DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, February 2, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ভাৰতক কোবাই যাব কোভিডৰ তৃতীয় ঢৌৱে, স্পষ্ট কৰিলে চৰকাৰী পেনেলে, কেতিয়া আহিব তৃতীয় ঢৌ?

এন ই নাও নিউজ,গুৱাহাটী by এন ই নাও নিউজ,গুৱাহাটী
December 19, 2021 4:47 pm
rk-covid

প্ৰতিনিধিত্বমূলক ছবি

543
VIEWS
Share on FacebookShare on Twitter

কোভিডৰ তৃতীয়টো ঢৌৱে কোবাই যাব ভাৰতক।

ইতিমধ্যে কোভিডৰ দুটাকৈ ঢৌৰ আঘাতত ভাৰতৰ স্বাস্থ্য খণ্ডকে ধৰি অৰ্থনীতি বাৰুকৈয়ে ক্ষতিগ্ৰস্ত হৈছে।

এনে সময়তে কোভিডৰ তৃতীয়টো ঢৌৰ আগমনে দেশক কেনে পৰ্যায়লৈ লৈ যায় সেয়া ভাবি শংকিত হৈ পৰিছে বহুতে।

কোভিডৰ গতিবিধি সম্পৰ্কত অধ্যয়ন চলাবলৈ কেন্দ্ৰীয় চৰকাৰে গঠন কৰি দিয়া কোভিড-১৯ চুপাৰ মডেল সমিতিয়ে বিভিন্ন দিশ পৰ্যালোচনা কৰি এই বুলি মন্তব্য কৰিছে যে ২০২২ চনৰ প্ৰথম ভাগৰে পৰা দেশত কোভিডৰ তৃতীয় ঢৌ আহিব আৰু ফেব্ৰুৱাৰী মাহত সেই ঢৌ অতি তীব্ৰতৰ হৈ পৰিব।

সমিতি খনৰ মুৰব্বী এম বিদ্যাসাগৰে প্ৰকাশ কৰা মতে অমিক্ৰনৰ সংক্ৰমনৰ হাৰ ডেল্টাতকৈ বেছি হ’লেই দেশত কোভিডৰ তৃতীয় ঢৌ আৰম্ভ হৈ যাব। এয়া অহা বছৰৰ প্ৰথম ভাগতে সংঘটিত হোৱাৰ সূৰ্ণ আশংকা থকা বুলি তেওঁ মন্তব্য কৰিছে।

তেওঁ অৱশ্যে লগতে এইবুলিও কয় যে কোভিডৰ তৃতীয় ঢৌ প্ৰথ আৰু দ্বিতীয় ঢৌতকৈ কম বিধ্বংসী হ’ব। কাৰণ ইতিমধ্যে দেশৰ বহু লোকে ভেকচিন গ্ৰহণ কৰিছে।

দেশত আজি কোভিডৰ অমিক্ৰন প্ৰজাতিত আক্ৰান্ত লোকৰ সংখ্যা হৈছেগৈ ১৪৩ গৰাকী।

দেওবাৰে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰ্যালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি যোৱা ২৪ ঘণ্টাত দেশত মুঠ ক’ৰ’নাত আক্ৰান্ত হৈছে ৭ হাজাৰ ৮১জন লোক।

বিগত ২৪ ঘন্টাত দেশত কৰ’নাত আক্ৰান্ত হৈ ২৬৪ জন লোকৰ মৃত্যু হৈছে।
মন্ত্ৰ্যালয়ে প্ৰকাশ কৰা অনুসৰি দেশত মুঠ কৰ’না আক্ৰান্ত মৃত্যুৰ সংখ্যা হৈছেগৈ ৪লাখ ৭৭ হাজাৰ ৪২২জন।

যোৱা ২৪ ঘন্টাত দেশত কৰ’নাৰ পৰা আৰোগ্য লাভ কৰা ৰোগীৰ সংখ্যা হৈছে ৭হাজাৰ ৪৬৯ জন লোক। সুস্থতাৰ হাৰ ৯৮.৩৮ শতাংশ।

দেশত বৰ্তমানলৈকে মুঠ কৰ’নাৰ পৰা আৰোগ্য লাভ কৰা ৰোগীৰ সংখ্যা হৈছে ৩ কোটি ৪১ লাখ ৭৮ হাজাৰ ৯৪০জন।

ইপিনে, দেশত চিকিৎসাধীন হৈ থকা কৰ’না ৰোগীৰ সংখ্যা হৈছে ৮৩ হাজাৰ ৯১৩জন। এয়া বিগত ৫৭০ দিন ভিতৰত সৰ্বনিম্ন সক্ৰিয় ৰোগীৰ সংখ্যা।
বৰ্তমানলৈ দেশত ১৩৭ কোটি ৪৬ লাখ ১৩হাজাৰ ২৫২জন লোকক কৰ’নাৰ ভেকচিন প্ৰদান কৰা হৈছে। ইয়াৰ ভিতৰত যোৱা ২৪ ঘন্টাত ৭৬লাখতকৈয়ো অধিক লোকক ভেকচিন প্ৰদান কৰা হৈছে।

সেইদৰে বিগত ২৪ ঘন্টাত দেশত মুঠ ১২লাখ ১১ হাজাৰ ৯৭৭জন লোকৰ কোভিডৰ নমুনা পৰীক্ষা কৰা হৈছে।

সামগ্ৰিকভাৱে দেশত কৰ’নাৰ দৈনিক সংক্ৰমণ হ্ৰাস পাইছে যদিও অ’মিক্ৰণ আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰাত আশংকাও বাঢ়িছে।
দেশত কৰ’নাৰ তৃতীয়টো ঢৌৰ আশংকাক আগত ৰাখি দেশবাসীক কোভিড বিধি মানি চলিবলৈ বাৰম্বাৰ আহ্বান জনাই আহিছে বিশেষজ্ঞসকলে।

Recent News

অক্সফৰ্ড অভিধানত স্থান পালে ‘বিন্দাছ’; তালিকাত মুঠ ৮০০ ভাৰতীয় শব্দ

অক্সফৰ্ড অভিধানত স্থান পালে ‘বিন্দাছ’; তালিকাত মুঠ ৮০০ ভাৰতীয় শব্দ

যমদূত হৈ চেলুনলৈ সোমাই আহিল তীব্ৰ বেগী কাৰ : ভাইৰেল হৈ পৰিছে ভিডিঅ’

যমদূত হৈ চেলুনলৈ সোমাই আহিল তীব্ৰ বেগী কাৰ : ভাইৰেল হৈ পৰিছে ভিডিঅ’

পাঁচশ ছাত্ৰীৰ মাজত নিজকে অকলে দেখি বেহুচ হ’ল ছাত্ৰ

পাঁচশ ছাত্ৰীৰ মাজত নিজকে অকলে দেখি বেহুচ হ’ল ছাত্ৰ

Adani

সংসদত আদানী বিতৰ্ক: তদন্তৰ দাবী জনাই সংসদত সোচ্চাৰ বিৰোধী

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd