• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, October 18, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

আমাক সংস্থাপিত কৰক: মুখ্যমন্ত্ৰী-স্বাস্থ্যমন্ত্ৰীলৈ ক’ভিড- ১৯ চাফাই কৰ্মী সন্থাৰ কাতৰ আহ্বান

প্ৰণৱ কুমাৰ ডেকা by প্ৰণৱ কুমাৰ ডেকা
July 10, 2021 1:47 pm
rk-covid

প্ৰতিনিধিত্বমূলক ছবি

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাজ্যৰ ক’ভিড চাফাই কৰ্মী সকলক পুনৰ অসম চৰকাৰৰ যিকোনো  বিভাগৰ চতুৰ্থ শ্ৰেণীৰ নাইবা ঠিকাভিত্তিক চতুৰ্থ শ্ৰেণীৰ ৬০ বছৰলৈকে সংস্থাপন দিয়াৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী আৰু স্বাস্থ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰদান কৰিছে বঙাইগাঁও জিলা ক’ভিড ১৯ চাফাই কৰ্মী সন্থাই ৷

উল্লেখ্য  যে  বিগত ২০২০ চনৰ পৰা সমগ্ৰ বিশ্বৰ লগতে দেশজুৰি মহামাৰী ক’ভিড ১৯ য়ে যি বিভীষিকাৰ সৃষ্টি কৰিছে ।অসমতো ইয়াৰ প্ৰভাৱ অব্যাহত আছে ৷

Apply Now

এই মহামাৰী ক’ভিডৰ প্ৰথম লহৰৰ সময়ছোৱাত অসম চৰকাৰৰ স্বাস্থ্য বিভাগে বিভিন্ন কোৱাৰেণ্টাইন চেণ্টাৰ স্থাপন কৰি চেণ্টাৰসমূহত চাফাই কৰ্মী নিয়োগৰ বাবে বিজ্ঞাপন প্ৰকাশ কৰিছিল ৷

সেই বিজ্ঞাপনৰ ভিত্তিত মৌখিক পৰীক্ষা অনুষ্ঠিত কৰি ৰাজ্যৰ বিভিন্ন জিলাত  স্থাপন কৰা কোৱাৰেণ্টাইন চেণ্টাৰ, ক’ভিড কেয়াৰ চেণ্টাৰ , ক’ভিড হাস্পতাল, স্কেনিং চেণ্টাৰ আদিত স্বাস্থ্য বিভাগ, এনএইএম, জিলা উপায়ুক্ত , মহকুমাধিপতি আৰু পৌৰসভাৰ অধ্যক্ষসকলে সেই সমূহ চাফ- চিকুন কৰাৰ বাবে ১,৩২৪ জন যুৱক- যুৱতীক চাফাই কৰ্মী হিচাপে নিযুক্তি দিছিল ৷

সেই দিনাৰ পৰাই চাফাই কৰ্মীসকলে ক’ভিড ১৯  ৰ বিপদকালত নিজৰ জীৱনক তুচ্ছ জ্ঞান কৰি ক’ভিড যুঁজাৰু হিচাপে নিষ্ঠাৰে সেৱা আগবঢ়াইছিল ৷

যি সময়ত ক’ভিড ৰ ভয়ত মানুহ পথলৈ ওলাব ভয় কৰিছিল, তেনে সময়ত তেওঁলোকে পূৰ্বতে যিবোৰ কাম কৰি ঘৰখন চলাইছিল সেই কামসমূহ এৰি আহি একমাত্ৰ চৰকাৰ আৰু অসমৰ জনসাধাৰণক সহায় কৰাৰ লগতে অনাগত ভৱিষ্যতে এটা ভাল কৰ্মসংস্থাপন লাভ কৰাৰ আশাত ক’ভিড যুঁজাৰু হিচাপে জঁপিয়াই পৰিছিল ৷

কিন্তু বৰ্তমান এইসকল যুৱক- যুৱতী কৰ্মহীন হৈ ঘৰখন চলাব নোৱাৰা হৈ পৰাৰ লগতে হতাশাত ভুগিছে ৷

সেয়ে সন্থাৰ জিলা সভাপতি বিপুল সূত্ৰধৰ আৰু সম্পাদক ৰূপেন নাথে বঙাইগাঁও জিলা উপায়ুক্তৰ জৰিয়তে মুখ্যমন্ত্ৰী আৰু স্বাস্থ্যমন্ত্ৰীলৈ পৃথকে পৃথকে স্মাৰক পত্ৰ প্ৰেৰণ কৰি এই ১,৩২৪ জন ক’ভিড যোদ্ধা অৰ্থাৎ ক’ভিড চাফাই কৰ্মী সকলক পুনৰ অসম চৰকাৰৰ যিকোনো  বিভাগৰ চতুৰ্থ শ্ৰেণীৰ নাইবা ঠিকাভিত্তিক চতুৰ্থ শ্ৰেণীৰ ৬০ বছৰলৈকে সংস্থান কৰি দি জীয়াই থকাৰ ব্যৱস্থা কৰি দিয়াৰ বাবে অনুৰোধ জনায় ৷

প্ৰণৱ কুমাৰ ডেকা

প্ৰণৱ কুমাৰ ডেকা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নৱৰাত্ৰিৰ আনন্দৰ মাজতে বিষাদৰ ছাঁ: গোৱালিয়ৰত ট্ৰাকৰ খুন্দাত অকালতে প্ৰাণ গ’ল ১২ জন ভক্তৰ

নৱৰাত্ৰিৰ আনন্দৰ মাজতে বিষাদৰ ছাঁ: গোৱালিয়ৰত ট্ৰাকৰ খুন্দাত অকালতে প্ৰাণ গ’ল ১২ জন ভক্তৰ

October 18, 2026 3:46 pm
ছাবস্ক্ৰিপচনৰ আঁৰত শিশুৰ যৌন শোষণ-নিৰ্যাতনমূলক সামগ্ৰী ৰাখিব নোৱাৰিব অনলাইন প্লেটফৰ্মে: উচ্চতম ন্যায়ালয়

ছাবস্ক্ৰিপচনৰ আঁৰত শিশুৰ যৌন শোষণ-নিৰ্যাতনমূলক সামগ্ৰী ৰাখিব নোৱাৰিব অনলাইন প্লেটফৰ্মে: উচ্চতম ন্যায়ালয়

October 18, 2026 1:54 pm
জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰ : দুই অভিযুক্তৰ জামিনক উচ্চতম ন্যায়ালয়ত প্ৰত্যাহ্বান জনাব ৰাতুল বৰাই

জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰ : দুই অভিযুক্তৰ জামিনক উচ্চতম ন্যায়ালয়ত প্ৰত্যাহ্বান জনাব ৰাতুল বৰাই

October 18, 2026 12:33 pm
পূজাৰ মাজতে ৩০০ হেক্টৰতকৈ অধিক বনভূমি বেদখলমুক্ত; ক্ষতিগ্ৰস্ত ৫০০ৰো অধিক পৰিয়াল

পূজাৰ মাজতে ৩০০ হেক্টৰতকৈ অধিক বনভূমি বেদখলমুক্ত; ক্ষতিগ্ৰস্ত ৫০০ৰো অধিক পৰিয়াল

October 18, 2026 11:30 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নৱৰাত্ৰিৰ আনন্দৰ মাজতে বিষাদৰ ছাঁ: গোৱালিয়ৰত ট্ৰাকৰ খুন্দাত অকালতে প্ৰাণ গ’ল ১২ জন ভক্তৰ

নৱৰাত্ৰিৰ আনন্দৰ মাজতে বিষাদৰ ছাঁ: গোৱালিয়ৰত ট্ৰাকৰ খুন্দাত অকালতে প্ৰাণ গ’ল ১২ জন ভক্তৰ

October 18, 2026 3:46 pm
ছাবস্ক্ৰিপচনৰ আঁৰত শিশুৰ যৌন শোষণ-নিৰ্যাতনমূলক সামগ্ৰী ৰাখিব নোৱাৰিব অনলাইন প্লেটফৰ্মে: উচ্চতম ন্যায়ালয়

ছাবস্ক্ৰিপচনৰ আঁৰত শিশুৰ যৌন শোষণ-নিৰ্যাতনমূলক সামগ্ৰী ৰাখিব নোৱাৰিব অনলাইন প্লেটফৰ্মে: উচ্চতম ন্যায়ালয়

October 18, 2026 1:54 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd