• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 1, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বাক্সাৰ নাগ্ৰীজুলিৰ তৰুণগাঁৱত কোভিডৰ ভয়াৱহ সংক্ৰমণ, ৩৮ গৰাকীৰ দেহত ধৰা পৰিল কোভিড

দীপক কুমাৰ পাঠক by দীপক কুমাৰ পাঠক
July 11, 2021 11:46 am
nagg
128
VIEWS
Share on FacebookShare on Twitter

বাক্সাৰ নাগ্ৰীজুলিৰ তৰুণগাঁৱত কোভিডৰ ভয়াৱহ সংক্ৰমণ,

১৫০ গৰাকীৰ ভিতৰত ৩৮ গৰাকীৰ দেহত ধৰা পৰিল কোভিড সংক্ৰমণ।

গাঁও খনত কোভিড সংক্ৰমণৰ হাৰ ২৫.৩৩ শতাংশ ।

এয়া তামুলপুৰ মহকুমাৰ বাবে ভয়ানক খবৰ হিচাপে বিবেচিত হৈছে।

ইতিমধ্যে স্বাস্থ্য বিভাগে ৰাজ্যৰ বিভিন্ন স্থানৰ লগতে তামুলপুৰ মহকুমাৰ নাগ্ৰীজুলি, নাওকাটা আদিকে ধৰি কেইবাঠাইটো ৰেড জ’ন ঘোষণা কৰি থৈছে।

নাগ্ৰীজুলিৰ তৰুণগাঁৱত কোভিড ১৯ ৰ ভয়াৱহ সংক্ৰমণৰ খবৰ পোহৰলৈ আহিছে।

তামুলপুৰ স্বাস্থ্য বিভাগে জনোৱা মতে নাগ্ৰীজুলি উন্নয়ন খণ্ডৰ অধীনৰ ভূটান সীমান্তৰ তৰুণগাঁওত শনিবাৰে দিনটোত কোভিডৰ সংক্ৰমণৰ হাৰ হৈছে ২৫.৩৩ শতাংশ।

স্বাস্থ্য বিভাগৰ লোকে গাঁওখনত ১৫০ লোকৰ দেহত কোভিড পৰীক্ষা কৰিছিল।

১৫০ গৰাকী লোকৰ ভিতৰত ৩৮ গৰাকী লোকৰ দেহত কোভিড ১৯ ৰ অৱস্থিতি ধৰা পৰে।
ইয়াকে লৈ সমগ্ৰ জিলাখনত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে।

সংক্ৰমণ হোৱা লোক সকলৰ ভিতৰত শিশু, যুৱক-যুৱতী, মহিলাকে ধৰি বৃদ্ধ লোকো আছে।

এনে  পৰিস্থিতিৰ পিছতো কোভিড বিধি নামানি মাস্ক নিপিন্ধাকৈ ঘূৰিছে একাংশই।

উল্লেখ্য যে শনিবাৰে বাক্সা জিলাত সৰ্বমুঠ ৯৯ গৰাকী লোকৰ দেহত কোভিড সংক্ৰমণ ধৰা পৰিছে। ইয়াৰ ভিতৰত নাগ্ৰীজুলিৰ তৰুণগাঁওত সংক্ৰমণ হোৱা লোকৰ সংখ্যা ৩৮ গৰাকী।

Recent News

‘জেলী’ৰ দৰে পদাৰ্থই শুহি ল’ব পৰিৱেশত থকা সকলো কাৰ্বন ডাই অক্সাইড! বিজ্ঞানীৰ আচৰিত আৱিষ্কাৰ

‘জেলী’ৰ দৰে পদাৰ্থই শুহি ল’ব পৰিৱেশত থকা সকলো কাৰ্বন ডাই অক্সাইড! বিজ্ঞানীৰ আচৰিত আৱিষ্কাৰ

মহিলা অবিহনে পুৰুষে জন্ম দিব সন্তান! সফল পৰীক্ষা এন্দুৰত, মানুহৰ ক্ষেত্ৰটো সম্ভৱ হ’ব পাৰে ভৱিষ্যতে?

মহিলা অবিহনে পুৰুষে জন্ম দিব সন্তান! সফল পৰীক্ষা এন্দুৰত, মানুহৰ ক্ষেত্ৰটো সম্ভৱ হ’ব পাৰে ভৱিষ্যতে?

শীৰ্ষ বিষয়াক অ’ফিচৰ পৰা টানি উলিয়াই আনি চৰম শাৰীৰিক নিৰ্যাতন বিজেপি কৰ্মীৰ; স্তম্ভিত সকলো

শীৰ্ষ বিষয়াক অ’ফিচৰ পৰা টানি উলিয়াই আনি চৰম শাৰীৰিক নিৰ্যাতন বিজেপি কৰ্মীৰ; স্তম্ভিত সকলো

এক কৰুণ কাহিনী! পৰিয়ালৰ সকলো সদস্যক হেৰুৱাই মানসিক ভাবে ভাগি পৰা অনুপক তিনি বছৰৰ পিছত সংকটজনক অৱস্থাত উদ্ধাৰ

এক কৰুণ কাহিনী! পৰিয়ালৰ সকলো সদস্যক হেৰুৱাই মানসিক ভাবে ভাগি পৰা অনুপক তিনি বছৰৰ পিছত সংকটজনক অৱস্থাত উদ্ধাৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd