• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 9, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

দিল্লীত অজিত শইকীয়াৰ শেষকৃত্য সম্পন্ন, অসমলৈ ঘূৰিছে পত্নী আৰু ভতিজাক

উত্তম শইকীয়া by উত্তম শইকীয়া
May 20, 2020 11:17 pm
COVID-19 victim Ajit Saikia's last rites performed in Delhi
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দিল্লীৰ লোকনায়ক জয় প্ৰকাশ হাস্পতালত ক’ভিড-১৯ৰ সংক্ৰমণত মৃত্যু হোৱা অজিত শইকীয়াৰ ১৯ মে’ দিনা উত্তৰ দিল্লীৰ নিগম ব’ড ঘাটৰ শ্মশানত অন্তেষ্টিক্ৰিয়া সম্পন্ন কৰা হয়৷

লোক নায়ক জয় প্ৰকাশ হাস্পতালৰ মৰ্গত অজিত শইকীয়াৰ নশ্বৰ দেহ চিনাক্তকৰণ কৰি মৃত্যুৰ প্ৰমাণ পত্ৰ প্ৰদান কৰে চিকিৎসালয় কৰ্তৃপক্ষই৷

Apply Now

সমগ্ৰ প্ৰক্ৰিয়াটোত উদ্যোগ লৈছিল অসম এছ’চিয়েচন, অসম ভৱন আৰু দিল্লী আৰক্ষীৰ উত্তৰ-পূব শাখাই৷

দিল্লীত থকা অসম এছ’চিয়েচনৰ সম্পাদক দিব্যজ্যোতি দত্তৰ তৎপৰতাত পৰিয়ালে অজিত শইকীয়াৰ মৃত্যুৰ খবৰ পায়৷

কিন্তু লোক নায়ক জয় প্ৰকাশ চিকিৎসালয় কৰ্তৃপক্ষৰ অৱহেলাৰ বাবেই যোৱা ১৩টা দিন মৰ্গত পৰি থাকিল  অজিত শইকীয়াৰ মৃতদেহ৷

দিল্লী আৰক্ষী আৰু অসমৰ অনুষ্ঠান দুটাৰ বিষয়ববীয়াই উদ্যোগ গ্ৰহণ কৰি সম্পূৰ্ণ ১৩ দিনৰ পাছত ১৯ মে’ত অজিত শইকীয়াৰ অন্তিম সৎকাৰ কৰে৷

অন্তেষ্টিক্ৰিয়া সম্পন্নৰ পাচত আজি পুৱা পত্নী বন্তি শইকীয়া আৰু সম্পৰ্কীয় ভতিজা কংকণজ্যোতি বৰা অসম এছ’চিয়েচনে ব্যৱস্থা কৰি  দিয়া এখন ইন’ভা গাড়ীৰে অসমলৈ বুলি ৰাওনা হৈছে৷

যোৱা ১০ মাৰ্চত বোকাখাতৰ ম’হমাইকী গাঁৱৰ পৰা পত্নী বন্তি শইকীয়াৰ কৰ্কট ৰোগৰ চিকিৎসাৰ বাবে লগত প্ৰতিবেশী যুৱক কংকণজ্যোতি বৰাক লৈ দিল্লী যোৱা অজিত শইকীয়া দিল্লীতে ২৮ এপ্ৰিলত কভিড-১৯ত সংক্ৰমিত হৈছিল৷

সংক্ৰমিত হোৱাৰ পাছত ৰাজীৱ গান্ধী চুপাৰ স্পেচেলিটি চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল অজিত শইকীয়া আৰু তেওঁৰ পৰিবাৰক৷

স্বাস্থ্যৰ অধিক অৱনতি ঘটাত ২ মে’ত প্লাজমা থেৰাপিৰে চিকিৎসা কৰিবৰ বাবে অজিত শইকীয়াক দিল্লীৰে লোক নায়ক জয় প্ৰকাশ চিকিৎসালয়লৈ স্থানান্তৰিত কৰে৷

তাতেই চিকিৎসাধীন অৱস্থাত যোৱা সাত মে’তেই অজিত শইকীয়াৰ মৃত্যু হয়৷

কিন্তু কেতিয়া কি পৰিস্থিতিত কেনেকৈ অজিত শইকীয়াৰ মৃত্যু হ’ল সেয়া ৰহস্য হৈয়ে থাকি গ’ল৷

অজিত শইকীয়াৰ শেহতীয়া পৰিস্থিতিৰ কোনো খবৰেই নাপালে পৰিয়ালে৷

Tags: COVID-19
উত্তম শইকীয়া

উত্তম শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

যোৱা ১৩ বছৰ ধৰি চৰকাৰী সম্পত্তি বেদখল কৰি ৰাখিছে কংগ্ৰেছে, আৰ টি আইৰ উত্তৰত উন্মোচন ভয়ংকৰ তথ্য

যোৱা ১৩ বছৰ ধৰি চৰকাৰী সম্পত্তি বেদখল কৰি ৰাখিছে কংগ্ৰেছে, আৰ টি আইৰ উত্তৰত উন্মোচন ভয়ংকৰ তথ্য

July 9, 2026 9:33 am
গলব্লাডাৰত ১১ মিলিমিটাৰৰ পাথৰ লৈ দিলজিৎ দোছাঞ্জ, চাইলেণ্ট ষ্টোনক অৱহেলা কৰাটো কিমান বিপজ্জনক জানক

গলব্লাডাৰত ১১ মিলিমিটাৰৰ পাথৰ লৈ দিলজিৎ দোছাঞ্জ, চাইলেণ্ট ষ্টোনক অৱহেলা কৰাটো কিমান বিপজ্জনক জানক

July 9, 2026 7:39 am
নতুনকৈ ওজন বঢ়াব বিচৰাসকলৰ বাবে প্ৰটিন পাউডাৰ বাছনি আৰু ব্যৱহাৰৰ সহজ উপায়

নতুনকৈ ওজন বঢ়াব বিচৰাসকলৰ বাবে প্ৰটিন পাউডাৰ বাছনি আৰু ব্যৱহাৰৰ সহজ উপায়

July 9, 2026 6:45 am
লণ্ডনৰ সন্মানীয় ফেল’শ্বিপ লাভ কৰিলে গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ্ প্ৰেক্টিছ’ ড° বিভৱ কুমাৰ তালুকদাৰে

লণ্ডনৰ সন্মানীয় ফেল’শ্বিপ লাভ কৰিলে গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ্ প্ৰেক্টিছ’ ড° বিভৱ কুমাৰ তালুকদাৰে

July 8, 2026 9:16 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

যোৱা ১৩ বছৰ ধৰি চৰকাৰী সম্পত্তি বেদখল কৰি ৰাখিছে কংগ্ৰেছে, আৰ টি আইৰ উত্তৰত উন্মোচন ভয়ংকৰ তথ্য

যোৱা ১৩ বছৰ ধৰি চৰকাৰী সম্পত্তি বেদখল কৰি ৰাখিছে কংগ্ৰেছে, আৰ টি আইৰ উত্তৰত উন্মোচন ভয়ংকৰ তথ্য

July 9, 2026 9:33 am
গলব্লাডাৰত ১১ মিলিমিটাৰৰ পাথৰ লৈ দিলজিৎ দোছাঞ্জ, চাইলেণ্ট ষ্টোনক অৱহেলা কৰাটো কিমান বিপজ্জনক জানক

গলব্লাডাৰত ১১ মিলিমিটাৰৰ পাথৰ লৈ দিলজিৎ দোছাঞ্জ, চাইলেণ্ট ষ্টোনক অৱহেলা কৰাটো কিমান বিপজ্জনক জানক

July 9, 2026 7:39 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd