্বাস্থ্য মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই।

?Alert ~ 42 new cases of #COVID19+

38 Dhubri, 4 Darrang

↗️Total cases 2115
↗️Recovered 459
↗️Active cases 1649
↗️Deaths 04

Update 11:15 PM /June 4/Day’s total 285#AssamCovidCount pic.twitter.com/LSn0OpxHbQ

— Himanta Biswa Sarma (@himantabiswa) June 4, 2020

হিমন্ত বিশ্বৰ এই টুইটৰ প্ৰায় ৩০ মিনিট আগত ৮৫ গৰাকী লোকৰ দেহত ধৰা পৰা বুলি টুইট কৰিছিল ।

আক্ৰান্তসকলৰ ২১ গৰাকী বৰপেটা, তিনিচুকীয়াৰ ২১ গৰাকী, ১৪ গৰাকী ডিমা হাছাও, ৮ গৰাকী ওদালগুৰি, কামৰূপ(মেট্ৰ)ৰ ৫ গৰাকী, ৪ গৰাকী লখিমপুৰ, কামৰূপ গ্রাম্যৰ ৩ গৰাকী, বাক্সাৰ এগৰাকী।

তাৰ ঠিক কিছু সময় পূৰ্বে ১১১ গৰাকী লোকৰ দেহত ধৰা পৰিছিল মাৰাত্মক ভাইৰাছৰ উপস্থিতি।

আক্ৰান্ত সকলৰ ৪৬ গৰাকী হোজাই, ওডালগুৰিৰ ২৮ গৰাকী, কামৰূপ ১০ গৰাকী, ৫ গৰাকী মৰিগাঁও, তিনিগৰাকী নলবাৰী, তিনিগৰাকী গোৱালপাৰা, গোলাঘাটৰ দুগৰাকী, যোৰহাটৰ ২ গৰাকী আৰু ধুবুৰীৰ এগৰাকী।

দিনৰ ভাগত ৪৭ গৰাকী লোকৰ দেহত ধৰা পৰিছিল এই মাৰাত্মক ক’ৰ’ণা ভাইৰাছৰ উপস্থিতি।

আক্ৰান্তসকলৰ ৩৩ গৰাকী, ছয়গৰাকী ধেমাজি, চাৰিগৰাকী বঙাইগাঁও, তিনিগৰাকী বৰপেটা আৰু বাক্সাৰ এগৰাকী আছিল।

আজিৰ দিনটোত  ২৪৩ গৰাকী লোক আক্ৰান্ত হৈছে ক’ৰ’ণাত।

কালিৰ দিনটোত সৰ্বাধিক ২৬৯ গৰাকী লোক আক্ৰান্ত হৈছিল।

যোৱা ১ জুনৰ দিনটোত ১৪৬ গৰাকী লোক ক’ৰ’ণাত আক্ৰান্ত হৈছিল।

যোৱা ৩০ মে দিনা ১৫৯ গৰাকী বৰ্তমানলৈকে আক্ৰান্ত হৈছিল।

২৯ মে’ত ১৭৭ গৰাকী আক্ৰান্ত হৈছিল ক’ৰ’ণা ভাইৰাছত।

২৮ মে দিনটোত ৰাজ্যত ৯৭ গৰাকী লোক আক্ৰান্ত হৈছিল ক’ৰ’ণা ভাইৰাছত।

যোৱা ২৭ মেত ১০১ গৰাকী লোক ক’ৰ’ণাত আক্ৰান্ত হৈছিল।

উল্লেখযোগ্য যে, যোৱা ১৩ মে’ ৰ পৰা আজিলৈকে মুঠ ২০৩৪ গৰাকী লোক আক্ৰান্ত হৈছে এই মাৰাত্মক কোভিড-১৯ত।

Tags: COVID-19

Recent News

বায়ুসেনাৰ দুই যুদ্ধ বিমান দুৰ্ঘটনাগ্ৰস্ত : আকাশমাৰ্গতে মুখামুখি সংঘৰ্ষ হোৱাৰ সন্দেহ!

বায়ুসেনাৰ দুই যুদ্ধ বিমান দুৰ্ঘটনাগ্ৰস্ত : আকাশমাৰ্গতে মুখামুখি সংঘৰ্ষ হোৱাৰ সন্দেহ!

কিমান বছৰ বয়সত এগৰাকী কন্যা মাতৃ হ’ব লাগে? ক’লে বহুবল্কী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

কিমান বছৰ বয়সত এগৰাকী কন্যা মাতৃ হ’ব লাগে? ক’লে বহুবল্কী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

BBCৰ গুজৰাট সংঘৰ্ষৰ তথ্যচিত্ৰ : কংগ্ৰেছ নেতাৰ শশী থাৰুৰক আক্ৰমণ কাৰ?

BBCৰ গুজৰাট সংঘৰ্ষৰ তথ্যচিত্ৰ : কংগ্ৰেছ নেতাৰ শশী থাৰুৰক আক্ৰমণ কাৰ?

‘পাগলখানা হ’ল এই দেশ!’, পাঠান চাবলৈ ছবিগৃহত ভিৰ দেখি প্ৰাক্তন ন্যায়াধীশৰ উদ্ভট মন্তব্য

‘পাগলখানা হ’ল এই দেশ!’, পাঠান চাবলৈ ছবিগৃহত ভিৰ দেখি প্ৰাক্তন ন্যায়াধীশৰ উদ্ভট মন্তব্য

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd