• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, July 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

পুনৰ কোভিডৰ নতুন SOP প্ৰকাশ; এইকেইখন জিলাত পাঁচ বজালৈকে সকলো খোলা থাকিব

কি কি জিলাত সম্পূৰ্ণ লকডাউন আৰু কি কি জিলাত এতিয়াৰ নিয়মেই বাহাল থাকিব? চৰকাৰী কৰ্মচাৰীৰ ক্ষেত্ৰত কেনে নতুন নিৰ্দেশনা?

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
June 26, 2021 9:08 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আজি পুনৰ অসম চৰকাৰৰ দুৰ্যোগ প্ৰশমণ বিভাগে কোভিডৰ নতুন SOP প্ৰকাশ কৰিছে। নতুন  SOP ত কেতবোৰ নতুন কথাৰ সংযোজন ঘটোৱা হৈছে।

কোভিড সংক্ৰমণ হ্ৰাস পোৱা জিলাত ৩ বজাৰ পৰিবৰ্তে ৪ বজালৈ খোলা ৰাখিব পাৰিব দোকান পোহাৰ। লগতে এইসমূহ ঠাইত সন্ধিয়া ৫ বজাৰ পৰা পুৱা ৫ বজালৈ সান্ধ্য আইন বাহাল থাকিব বুলি SOP ত উল্লেখ আছে।

Apply Now

অহা সোমবাৰৰ পৰা এসপ্তাহৰ বাবে এই SOP ৰ নিয়ম প্ৰযোজ্য হব।

SOP ত উল্লেখ থকা অনুসৰি কামৰূপ মহানগৰ, দক্ষিণ শালমাৰা, মাজুলী, বঙাইগাঁও, চিৰাং, ওদালগুৰি, পশ্চিম কাৰ্বি আংলং, ডিমা হাছাও, চৰাইদেউ আৰু হাইলাকান্দিত প্ৰযোজ্য হব সন্ধিয়া ৫ বজাৰ পৰা পুৱা ৫ বজালৈ সান্ধ্য আইন।

[pdf-embedder url=”https://assam.nenow.in/wp-content/uploads/2021/06/COVID-19-SOP-26.06.210001.pdf” title=”COVID 19 SOP 26.06.210001″]

এই জিলাসমূহত ৪ বজালৈ খোলা ৰাখিব পাৰিব দোকান পোহাৰ, চৰকাৰী বেচৰকাৰী কাৰ্যালয়বোৰ, হোটেল, ৰেষ্টুৰেণ্ট আদি।

আনহাতে মৰিগাঁও, বিশ্বনাথ, গোৱালপাৰা, লগতে বোকাখাত মহকুমাত সম্পূৰ্ণ লকডাউন দিয়া হৈছে।

এই লকডাউন দিয়া জিলা কেইখনত জৰুৰীকালীন সেৱা, অত্যাৱশ্যকীয় সামগ্ৰীৰ দোকান, গাখীৰ, পানী, ঔষধ আদি সন্ধিয়া ৫ বজালৈ খোলা ৰাখিব পাৰিব, তাৰ বাহিৰে চৰকাৰী-বে-চৰকাৰী কাৰ্য্যালয়, বিপনী সকলো বন্ধ।

ধুবুৰী, কোকৰাঝাৰ, বৰপেটা, নলবাৰী, বাক্সা, বজালী, কামৰূপ গ্ৰাম্য, দৰং, শোণিতপুৰ, নগাঁও, হোজাই, গোলাঘাট, সৰুপথাৰ, যোৰহাট, শিৱসাগৰ, তিনিচুকীয়া, লখিমপুৰ, ধেমাজি, কাছাৰ, কৰিমগঞ্জ, কাৰ্বি আংলং আৰু ডিব্ৰুগড় জিলাত বিয়লি ২ বজাৰ পৰা পুৱা ৫ বজালৈ সান্ধ্য আইন।

এই জিলাসমূহত ১ বজালৈহে খোলা ৰাখিব পাৰিব দোকান পোহাৰ।

চৰকাৰী কৰ্মচাৰীৰ ক্ষেত্ৰত যিসকলে কোভিডৰ এপালি ভেকচিনহে লৈছে তেওঁলোকে সম্পূৰ্ণ কণ্টেইনমেণ্ট জ’নক বাদ দি বাকী ঠাইত থকা নিজৰ কাৰ্যালয়লৈ যাব লাগিব।

কোভিডৰ এপালি ভেকচিনো নোলোৱা চৰকাৰী কৰ্মচাৰীয়েও কাৰ্যালয়ৰ উৰ্ধতন কৰ্তৃপক্ষই যেতিয়াই বিচাৰে তেতিয়াই কাৰ্যালয়লৈ যাব লাগিব।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

যুৱ গল্পকাৰ, অধ্যাপক পঞ্চানন হাজৰিকালৈ পাৰ্থবিজয় দত্ত সাহিত্য বঁটা

যুৱ গল্পকাৰ, অধ্যাপক পঞ্চানন হাজৰিকালৈ পাৰ্থবিজয় দত্ত সাহিত্য বঁটা

July 6, 2026 8:23 pm
কিয় সফল নহ’ল চুপা চুপি?

কিয় সফল নহ’ল চুপা চুপি?

July 6, 2026 8:04 pm
উদ্যোগপতিৰ স্বাৰ্থত ধ্বংস হ’ব নেকি ডেপোটা হাতী বিচৰণ পথ! চৰকাৰী প্ৰচেষ্টাৰ বিৰুদ্ধে সৰৱ ‘হাতী বন্ধু’কে ধৰি প্ৰকৃতিপ্ৰেমী সংগঠন

উদ্যোগপতিৰ স্বাৰ্থত ধ্বংস হ’ব নেকি ডেপোটা হাতী বিচৰণ পথ! চৰকাৰী প্ৰচেষ্টাৰ বিৰুদ্ধে সৰৱ ‘হাতী বন্ধু’কে ধৰি প্ৰকৃতিপ্ৰেমী সংগঠন

July 6, 2026 7:49 pm
পথাৰৰ কাষত ৰৈ থকা শিশুৰ ওপৰত সাতটাকৈ কুকুৰৰ ভয়ংকৰ আক্ৰমণ, চিকিৎসাধীন অৱস্থাত মৃত্যু

পথাৰৰ কাষত ৰৈ থকা শিশুৰ ওপৰত সাতটাকৈ কুকুৰৰ ভয়ংকৰ আক্ৰমণ, চিকিৎসাধীন অৱস্থাত মৃত্যু

July 6, 2026 7:14 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

যুৱ গল্পকাৰ, অধ্যাপক পঞ্চানন হাজৰিকালৈ পাৰ্থবিজয় দত্ত সাহিত্য বঁটা

যুৱ গল্পকাৰ, অধ্যাপক পঞ্চানন হাজৰিকালৈ পাৰ্থবিজয় দত্ত সাহিত্য বঁটা

July 6, 2026 8:23 pm
কিয় সফল নহ’ল চুপা চুপি?

কিয় সফল নহ’ল চুপা চুপি?

July 6, 2026 8:04 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd