DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, January 31, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

অক্টোৱৰ মাহৰ ভিতৰত দেশক ঢৌৱাই যাব কোভিডৰ তৃতীয়টো ঢৌৱে,বিশেষজ্ঞৰ সতৰ্কবাণী

 এন ই নাও নিউজ by এন ই নাও নিউজ
June 18, 2021 7:20 pm
hg
524
VIEWS
Share on FacebookShare on Twitter

অতিমাৰী কোভিডৰ সংহাৰত বিধ্বস্ত হৈ পৰিছে ভাৰত। কোভিডে যে কেৱল দেশৰ স্বাস্ত্য খণ্ডতে প্ৰভাৱ পেলাইছে তেনে নহয়, কোভিডৰ প্ৰভাৱ দেশৰ শিক্ষা, বাণিজ্য আদি সকলো ক্ষেত্ৰতে পৰিছে।

দেশত বৰ্তমান কোভিডৰ দ্বিতীয়টো ঢৌৰ সংহাৰ চলি আছে। কোভিডৰ তৃতীয়টো ঢৌৱে দেশত আন এক সংহাৰৰ সৃষ্টি কৰিব পাৰে বুলি বিভিন্ন মহলে আশংকা ব্যক্ত কৰি আহিছে।

এনে সময়তে বিশেষজ্ঞৰ এটা দলে চলিত বৰ্ষৰঅক্টোৱৰ মাহৰ ভিতৰতে দেশক কোভিডৰ তৃতীয়টো ঢৌৱে জোকাৰি যাব বুলি সাৱধানবাণী শুনাইছে। ৰয়টাৰৰ পল অব মেডিকেল এক্সপাৰ্টৰ সমীক্ষাত এই কথা প্ৰকাশ পাইছে।

স্বাস্থ্য খণ্ডৰ কৰ্মী, চিকিৎসক, ভাইৰ’ল’জিষ্ট,মহামাৰী বিশেষজ্ঞ, অধ্যাপক আদিকে ধৰি মুঠ ৪০ গৰাকী বিভিন্ন ক্ষেত্ৰৰ ব্যক্তিকলৈ চলোৱা সমীক্ষা মতে কোভিডৰ তৃতীয়টো ঢৌৰ বাবে ভাৰত সাজু হ’বৰ হৈছে।

বিশেষজ্ঞসকলে এইবুলি কৈছে যে কোভিডৰ ভেকচিনে ৰোগবিধক কিছু পৰিমাণে বাধা দিবলৈ সক্ষম হৈছে যদিও ভাৰতত কোভিডৰ তৃতীয়টো ঢৌ অহাৰ আশংকা নুই কৰিব নোৱাৰি। অক্টোৱৰ মাহৰ ভিতৰতে ভাৰতত কোভিডৰ তৃতীয়টো ঢৌ আহিব বুলি তেওঁলোকে প্ৰকাশ কৰিছে।

তেওঁলোকে চলোৱা সমীক্ষাত ৮৫ শতাংশ বিভিন্ন ক্ষেত্ৰৰ লোকেই অক্টোৱৰ মাহৰ ভিতৰত কোভিডৰ তৃতীয়টো ঢৌ অহাৰ আশংকা ব্যক্ত কৰিছে।অৱশ্যে কোভিডৰ বাকী দুটা ঢৌতকৈ তৃতীয় ঢৌৱে বেছি সংহাৰৰ সৃষ্টি কৰাৰ আশংকা কম বুলি প্ৰকাশ কৰিছে এইমছৰ সঞ্চালক ডাঃ ৰণদীপ গুলেৰিয়াই।

গুলেৰিয়াৰ মতে অক্টোৱৰ মাহলৈ দেশৰ বহু লোকে ভেকচিন লাভ কৰিবলৈ সক্ষম হ’ব।

তদুপৰি অক্সিজেন আৰু চিকিৎসালয়ৰ বিচনাৰ সংখ্যাও এই সময়ছোৱাৰ ভিতৰত বঢ়াব পৰা যাব।

সেয়ে কোভিডৰ তৃতীয়টো ঢৌ সহজে মোকাবিলা কৰিব পৰা যাব বুলি তেওঁ মন্তব্য কৰে।

Recent News

আশ্ৰমত শিষ্যাক ধৰ্ষণ; আদালতত দোষী সাব্যস্ত স্বঘোষিত গডমেন আছাৰাম বাপু

আশ্ৰমত শিষ্যাক ধৰ্ষণ; আদালতত দোষী সাব্যস্ত স্বঘোষিত গডমেন আছাৰাম বাপু

এইবাৰ মোডী চৰকাৰৰ চকু ব্যক্তিগত টিভি চেনেলৰ ওপৰত! জাৰি কৰা হৈছে নতুন নিৰ্দেশনা

এইবাৰ মোডী চৰকাৰৰ চকু ব্যক্তিগত টিভি চেনেলৰ ওপৰত! জাৰি কৰা হৈছে নতুন নিৰ্দেশনা

বিবিচিৰ মোডী তথ্যচিত্ৰ: কেন্দ্ৰৰ নিষেধাজ্ঞাক লৈ উচ্চতম ন্যায়ালয়ত আবেদনৰ শুনানি অহা সোমবাৰে

বিবিচিৰ মোডী তথ্যচিত্ৰ: কেন্দ্ৰৰ নিষেধাজ্ঞাক লৈ উচ্চতম ন্যায়ালয়ত আবেদনৰ শুনানি অহা সোমবাৰে

মহাত্মা স্মৰণ! জাতিৰ পিতাৰ মৃত্যু বাৰ্ষিকীত জীৱনক অনুপ্ৰাণিত কৰা তেওঁৰ কিছু বিশেষ উদ্ধৃতি

মহাত্মা স্মৰণ! জাতিৰ পিতাৰ মৃত্যু বাৰ্ষিকীত জীৱনক অনুপ্ৰাণিত কৰা তেওঁৰ কিছু বিশেষ উদ্ধৃতি

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd