• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কৰ’নাভাইৰাছ: ৰাইজ, জৰুৰী সেৱাৰ কৰ্মচাৰীক ধন্যবাদ আছুৰ

দীপজ্যোতি শৰ্মা by দীপজ্যোতি শৰ্মা
April 7, 2020 8:52 pm
আছুৰ সভাপতি দীপাংক কুমাৰ নাথৰ ফাইল ছবি।

আছুৰ সভাপতি দীপাংক কুমাৰ নাথৰ ফাইল ছবি।

8
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সদৌ অসম ছাত্ৰ সন্থাই ক’ৰনা ভাইৰাছৰ বিৰুদ্ধে চৰকাৰে আহ্বান জনোৱা ২১দিনীয়া লকডাউন বৰ্তমানলৈকে সুচাৰুপে মানি চলা বাবে অসমৰ প্ৰতিগৰাকী জনতালৈ ধন্যবাদ জ্ঞাপন কৰিছে।

লগতে কৰ’নাভাইৰাছৰ বিৰুদ্ধে যুঁজত জড়িত হৈ থকা স্বাস্থ্য বিভাগৰ কৰ্মচাৰী, পৌৰ নিগম আৰু পৌৰ সভা কৰ্মচাৰীৰ প্ৰমুখ্যে জৰুৰীকালীন আৰু অত্যাৱশ্যকীয় সেৱা লগত জড়িত সকলোকে ছাত্ৰ সন্থাই ধন্যবাদ জ্ঞাপন কৰিছে।

Apply Now

ৰাইজ আৰু জৰুৰী সেৱাৰ কৰ্মচাৰীসকলক ধন্যবাদ জ্ঞাপনৰ লগতে আছুৰ সভাপতি দীপাংক কুমাৰ নাথে ছাত্ৰ সন্থাৰ কৰ্মীসকলকো এক বিশেষ আহ্বান জনাইছে।

সভাপতিগৰাকীয়ে গাওঁ আৰু মফচলীয় অঞ্চলসমূহত ছেনিটাইজেচনত সহায় কৰিবলৈ আঞ্চলিক আৰু জিলা ছাত্ৰ সন্থাসমূহক আহ্বান জনাইছে।

“কাইলৈৰ পৰা সকলো আঞ্চলিক ছাত্ৰ সন্থা, জিলা ছাত্ৰ সন্থাই এই কথাটোত গুৰুত্ব দি আগবাঢ়িব লাগে,” নাথে কয়।

“প্ৰত্যেক গাওঁ-মফচলীয় অঞ্চল যিবোৰত বৰ্তমান সময়তো চেনিটাইজ হোৱা নাই অথবা কৰ’নাভাইৰাছৰ সংক্ৰমণ নাশ কৰা কোনো দ্ৰব্য গৈ পোৱা নাই, সেই অঞ্চলসমূহত ছাত্ৰ সন্থা কর্মীসকলে কৃষকৰ স্প্ৰে মেচিনৰ জৰিয়তে ব্লিছিং পাউদাৰ তথা চৰকাৰীভাৱে চেনিটাইজ কৰা যিসমূহ দ্ৰব্য আছে সেই সমূহ যুগুত কৰি নিজাকৈ সেই অঞ্চল সমূহৰ চুক-কোণ সামৰি চেনিটাইজ কৰিব লাগে।”

চৰকাৰ তথা প্ৰশাসনে সাঙুৰি ল’ব নোৱাৰা অঞ্চলসমূহত প্ৰশাসনৰ অনুমতি লৈ চেনিটাইজ কৰাটো উচিত বুলি আছুৰ সভাপতিজনে মন্তব্য কৰে৷

তেওঁ কয় যে লকডাউনৰ সময়ত আছু কৰ্মীসকলে দৰিদ্ৰ লোকসকলৰ কাষত থিয় দিছে আৰু খাদ্য সামগ্ৰীৰ উপৰি দৰৱ আদিও যোগান ধৰিছে।

“শিৱসাগৰ, যোৰহাট, ডিব্ৰুগড় জিলাৰ লগতে বহুকেইখক জিলাৰ জিলা ছাত্ৰ সন্থা আৰু আঞ্চলিক ছাত্ৰ সন্থাই দৰৱ-ঔষধপাতি যোগান ধৰিবলৈ প্ৰচেষ্টা কৰিছে,” নাথে কয়।

কৰ’নাভাইৰাছৰ প্ৰাদুৰ্ভাৱৰ সময়ত ইজনে-সিজনক সহায় কৰি আমি আগবাঢ়ি যাব লাগিব বুলি তেওঁ মন্তব্য কৰে।

“বেমাৰ যাতে কোনো কাৰণত বিয়পি পৰিব নোৱাৰে। সমগ্ৰ অসমত কৰ’নাৰ বিৰুদ্ধে যুঁজ দিবলৈ সকলো একত্ৰিত হব লাগিব,” নাথে কয়।

Tags: COVID19
দীপজ্যোতি শৰ্মা

দীপজ্যোতি শৰ্মা

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

ইউপিআই ব্যৱহাৰত লাগিব মাচুল! ট্ৰাম্পক সন্তুষ্ট কৰিবলৈ আমেৰিকাৰ চাপত নতিস্বীকাৰ মোদীৰ ; অভিযোগ ৰাহুলৰ

ইউপিআই ব্যৱহাৰত লাগিব মাচুল! ট্ৰাম্পক সন্তুষ্ট কৰিবলৈ আমেৰিকাৰ চাপত নতিস্বীকাৰ মোদীৰ ; অভিযোগ ৰাহুলৰ

September 15, 2026 9:31 pm
মণিপুৰত পুনৰ ৰক্তক্ষয়! জিৰিবামত দুই আদিবাসী মহিলাক গুলীয়াই হত্যা, জ্বলাই দিয়া হ’ল খামাৰঘৰ

মণিপুৰত পুনৰ ৰক্তক্ষয়! জিৰিবামত দুই আদিবাসী মহিলাক গুলীয়াই হত্যা, জ্বলাই দিয়া হ’ল খামাৰঘৰ

September 15, 2026 9:11 pm
নগাঁৱ লোকসভা উপ-নিৰ্বাচনত বদৰুদ্দিন আজমলক নমোৱাৰ চেষ্টা বিজেপিৰ! অভিযোগ মীৰা বৰঠাকুৰৰ

নগাঁৱ লোকসভা উপ-নিৰ্বাচনত বদৰুদ্দিন আজমলক নমোৱাৰ চেষ্টা বিজেপিৰ! অভিযোগ মীৰা বৰঠাকুৰৰ

September 15, 2026 8:15 pm
যন্তৰ-মন্তৰত ছাত্ৰ কৰ্মীৰ পিতৃক আক্ৰমণ কৰা হিন্দুত্ববাদী নেতা স্বতন্ত্ৰ ভৰদ্বাজে লাভ কৰিলে অন্তৱৰ্তীকালীন জামিন

যন্তৰ-মন্তৰত ছাত্ৰ কৰ্মীৰ পিতৃক আক্ৰমণ কৰা হিন্দুত্ববাদী নেতা স্বতন্ত্ৰ ভৰদ্বাজে লাভ কৰিলে অন্তৱৰ্তীকালীন জামিন

September 15, 2026 7:15 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ইউপিআই ব্যৱহাৰত লাগিব মাচুল! ট্ৰাম্পক সন্তুষ্ট কৰিবলৈ আমেৰিকাৰ চাপত নতিস্বীকাৰ মোদীৰ ; অভিযোগ ৰাহুলৰ

ইউপিআই ব্যৱহাৰত লাগিব মাচুল! ট্ৰাম্পক সন্তুষ্ট কৰিবলৈ আমেৰিকাৰ চাপত নতিস্বীকাৰ মোদীৰ ; অভিযোগ ৰাহুলৰ

September 15, 2026 9:31 pm
মণিপুৰত পুনৰ ৰক্তক্ষয়! জিৰিবামত দুই আদিবাসী মহিলাক গুলীয়াই হত্যা, জ্বলাই দিয়া হ’ল খামাৰঘৰ

মণিপুৰত পুনৰ ৰক্তক্ষয়! জিৰিবামত দুই আদিবাসী মহিলাক গুলীয়াই হত্যা, জ্বলাই দিয়া হ’ল খামাৰঘৰ

September 15, 2026 9:11 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd