• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

‘গৰখীয়া’: হেৰাই যোৱাৰ পথত গ্ৰাম্য জীৱনৰ এটা চিনাকি চৰিত্ৰ

নীলমণি শৰ্মা by নীলমণি শৰ্মা
November 4, 2018 7:35 am
IMG_20181030_082535

ভেলাখামাৰ গাৱঁৰ গৰখীয়া হিমা চৰন নাথে ৰ’দ, বৰষুণ নেওচি এনেদৰে গৰু ৰখীয়াৰ কাম কৰি গৈছে। ফটো : নীলমণি শৰ্মা

13
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমীয়া সমাজ জীৱনৰ লগত ওত:প্ৰোতভাবে জড়িত গৰখীয়াসকল৷ ৰ’দ-বৰষুণ তথা ধুমুহাক নেওচি কাম কৰি যোৱা এই গৰখীয়া সকলক বাদ দি যেন অসমীয়া সমাজ জীৱনৰ কথা ভাবিবই নোৱাৰি৷ অসমীয়া সমাজ জীৱনত বিশেষ স্থান দখল কৰি অহা গৰখীয়া সকলে গৰুৰখীয়া কামক জীৱন আৰু জীবিকাৰ একমাত্ৰ পথ হিচাপে লৈ আহিছে। গৰখীয়াসকলৰ নিজৰ গৰু নাথাকিলেও আনৰ গৰু চৰাই প্ৰতিদিনে গৃহস্থক কৃষি কৰ্মত সহায় কৰি আহিছে।

এই গৰখীয়া সকলৰ জীৱনলৈ কাহানিও নাহে দূৰ্গা পূজা অথবা ঈদ, বিহুৰ দৰে উৎসৱ-আনন্দ। পৰিয়ালটোক পোহপাল দিয়াৰ তাগিদাত বছৰটোৰ আটাইকেইটা দিন ব্যস্ত থাকে গৰু ৰখীয়াৰ কামত।

Apply Now
IMG_20181030_082511
ভেলাখামাৰ গাৱঁৰ গৰখীয়া হিমা চৰন নাথে ৰ’দ, বৰষুণ নেওচি এনেদৰে গৰু ৰখীয়াৰ কাম কৰি গৈছে। ফটো : নীলমণি শৰ্মা

ইপিনে,আধুনিক প্ৰযুক্তিবিদ্যাৰ উন্নতিৰ লগে লগে গ্ৰাম্য অঞ্চলত অধিকাংশ খেতিয়কে ট্ৰেক্টৰ,পাৱাৰটিলাৰ আদি ব্যৱহাৰ কৰাত গৰুৰ সংখ্যাও দ্ৰুতগতিত কমি আহিছে ৷ তদুপৰি, বজাৰৰ আকাশংঘী মূল্যবৃদ্ধিয়ে এই দুখীয়া দৰিদ্ৰ সকলোক একপ্ৰকাৰ কোঙা কৰি তুলিছে।

অসমৰ গ্ৰাম্য জীৱনৰ লগত জড়িত এই গৰখীয়া সকলৰ খবৰ ল’বলৈ যেন কাৰোৰে আহৰি নাই। কৃষ্ণাইৰ কাষৰীয়া ভেলাখামাৰ গাৱঁৰ হিমা চৰন নাথে বিগত ৩০/৪০বছৰ ধৰি গৰু ৰখীয়াৰ কাম কৰি গৈছে যদিও  আজিলৈ কাৰোৰে পৰা কোনো সঁহাৰি নাপালে।

সীমাহীন দুখ যন্ত্ৰণাৰ মাজেৰে দিন অতিবাহিত কৰিছে হিমা চৰন নাথে। সততে দূখীয়াৰ চৰকাৰ বুলি জয়গান গোৱা সৰ্বানন্দ সোণোৱাল চৰকাৰৰ কোনো এখন আঁচনিয়ে ঢুকি পোৱা নাই গৰখীয়া সকলক।

গোটেই বছৰটোৱে গৰু ৰাখি গৃহস্থক সহায় কৰা এই গৰখীয়া সকলৰ কথা নাভাবে গৰুৰ মালিক সকলেও। আনকি সময়ে সময়ে বহু মালিকে গৰখীয়াক প্ৰাপ্য মজুৰিৰ পৰা বঞ্চিত কৰাৰ অলেখ উদাহৰণো আছে। সময় থাকোঁতে যদি এই গৰখীয়া সকলৰ কথাবোৰ চিন্তা নকৰে,তেন্তে অচিৰেই হেৰাই যাব গ্ৰাম্য জীৱনৰ এই চিনাকি চৰিত্ৰ ‘গৰখীয়া’৷ হয়তোবা সাধুকথাৰ পুথিতে আৱদ্ধ থাকিব গৰখীয়াৰ চৰিত্ৰ।

নীলমণি শৰ্মা

নীলমণি শৰ্মা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ভাৰতীয় পুতলা নিৰ্মাতাসকলক বিশ্বৰ বৃহৎ বজাৰ দখল কৰিবলৈ আহ্বান নিৰ্মলা সীতাৰমণৰ

ভাৰতীয় পুতলা নিৰ্মাতাসকলক বিশ্বৰ বৃহৎ বজাৰ দখল কৰিবলৈ আহ্বান নিৰ্মলা সীতাৰমণৰ

July 7, 2026 8:43 pm
প্ৰকৃত তৃণমূল কোনটো? উত্তৰৰ বাবে ঋতব্ৰত গোটক সময়সীমা বান্ধি দিলে নিৰ্বাচন আয়োগে

প্ৰকৃত তৃণমূল কোনটো? উত্তৰৰ বাবে ঋতব্ৰত গোটক সময়সীমা বান্ধি দিলে নিৰ্বাচন আয়োগে

July 7, 2026 8:41 pm
তাজমহল আচলতে হিন্দু মন্দিৰ ‘তেজো মহালয়’ নেকি? কেন্দ্ৰীয় চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে এলাহাবাদ উচ্চ ন্যায়ালয়ে

তাজমহল আচলতে হিন্দু মন্দিৰ ‘তেজো মহালয়’ নেকি? কেন্দ্ৰীয় চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে এলাহাবাদ উচ্চ ন্যায়ালয়ে

July 7, 2026 8:22 pm
পুৰণি গাড়ীৰ মটৰ আৰু ৰবৰৰ অংশ নষ্ট কৰিব পাৰে ই ২০ ইন্ধনে, পোহৰলৈ আহিল এআৰএআইৰ গোপন প্ৰতিবেদন

পুৰণি গাড়ীৰ মটৰ আৰু ৰবৰৰ অংশ নষ্ট কৰিব পাৰে ই ২০ ইন্ধনে, পোহৰলৈ আহিল এআৰএআইৰ গোপন প্ৰতিবেদন

July 7, 2026 7:33 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভাৰতীয় পুতলা নিৰ্মাতাসকলক বিশ্বৰ বৃহৎ বজাৰ দখল কৰিবলৈ আহ্বান নিৰ্মলা সীতাৰমণৰ

ভাৰতীয় পুতলা নিৰ্মাতাসকলক বিশ্বৰ বৃহৎ বজাৰ দখল কৰিবলৈ আহ্বান নিৰ্মলা সীতাৰমণৰ

July 7, 2026 8:43 pm
প্ৰকৃত তৃণমূল কোনটো? উত্তৰৰ বাবে ঋতব্ৰত গোটক সময়সীমা বান্ধি দিলে নিৰ্বাচন আয়োগে

প্ৰকৃত তৃণমূল কোনটো? উত্তৰৰ বাবে ঋতব্ৰত গোটক সময়সীমা বান্ধি দিলে নিৰ্বাচন আয়োগে

July 7, 2026 8:41 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd