DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 7, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

উদ্বেগজনক! ৪৪খন দেশত পোৱা গৈছে কৰোণা ভাইৰাচৰ ভাৰতীয় প্ৰজাতিৰ সংক্ৰমণ : বিশ্ব স্বাস্থ্য সংস্থা

এন ই নাও নিউজ by এন ই নাও নিউজ
May 12, 2021 3:47 pm
(প্ৰতিনিধিত্বমূলক ফটো)

(প্ৰতিনিধিত্বমূলক ফটো)

343
VIEWS
Share on FacebookShare on Twitter

ভাৰতৰ ক’ভিড-১৯ দ্বিতীয় ঢৌত যিটো ভাইৰাচবিধৰ যিটো প্ৰজাতিয়ে সংক্ৰামক ৰূপ লৈছে, সেই প্ৰজাতি বিশ্বৰ আন ৪৪খনকৈ দেশত পোৱা গৈছে।

এই তথ্য প্ৰকাশ কৰিছে বিশ্ব স্বাস্থ্য সংস্থাই।

উল্লেখযোগ্য যে যোৱা বছৰ অক্টোবৰতে ভাৰতত প্ৰথম পোৱা গৈছিল বি.১.৬১৭ প্ৰজাতিৰ এই ভাইৰাচ।

বিশ্ব স্বাস্থ্য সংস্থাই চলিত সপ্তাহত এই প্ৰজাতিবিধক ‘উদ্বেগজনক’ আখ্যা দিছিল।

ভাৰতৰ পাছতে এই ভাইৰাচৰ প্ৰভাৱ সকলোতকৈ বেছি দেখা গৈছে ব্ৰিটেইনত।

অন্যান্য প্ৰজাতিৰ তুলনাত কৰোণাৰ এই প্ৰজাতিয়ে অনেক দ্ৰুত সংক্ৰমণ বিয়পাইছে বুলিও সতৰ্ক কৰি দিছে বিশ্ব স্বাস্থ্য সংস্থাই।

সংস্থাৰ পৰা এটা বিবৃত্তিত কোৱা হৈছে যে ভাইৰাচৰ এই প্ৰজাতিটোৱে দ্ৰুতভাৱে সংক্ৰমণ বিয়পাবলৈ সক্ষম।

আনকি কৰোণাৰ ভেকচিনৰ মাধ্যমেৰে যি এণ্টিবডী তৈয়াৰ হয়, সেই এণ্টিবডীও অনেক সময় এই ভাইৰাচক ৰোধ কৰিবলৈ ব্যৰ্থ হয়।

সংস্থাই কয় যে এই প্ৰজাতিটোৰ দ্ৰুত সংক্ৰমণৰ ফলস্বৰূপেই ভেকচিন লোৱাৰ পাছতো অনেক লোক ক’ভিড-১৯ত আক্ৰান্ত হৈছে।

এই ক্ষেত্ৰতত এই প্ৰজাতিৰ ভাইৰাচবিধৰ সংক্ৰমণ কমোৱাটোৱে সঠিক পদক্ষেপ বুলি বিশ্ব স্বাস্থ্য সংস্থাই প্ৰকাশ কৰিছে।

ইয়াৰ বাবে প্ৰতিখন দেশকে পৰ্যাপ্ত ব্যৱস্থা ল’বলৈও সতৰ্ক কৰি দিছে সংস্থাই।

এতিয়াই সতৰ্ক নহ’লে এই প্ৰজাতিটোক নিয়ন্ত্ৰণলৈ অনা কঠিন হৈ পৰিব বুলি আশংকা প্ৰকাশ কৰিছে বিশ্ব স্বাস্থ্য সংস্থাৰ বিশেষজ্ঞসকলে।

Recent News

bhagwant mann marriage

জীৱনৰ আন এক ইনিংছ আৰম্ভ কৰিলে ভগৱন্ত মানে: বিয়াত বহিল পঞ্জাৱৰ মুখ্যমন্ত্ৰী

Boris Johnson Resigns

কেলেংকাৰীৰ অভিযোগে কাঢ়িলে চকী: ব্ৰিটিছ প্ৰধানমন্ত্ৰী বৰিছ জনছনৰ পদত্যাগ

শিলসাঁকোৰ উচ্ছেদৰ নামত বিভাজন! নলা আৱদ্ধ কৰি বাসগৃহ নিৰ্মাণ কৰা নাই বুলি দাবী!

sweating

Sweating: গৰমৰ দিনত ঘাম ওলোৱাতো স্বাভাৱিক, কিন্তু অত্যাধিক ঘাম ওলোৱা কেনেকৈ নিয়ন্ত্ৰণ কৰিব পাৰি জানেনে?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd