• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, June 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

গুৱাহাটী প্ৰেছ ক্লাবত অব্যাহত থাকিব সাংবাদিকক কোভিড-১৯ৰ ভেকচিন প্ৰদান প্রক্রিয়া

সংবাদ প্ৰতিষ্ঠানৰ কৰ্তৃপক্ষই প্ৰেৰণ কৰিব লাগিব সাংবাদিক-সংবাদকৰ্মীৰ তালিকা

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
May 5, 2021 9:03 pm
gpp
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বুধবাৰৰ পৰা আৰম্ভ হোৱা ১৮-৪৪ বছৰ বয়সৰ সাংবাদিকক কোভিড-১৯ৰ ভেকচিন প্ৰদান শিবিৰ অব্যাহত থাকিব গুৱাহাটী প্ৰেছ ক্লাবত।

ৰাজ্য চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগে ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনৰ সহযোগত সাংবাদিক তথা সাংবাদিকৰ পৰিয়ালৰ সুৰক্ষাৰ বাবে ব্যৱস্থা কৰিছে কোভিড-১৯ৰ ভেকচিনৰ।

Apply Now

সেয়ে সকলো সংবাদ প্ৰতিষ্ঠানক নিজৰ নিজৰ সাংবাদিক তথা প্ৰতিষ্ঠানটোত কৰ্মৰত কৰ্মচাৰীসকলৰ তালিকা প্ৰেছ ক্লাবত জমা দিবলৈ অনুৰোধ জনাইছে প্রেছ ক্লাবৰ  সভাপতি

মনোজ কুমাৰ নাথ  আৰু সম্পাদক  সঞ্জয় ৰায়ে।

সভাপতি, সাধাৰণ সম্পাদক নিম্নলিখিত দিশ সমূহৰ প্ৰতি সকলোকে গুৰুত্ব দিবলৈ অনুৰোধ জনাইছে।

১. বৃহস্পতিবাৰৰ দিনৰ ১২ বজাৰ ভিতৰত প্ৰেছ ক্লাবত জমা দিব লাগিব তালিকা।

২. জমা দিয়া তালিকাত মুখ্য সম্পাদক/ মানৱ সম্পদ বিষয়াৰ চহী থকাটো বাধ্যতামূলক। অন্যথা সেই তালিকা গ্ৰহণ কৰা নহ’ব।

৩. কোনো সাংবাদিকে ব্যক্তিগতভাবে নিজৰ নাম প্ৰেছ ক্লাবত পঞ্জীয়ন কৰিব নোৱাৰিব।

৪. সংবাদ প্ৰতিষ্ঠানে জমা দিয়া তালিকা পৰা পৰ্যায়ক্ৰমে প্ৰদান কৰা হব কোভিড-১৯ৰ ভেকচিন।

৫. সংবাদ প্ৰতিষ্ঠানৰ সাংবাদিক- সংবাদকৰ্মীক প্ৰথমে প্ৰদান কৰা হব ভেকচিন। তাৰ পৰৱৰ্তী পৰ্যায়তহে পৰিয়ালক দিয়া হব ভেকচিন।

৬. শুকুৰবাৰৰ পৰাহে সংবাদ প্ৰতিষ্ঠানে দিয়া তালিকাৰ লোকক প্ৰদান কৰা হব ভেকচিন।

৭ তালিকাত সাংবাদিক/সংবাদকৰ্মী/ কৰ্মচাৰীৰ নাম, বয়স, লিংগ, পদবী আৰু ফোন নম্বৰ থাকিব লাগিব।

৮. ভেকচিন লোৱাৰ পূৰ্বে Co-Win অথবা আৰোগ্য সেতু এপত নাম পঞ্জীয়ন থকাটো বাঞ্চনীয়।

৯. সকলোকে কোভিড-১৯ৰ নীতি- নিৰ্দেশনা পালন কৰিব লাগিব।

১০. সংবাদ প্ৰতিষ্ঠানৰ কোনোৱে যদি এই শিবিৰত স্বেচ্ছাসেৱী হিচাপে সেৱা আগবঢ়াব বিচাৰে তেনেহলে প্ৰেছ ক্লাবৰে যোগাযোগ কৰিবলৈ অনুৰোধ জনোৱা হৈছে।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

ভাৰতীয় সেনাৰ দমনত স্তিমিত হৈ আহিল মাওবাদী সংগ্ৰাম : এতিয়া মাটি, বনাঞ্চল আৰু খনিজ সম্পদক লৈ যুঁজিছে আদিবাসী ৰাইজে

ভাৰতীয় সেনাৰ দমনত স্তিমিত হৈ আহিল মাওবাদী সংগ্ৰাম : এতিয়া মাটি, বনাঞ্চল আৰু খনিজ সম্পদক লৈ যুঁজিছে আদিবাসী ৰাইজে

June 16, 2026 9:46 pm
মধুচন্দ্ৰিকালৈ গৈ কৰুণ মৃত্যু তথ্যপ্ৰযুক্তি কৰ্মীৰ, উদ্ধাৰ নৱবিবাহিতাৰ ৰক্তাক্ত মৃতদেহ, সন্দেহৰ আৱৰ্তত স্বামী

মধুচন্দ্ৰিকালৈ গৈ কৰুণ মৃত্যু তথ্যপ্ৰযুক্তি কৰ্মীৰ, উদ্ধাৰ নৱবিবাহিতাৰ ৰক্তাক্ত মৃতদেহ, সন্দেহৰ আৱৰ্তত স্বামী

June 16, 2026 9:33 pm
জি-৭ সন্মিলনত আকৌ মুখামুখি হ’ল মোদী আৰু মেলনী : এইবাৰ কি উপহাৰ দিলে নৰেন্দ্ৰ মোদীয়ে?

জি-৭ সন্মিলনত আকৌ মুখামুখি হ’ল মোদী আৰু মেলনী : এইবাৰ কি উপহাৰ দিলে নৰেন্দ্ৰ মোদীয়ে?

June 16, 2026 9:13 pm
নিৰ্বাচনৰ পথাৰত নামিবনে ককৰোচ জনতা পাৰ্টী, নিজৰ স্থিতি স্পষ্ট কৰিলে প্ৰতিষ্ঠাপক অভিজিতে

নিৰ্বাচনৰ পথাৰত নামিবনে ককৰোচ জনতা পাৰ্টী, নিজৰ স্থিতি স্পষ্ট কৰিলে প্ৰতিষ্ঠাপক অভিজিতে

June 16, 2026 9:07 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভাৰতীয় সেনাৰ দমনত স্তিমিত হৈ আহিল মাওবাদী সংগ্ৰাম : এতিয়া মাটি, বনাঞ্চল আৰু খনিজ সম্পদক লৈ যুঁজিছে আদিবাসী ৰাইজে

ভাৰতীয় সেনাৰ দমনত স্তিমিত হৈ আহিল মাওবাদী সংগ্ৰাম : এতিয়া মাটি, বনাঞ্চল আৰু খনিজ সম্পদক লৈ যুঁজিছে আদিবাসী ৰাইজে

June 16, 2026 9:46 pm
মধুচন্দ্ৰিকালৈ গৈ কৰুণ মৃত্যু তথ্যপ্ৰযুক্তি কৰ্মীৰ, উদ্ধাৰ নৱবিবাহিতাৰ ৰক্তাক্ত মৃতদেহ, সন্দেহৰ আৱৰ্তত স্বামী

মধুচন্দ্ৰিকালৈ গৈ কৰুণ মৃত্যু তথ্যপ্ৰযুক্তি কৰ্মীৰ, উদ্ধাৰ নৱবিবাহিতাৰ ৰক্তাক্ত মৃতদেহ, সন্দেহৰ আৱৰ্তত স্বামী

June 16, 2026 9:33 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd