DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, June 26, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

“গৌমূত্ৰ পান কৰাৰ বাবে ভগৱানে মোক কুশলে ৰাখিছে!” : বিজেপি সাংসদ প্ৰজ্ঞা ঠাকুৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
May 17, 2021 8:25 pm
425
VIEWS
Share on FacebookShare on Twitter

পুনৰ বিতৰ্কিত মন্তব্যৰে চৰ্চালৈ আহিছে ভূপালৰ বিজেপি সাংসদ প্ৰজ্ঞা ঠাকুৰ।

সাংসদগৰাকীয়ে দেওবাৰে ভূপালৰ এটা অনুষ্ঠানত কয় যে ক’ভিড-১৯ ৰোধ কৰিবলৈ গৌমূত্ৰ পান কৰা উচিত।

“দেশীয় গৰুৰ মূত্ৰই আমাৰ হৃদযন্ত্ৰক অসুখ সোঁচৰাৰ পৰা আতৰাই ৰাখে। মই নিজে অনেক শাৰিৰীক অসুস্থতাত ভূগি আছো কিন্তু প্ৰতিদিনাই গৌমূত্ৰ পান কৰি আহিছো।”

তেওঁ কয় যে গৌমূত্ৰৰ বাদে কৰোণাভাইৰাছক ৰুধিবলৈ তেওঁ আন একো ঔষধ ব্যৱহাৰ কৰা নাই আৰু সেয়ে ভাইৰাচে তেওঁক সুঁচৰিব পৰা নাই।

Twice Born Merit🤣🤣🤣

Sadhvi Pragya Thakur says;
“Cow urine cures lung infection, I take it so I didn’t get corona virus.” pic.twitter.com/lpPOdcCwbz

— Suraj Kumar Bauddh (@SurajKrBauddh) May 17, 2021

“মই বিশ্বাস কৰো যে গৌমূত্ৰ পান কৰি থকাৰ বাবে ভগৱানে মোক সুৰক্ষিত কৰি ৰাখিছে।”- সাংসদগৰাকীয়ে কয়।

গৌমূত্ৰক তেওঁ ‘জীৱনদায়িনী ঔষধ’ হিচাপেও আখ্যা দিয়ে।

উল্লেখযোগ্য যে বিজেপিৰ এই সাংসদগৰাকী ২০০৮ চনত সংঘটিত হোৱা মালেগাঁও বোমা বিস্ফোৰণৰ এগৰাকী অভিযুক্ত হিচাপে কাৰাবাস খাটিছিল।

Recent News

India tour of England: ইংলেণ্ডৰ বিৰুদ্ধে টেষ্ট আৰম্ভ হোৱাৰ পূৰ্বে বৃহৎ আঘাত; কৰ’নাত আক্ৰান্ত টীম ইণ্ডিয়াৰ অধিনায়ক

India tour of England: ইংলেণ্ডৰ বিৰুদ্ধে টেষ্ট আৰম্ভ হোৱাৰ পূৰ্বে বৃহৎ আঘাত; কৰ’নাত আক্ৰান্ত টীম ইণ্ডিয়াৰ অধিনায়ক

Gujarat Riots: সমাজকৰ্মী তিস্তা শীতলৱাড়ক আটক গুজৰাট এটিএছৰ; আটক প্ৰাক্তন আইপিএছ শ্ৰীকুমাৰো

Gujarat Riots: সমাজকৰ্মী তিস্তা শীতলৱাড়ক আটক গুজৰাট এটিএছৰ; আটক প্ৰাক্তন আইপিএছ শ্ৰীকুমাৰো

ত্ৰিপুৰাত প্ৰৱঞ্চনাৰ বলি অসমৰ দুই শতাধিক যুৱক; অসম চৰকাৰক ব্যৱস্থা গ্ৰহণৰ দাবী ডি ৱাই এফ আইৰ

ত্ৰিপুৰাত প্ৰৱঞ্চনাৰ বলি অসমৰ দুই শতাধিক যুৱক; অসম চৰকাৰক ব্যৱস্থা গ্ৰহণৰ দাবী ডি ৱাই এফ আইৰ

মাৰ্ঘেৰিটাৰ মাকুম পথাৰত বন্যহস্তীয়ে লণ্ডভণ্ড কৰিলে বাসগৃহ; এজন লোক আহত

মাৰ্ঘেৰিটাৰ মাকুম পথাৰত বন্যহস্তীয়ে লণ্ডভণ্ড কৰিলে বাসগৃহ; এজন লোক আহত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd