DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, July 1, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

অসমত আজি কিমান লোক আক্ৰান্ত হ’ল কোভিডত? কিমানে সাৱটিলে মৃত্যুক?

এন ই নাও নিউজ by এন ই নাও নিউজ
May 21, 2021 9:01 pm
child covid test

প্ৰতিনিধিত্বমূলক ফটো।

418
VIEWS
Share on FacebookShare on Twitter

অসমত আজি কালিৰ তুলনাত কিছু কম সংখ্যক লোক কোভিডত আক্ৰান্ত হৈছে। কালি ৰাজ্যত কোভিডত আক্ৰান্ত লোকৰ সংখ্যা আছিল ৬৫৭৩ গৰাকী ।

আজিৰ দিনটোত কোভিডত আক্ৰান্ত লোকৰ সংখ্যা হৈছে ৬০৬৬ গৰাকী। আজি স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই টুইটাৰত এই তথ্য সদৰী কৰিছে। স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰা তথ্য অনুসৰি আজি কোভিডত আক্ৰান্ত হৈ মৃত্যু ঘটা লোকৰ সংখ্যা হৈছে ৮১ গৰাকী।

কালি এই সংখ্যা আছিল ৭৪ গৰাকী। ইপিনে কালিৰ তুলনাত আজি কোভিডৰ পৰীক্ষাও বৃদ্ধি কৰা হয়। কালি ৰাজ্যত কৰা কোভিডৰ পৰীক্ষাৰ সংখ্যা আছিল ১০২৬৮৪ টা ।

আজি কৰা কোভিডৰ পৰীক্ষাৰ সংখ্যা হৈছে ১০৩১৫৮ টা।

Summary of 21/5/2021

Today’s Total 6066

Overall Positivity Percentage (6066 cases out of 103158 test done = 5.88%)

Kamrup(M) 907

Death 81

Recovery Rate 84.22%

— Keshab Mahanta (@keshab_mahanta) May 21, 2021

কামৰূপ মেট্ৰ’ত কালি ক’ভিডত আক্ৰান্ত হৈছিল ১০৮৪ গৰাকী লোক । আজি সেই সংখ্যা ৯০৭ গৰাকী হৈছে। কালি কোভিড পজিটিভিটিৰ হাৰ আছিল ৬.৪০ শতাংশ।

আজি কোভিড পজিটিভিটিৰ হাৰ সামান্য কমি ৫.৮৮ শতাংশ হৈছে । অৱশ্যে আজি কোভিডৰ পৰা মুক্ত হোৱা ৰোগীৰ শতাংশ হাৰ কালিৰ তুলনাত সামান্য কমিছে।
কালি ৰোগমুক্তিৰ হাৰ আছিল ৮৪.২৫ শতাংশ ।

আজি আৰোগ্যৰ শতাংশ হাৰ হৈছে ৮৪.২২। অৰ্থাৎ কালিতকৈ আজি আৰোগ্য হোৱা লোকৰ সংখ্য কিছু কমিছে।

স্বাস্থ্যমন্ত্ৰীয়ে প্ৰকাশ কৰা তথ্যৰ পৰা আজিৰ দিনটোত পৰীক্ষাৰ সংখ্যা বাঢ়িলেও ৰোগীৰ সংখ্যা কম হোৱাৰ কথাই কিঞ্চিত হ’লেও আশাৰ ৰেঙণি কঢ়িয়াইছে।

তথাপি কব পাৰি ৰাজ্যৰ কোভিড পৰিস্থিতি অতি ভয়াৱহ হৈয়ে আছে ।

Recent News

উদয়পুৰত কানহায়ালালক হত্যাৰ বিৰুদ্ধে নাগ্ৰীজুলিত বিশ্ব হিন্দু পৰিষদ, বজৰং দলৰ প্ৰতিবাদ

উদয়পুৰত কানহায়ালালক হত্যাৰ বিৰুদ্ধে নাগ্ৰীজুলিত বিশ্ব হিন্দু পৰিষদ, বজৰং দলৰ প্ৰতিবাদ

Eknath Shinde-Devendra Fadnavis: মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী হিচাপে একনাথ সিন্দেৰ শপত গ্ৰহণ; উপ মুখ্যমন্ত্ৰী হ’ল দেৱেন্দ্ৰ ফাড়নৱিছ

Eknath Shinde-Devendra Fadnavis: মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী হিচাপে একনাথ সিন্দেৰ শপত গ্ৰহণ; উপ মুখ্যমন্ত্ৰী হ’ল দেৱেন্দ্ৰ ফাড়নৱিছ

বান-গৰাখহনীয়া সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰকঃ শিৱসাগৰত আছুৰ বিক্ষোভ

বান-গৰাখহনীয়া সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰকঃ শিৱসাগৰত আছুৰ বিক্ষোভ

INDIA vs ENGLAND: কপিল দেৱৰ অভিলেখ স্পৰ্শ; এজবাষ্টন টেষ্টত ভাৰতৰ অধিনায়ক বুমৰাহ, উপ-অধিনায়ক পণ্ট

INDIA vs ENGLAND: কপিল দেৱৰ অভিলেখ স্পৰ্শ; এজবাষ্টন টেষ্টত ভাৰতৰ অধিনায়ক বুমৰাহ, উপ-অধিনায়ক পণ্ট

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd