• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, July 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

গুৱাহাটীত ক’ভিডত ৬০উৰ্দ্ধৰ বয়সৰ লোকৰ মৃত্যু সৰ্বাধিক; ৫০উৰ্দ্ধৰ ব্যক্তিৰ হাস্পাতালত ভৰ্তি বাধ্যতামূলক

এন ই নাও নিউজ by এন ই নাও নিউজ
May 28, 2021 7:57 am
kor
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কামৰূপ মহানগৰ জিলাত ক’ভিড-১৯ত মৃ্ত্যু হোৱা সকলৰ ভিতৰত সৰ্বাধিক হৈছে ৬০ বছৰৰ উৰ্দ্ধৰ ব্যক্তি৷ স্বাস্থ্য বিভাগৰ ১ এপ্ৰিলৰ পৰা ২৬ মে’লৈ পৰিসংখ্যাত প্ৰকাশ পাইছে এই তথ্য৷

এনে পৰিসংখ্যাৰ পৰিপ্ৰেক্ষিতত ৫০ বছৰৰ উৰ্দ্ধৰ ক’ভিড ৰোগীৰ চিকিৎসালয়ত ভৰ্তি কৰা আৰু ক’ভিড ৰোগীৰ সংস্পৰ্শলৈ অহা সকলো ব্যক্তিৰ পৰীক্ষা কৰা বাধ্যতামূলক কৰিছে কামৰূপ মহানগৰ জিলা উপায়ুক্ত বিশ্বজিৎ পেগুৱে৷

Apply Now

জিলাখনৰ সকলো জ’নৰ ভিতৰত সোণাপুৰ খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অধীনত সংক্ৰমণৰ হাৰ সৰ্বাধিক (৭.৪৭%) পোৱা গৈছে৷

সংক্ৰমণৰ হাৰ নিয়ন্ত্ৰণৰ বাবে কন্টেক্ট ট্ৰেচিং নিশ্চিদ্ৰকৈ কৰাৰ নিৰ্দেশ দিয়া হৈছে যাতে ৰোগীৰ সংস্পৰ্শলৈ অহা কোনো ব্যক্তি পৰীক্ষাৰ পৰা বাদ পৰি নাযায়৷

বৃহস্পতিবাৰে জিলা উপায়ুক্ত গৰাকীৰ অধ্যক্ষতাত অনুষ্ঠিত জিলাখনৰ পৰীক্ষা আৰু টীকাকৰণ অভিযানৰ পৰ্যালোচনা বৈঠকত এই নিৰ্দেশ জাৰি কৰা হয়৷

জিলাখনৰ চহৰাঞ্চলত সংক্ৰমণ হ্ৰাস পাইছে যদিও সোণাপুৰত এতিয়াও পৰিস্থিতি উদ্বেগজনক হৈ থকাত সোণাপুৰত বিশেষ পৰীক্ষা অভিযান চলোৱাৰ নিৰ্দেশ দিছে উপায়ুক্ত গৰাকীয়ে৷

গ্ৰাম্যাঞ্চল আৰু চাহ বাগিছা সমূহ যাতে পৰীক্ষা আৰু টীকাকৰণৰ পৰা বাদ পৰি নাযায় তাৰ বাবে বিশেষ সতৰ্ক হ’বলৈ নিৰ্দেশ দিছে প্ৰশাসনে৷

পঞ্চায়ত সদস্য আৰু গাওঁবুঢ়া সকলৰ সহযোগত প্ৰতিখন গাঁৱত পৰীক্ষা কৰিবলৈকো বৈঠকত নিৰ্দেশ দিয়া হয়৷

টীকাকৰণ কেন্দ্ৰসমূহত বিশেষকৈ গ্ৰাম্যাঞ্চলত হেল্প ডেস্ক স্থাপনৰ ওপৰত গুৰুত্ব প্ৰদান কৰা হৈছে যাতে স্মাৰ্ট ফোন বা ইন্টাৰনেট ব্যৱহাৰ কৰিব নজনাসকলে ভেকচিন লোৱাৰ পৰা বঞ্চিত হ’ব লগা নহয়৷

উল্লেখ্য যে জিলাখনৰ ৫টা জ’নৰ ভিতৰত ৱেষ্ট জ’নে নিজ এলেকাত সৰ্বাধিক লোকৰ পৰীক্ষা কৰিবলৈ সক্ষম হৈছে৷ এই সাফল্যৰ  বাবে বৈঠকত জিলা উপায়ুক্তই জ’নটোক পুৰস্কৃত কৰাৰ লগতে আন জ’নসমূহকো পৰীক্ষা অধিক কৰাৰ বাবে উৎসাহ যোগায়৷

বৈঠকখনত অতিৰিক্ত উপায়ুক্ত(স্বাস্থ্য) শৰ্মিষ্ঠা বৰা, অতিৰিক্ত উপায়ুক্ত (টীকাকৰণ) গুণজিৎ ৰয়চৌধুৰী, যুটীয়া স্বাস্থ্য সঞ্চালক ডাঃ গনেশ শইকীয়া, চক্ৰ বিষয়া, জ’নেল মহকুমা স্বাস্থ্য বিষয়াসকল আৰু ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ জিলা পৰ্যায় আৰু খণ্ড সমূহৰ প্ৰতিনিধি উপস্থিত থাকে৷

Tags: COVID-19
এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ন্যায় ব্যৱস্থাৰ প্ৰতি আস্থাহীন দেশৰ প্ৰাক্তন আমোলা ! জেললৈ যাবলৈ অস্বীকাৰ কুৰেশ্বীৰ, ক’লে- “আপোনালোকে জামিন পাব, মই…”

ন্যায় ব্যৱস্থাৰ প্ৰতি আস্থাহীন দেশৰ প্ৰাক্তন আমোলা ! জেললৈ যাবলৈ অস্বীকাৰ কুৰেশ্বীৰ, ক’লে- “আপোনালোকে জামিন পাব, মই…”

July 7, 2026 1:27 pm
‘নাজানা মই কোন!’ এমবাপেক বৰ্ণবিদ্বেষী আক্ৰমণ কৰি ওলোটাই আইনী ভাবুকি পেৰাগুৱেৰ চিনেটৰৰ

‘নাজানা মই কোন!’ এমবাপেক বৰ্ণবিদ্বেষী আক্ৰমণ কৰি ওলোটাই আইনী ভাবুকি পেৰাগুৱেৰ চিনেটৰৰ

July 7, 2026 1:26 pm
তাজমহল নে তেজো মহালয়? কেন্দ্ৰ আৰু ASI-ৰ পৰা উত্তৰ বিচাৰিলে এলাহাবাদ উচ্চ ন্যায়ালয়ে

তাজমহল নে তেজো মহালয়? কেন্দ্ৰ আৰু ASI-ৰ পৰা উত্তৰ বিচাৰিলে এলাহাবাদ উচ্চ ন্যায়ালয়ে

July 7, 2026 12:21 pm
হৰমুজ প্ৰণালী অতিক্ৰম কৰাৰ পথত একাধিক বাণিজ্যিক জাহাজত ইৰাণৰ ক্ষেপণাস্ত্ৰ আক্ৰমণ

হৰমুজ প্ৰণালী অতিক্ৰম কৰাৰ পথত একাধিক বাণিজ্যিক জাহাজত ইৰাণৰ ক্ষেপণাস্ত্ৰ আক্ৰমণ

July 7, 2026 11:11 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ন্যায় ব্যৱস্থাৰ প্ৰতি আস্থাহীন দেশৰ প্ৰাক্তন আমোলা ! জেললৈ যাবলৈ অস্বীকাৰ কুৰেশ্বীৰ, ক’লে- “আপোনালোকে জামিন পাব, মই…”

ন্যায় ব্যৱস্থাৰ প্ৰতি আস্থাহীন দেশৰ প্ৰাক্তন আমোলা ! জেললৈ যাবলৈ অস্বীকাৰ কুৰেশ্বীৰ, ক’লে- “আপোনালোকে জামিন পাব, মই…”

July 7, 2026 1:27 pm
‘নাজানা মই কোন!’ এমবাপেক বৰ্ণবিদ্বেষী আক্ৰমণ কৰি ওলোটাই আইনী ভাবুকি পেৰাগুৱেৰ চিনেটৰৰ

‘নাজানা মই কোন!’ এমবাপেক বৰ্ণবিদ্বেষী আক্ৰমণ কৰি ওলোটাই আইনী ভাবুকি পেৰাগুৱেৰ চিনেটৰৰ

July 7, 2026 1:26 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd