• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, October 13, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

২ অক্টোৱৰত বঙাইগাঁও জিলাত বিশাল কোভিড টীকাকৰণ অভিযান

প্ৰণৱ কুমাৰ ডেকা, বঙাইগাঁও by প্ৰণৱ কুমাৰ ডেকা, বঙাইগাঁও
September 29, 2021 6:38 am
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বঙাইগাঁও জিলাত অহা ২ অক্টোৱৰত বিশাল কোভিড-১৯ টীকাকৰণ অভিযান অনুষ্ঠিত হ’ব।

আগন্তুক দুৰ্গা পূজাত যাতে বৃহৎ সমাগমৰ পৰা মানুহৰ গালৈ কোভিড মহামাৰী সংক্ৰমিত হৈ ভয়াৱহ ৰূপ ধাৰণ কৰিব নোৱাৰে তাৰ বাবে পূজাৰ পূৰ্বে ৰাইজক সজাগ কৰাৰ বাবে এই বিশাল কোভিড টীকাকৰণৰ আয়োজন কৰা হৈছে ৷

Apply Now

ইয়াৰ উপৰিও কোভিডৰ তৃতীয় ঢৌত মানুহৰ জীৱন বিপদাপন্ন হোৱাৰ পৰা ৰক্ষা পাবলৈকো দুৰ্গা পূজাৰ আগতে কোভিড মহামাৰীৰ টীকা লৈ নিজকে সুৰক্ষিত কৰাৰ বাবে চৰকাৰে এই বিশাল কোভিড-১৯ ৰ টীকাকৰণ অভিযানৰ ব্যৱস্থা কৰিছে।

এই উপলক্ষ্যে বঙাইগাঁও জিলাৰ উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত অতিৰিক্ত উপায়ুক্ত পংকজ চমুৱাৰ সভাপতিত্বত এখন জৰুৰী সভা অনুষ্ঠিত হয়।জিলাখনৰ চিকিৎসা তথা স্বাস্থ্য বিষয়াৰ উপস্থিতিত মহাবিদ্যালয়মূহৰ অধ্যক্ষ, জিলা প্ৰাথমিক শিক্ষা বিষয়া তথা ভাৰপ্ৰাপ্ত বঙাইগাঁও জিলা সংমণ্ডলৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক, সমাজ কল্যাণ বিভাগৰ বিষয়াসকল, ৰাষ্ট্ৰীয় গ্ৰাম্য জীৱিকা মিছনৰ জিলা প্ৰকল্প প্ৰবন্ধক, ৰাষ্ট্ৰীয় নগৰ জীৱিকা মিছনৰ জিলা প্ৰকল্প প্ৰবন্ধক, বঙাইগাঁও পৌৰসভাৰ বিষয়ববীয়া আদিৰ লগত অনুষ্ঠিত সভাত বিশাল টীকাকৰণ অভিযান সম্পৰ্কত আলোচনা কৰা হয়।

উল্লেখ্য যে বঙাইগাঁও জিলাৰ নিৰ্ধাৰিত টীকাকৰণৰ লক্ষ্য হৈছে ২৫০০০ হিতাধিকাৰী। এই লক্ষ্যত উপনীত হ’বলৈ কোভিড-১৯ ৰ প্ৰতিষেধক টীকা ল’বলৈ এতিয়াও বাকী থকা লোকসকলক টীকা লোৱাৰ সুবিধা গ্ৰহণ কৰিবলৈ আহ্বান জনোৱা হৈছে।

যদি কোভিডৰ প্ৰথম পালি টীকা এতিয়াও কোনোবাই ল’বলৈ বাকী আছে তেতিয়াহলে এই বিশাল টীকাকৰণ অভিযানৰ দিনা টীকা গ্ৰহণ কৰাটো সুবিধাজনক হ’ব আৰু দ্বিতীয় পালি কোভিড টীকা লোৱাৰ বাবে যিসকলৰ সময় হৈছে অৰ্থাৎ নিৰ্দিষ্ট সময়সীমা অতিক্ৰম কৰিছে তেওঁলোকেও এই টীকাকৰণ অভিযানৰ সুবিধাতে দ্বিতীয় পালি টীকা ল’ব পাৰিব।

ইয়াৰ বাবে কোভিড টীকাকৰণ কেন্দ্ৰ বঢ়োৱা হ’ব। বজাৰ এলেকা, মহাবিদ্যালয় আদি স্থানত কোভিড টীকাকৰণ কেন্দ্ৰ স্থাপন কৰা হ’ব।

সেয়ে কোভিড-১৯ প্ৰতিষেধক টীকা গ্ৰহণ কৰি নিজকে সুৰক্ষিত কৰিবলৈ প্ৰশাসনৰ তৰফৰ পৰা ৰাইজক আহ্বান জনাইছে ৷ আশাকৰ্মী, অংগনৱাডী কৰ্মীয়ে এইক্ষেত্ৰত প্ৰতিঘৰ মানুহৰ ঘৰলৈ গৈ কোভিড প্ৰতিষেধক টীকা ল’বলৈ সজাগ কৰিব।

সেইদৰে মহাবিদ্যালয়ৰ অধ্যক্ষসকলেও ১৮ বছৰৰ ওপৰৰ ছাত্ৰ-ছাত্ৰীখিনিৰ লগতে তেওঁলোকৰ অভিভাৱকসকলক সজাগ কৰিব ৷ এইক্ষেত্ৰত বঙাইগাঁও জিলা প্ৰশাসনে সমূহ ৰাইজৰ সহায়-সহযোগিতা কামনা কৰিছে।

প্ৰণৱ কুমাৰ ডেকা, বঙাইগাঁও

প্ৰণৱ কুমাৰ ডেকা, বঙাইগাঁও

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বিশ্বৰ শীৰ্ষ ২ শতাংশ বিজ্ঞানীৰ তালিকাত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ অধ্যাপক ড০ অনুপম ‎শৰ্মা : অসমলৈ কঢ়িয়াই আনিলে বিৰল গৌৰৱ

বিশ্বৰ শীৰ্ষ ২ শতাংশ বিজ্ঞানীৰ তালিকাত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ অধ্যাপক ড০ অনুপম ‎শৰ্মা : অসমলৈ কঢ়িয়াই আনিলে বিৰল গৌৰৱ

October 13, 2026 10:12 pm
গণতন্ত্ৰত কুঠাৰ ঘাত! দিল্লীত এদিন প্ৰতিবাদ কৰিবৰ বাবে চৰকাৰক দিব লাগিব ১.২১ লাখ টকা!

গণতন্ত্ৰত কুঠাৰ ঘাত! দিল্লীত এদিন প্ৰতিবাদ কৰিবৰ বাবে চৰকাৰক দিব লাগিব ১.২১ লাখ টকা!

October 13, 2026 9:00 pm
কেন্দ্ৰীয় মন্ত্ৰীসভাৰ পৰা এল মুৰুগনৰ পদত্যাগ, ২০২৯ৰ লক্ষ্যৰে তামিলনাডুত বিজেপি শক্তিশালী কৰাত মন

কেন্দ্ৰীয় মন্ত্ৰীসভাৰ পৰা এল মুৰুগনৰ পদত্যাগ, ২০২৯ৰ লক্ষ্যৰে তামিলনাডুত বিজেপি শক্তিশালী কৰাত মন

October 13, 2026 7:58 pm
নিৰ্বাচনৰ পূৰ্বে পঞ্জাৱত মাদকবিৰোধী কৰ্মীক গুলীয়াই হত্যা! আপ চৰকাৰৰ বিৰুদ্ধে সৰৱ বিৰোধী

নিৰ্বাচনৰ পূৰ্বে পঞ্জাৱত মাদকবিৰোধী কৰ্মীক গুলীয়াই হত্যা! আপ চৰকাৰৰ বিৰুদ্ধে সৰৱ বিৰোধী

October 13, 2026 6:52 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বিশ্বৰ শীৰ্ষ ২ শতাংশ বিজ্ঞানীৰ তালিকাত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ অধ্যাপক ড০ অনুপম ‎শৰ্মা : অসমলৈ কঢ়িয়াই আনিলে বিৰল গৌৰৱ

বিশ্বৰ শীৰ্ষ ২ শতাংশ বিজ্ঞানীৰ তালিকাত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ অধ্যাপক ড০ অনুপম ‎শৰ্মা : অসমলৈ কঢ়িয়াই আনিলে বিৰল গৌৰৱ

October 13, 2026 10:12 pm
গণতন্ত্ৰত কুঠাৰ ঘাত! দিল্লীত এদিন প্ৰতিবাদ কৰিবৰ বাবে চৰকাৰক দিব লাগিব ১.২১ লাখ টকা!

গণতন্ত্ৰত কুঠাৰ ঘাত! দিল্লীত এদিন প্ৰতিবাদ কৰিবৰ বাবে চৰকাৰক দিব লাগিব ১.২১ লাখ টকা!

October 13, 2026 9:00 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd