DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, June 30, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

অসমত আজি কিমান লোক আক্ৰান্ত হ’ল কোভিডত? কিমানে সাৱটিলে মৃত্যুক?

 এন ই নাও নিউজ by এন ই নাও নিউজ
May 27, 2021 9:09 pm
child covid test

প্ৰতিনিধিত্বমূলক ফটো।

423
VIEWS
Share on FacebookShare on Twitter

অসমত আজি কালিৰ তুলনাত কিছু বেছি সংখ্যক লোক কোভিডত আক্ৰান্ত হৈছে। কালি ৰাজ্যত কোভিডত আক্ৰান্ত লোকৰ সংখ্যা আছিল ৫৬৯৯ গৰাকী ।

আজিৰ দিনটোত কোভিডত আক্ৰান্ত লোকৰ সংখ্যা হৈছে ৫৭০৪ গৰাকী। আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই তেওঁৰ টুইটাৰত এই তথ্য সদৰী কৰিছে। মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰা তথ্য অনুসৰি আজি কোভিডত আক্ৰান্ত হৈ মৃত্যু ঘটা লোকৰ সংখ্যা হৈছে ৮৩ গৰাকী।

কালি এই সংখ্যা আছিল ৯০ গৰাকী। ইপিনে কালিৰ তুলনাত আজি কোভিডৰ পৰীক্ষাও বৃদ্ধি কৰা হয়। কালি ৰাজ্যত কৰা কোভিডৰ পৰীক্ষাৰ সংখ্যা আছিল ১১৬১১৯ টা ।

Summary of 27/5/2021

Today’s Total 5704

Overall Positivity Percentage (5704 cases out of 119441 test done = 4.78%)

Kamrup(M) 569

Death 83

Recovery Rate 85.19%

— Himanta Biswa Sarma (@himantabiswa) May 27, 2021

আজি কৰা কোভিডৰ পৰীক্ষাৰ সংখ্যা হৈছে ১১৯৪৪১ টা।

কামৰূপ মেট্ৰ’ত কালি ক’ভিডত আক্ৰান্ত হৈছিল ৬৭০ গৰাকী লোক । আজি সেই সংখ্যা ৫৬৯ গৰাকী হৈছে। কালি কোভিড পজিটিভিটিৰ হাৰ আছিল ৪.৯১ শতাংশ।

আজি কোভিড পজিটিভিটিৰ হাৰ সামান্য কমি ৪.৭৮ শতাংশ হৈছে । আজি ৰোগমুক্তিৰ হাৰ হৈছে ৮৫.১৯ শতাংশ ।

কালি আৰোগ্যৰ শতাংশ হাৰ আছিল ৮৫.২১। অৰ্থাৎ কালিতকৈ আজি আৰোগ্য হোৱা লোকৰ সংখ্যা কিছু কমিছে।

ইতিমধ্যে ৰাজ্যত আন্তঃজিলা ভ্ৰমণত নিষেধাজ্ঞা জাৰি কৰা হৈছে। ইয়াৰ ফলত কোভিডৰ সংক্ৰমণ ভালে খিনি ৰোধ কৰিব পৰা যাব বুলি আশা কৰা হৈছে।

Recent News

মণিপুৰৰ নোনিত ভয়াৱহ ভূমিস্খলন: দুই সেনা জোৱানসহ ছয় গৰাকীৰ মৃত্যু, কেইবাগৰাকীও সন্ধানহীন

মণিপুৰৰ নোনিত ভয়াৱহ ভূমিস্খলন: দুই সেনা জোৱানসহ ছয় গৰাকীৰ মৃত্যু, কেইবাগৰাকীও সন্ধানহীন

AASU protest: ৰাজ্যৰ বানপানী সমস্যাকলৈ বিশ্বনাথত আছুৰ বিক্ষোভ; আৰক্ষী প্ৰশাসনৰ বাধা

AASU protest: ৰাজ্যৰ বানপানী সমস্যাকলৈ বিশ্বনাথত আছুৰ বিক্ষোভ; আৰক্ষী প্ৰশাসনৰ বাধা

Cotton University: কটন বিশ্ববিদ্যালয়ৰ সাধাৰণ সম্পাদক অভিষেক মহন্তৰ বিজেপিত যোগদান

Cotton University: কটন বিশ্ববিদ্যালয়ৰ সাধাৰণ সম্পাদক অভিষেক মহন্তৰ বিজেপিত যোগদান

High-speed Aerial Target ‘Abhyas’

দেশীয়ভাৱে নিৰ্মিত ‘হাই-স্পীড এৰিয়েল টাৰ্গেট’ ‘অভ্যাস’ৰ সফল পৰীক্ষণ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd