• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, August 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

‘গৰু সাধাৰণ জন্তু নহয়, গৰু আমাৰ মাতৃ’, গোহত্যা কৰিলে ভয়ংকৰ পৰিণতি হ’ব বুলি মুছলমানসকলক সকীয়াই দিলে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰীয়ে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 2, 2026 8:52 pm
33
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰতৰ উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে যিসকল লোকে গৰুক কেৱল এটা সাধাৰণ জন্তু বুলি ভাৱে, তেওঁলোকক কঠোৰ সমালোচনা কৰিছে। সোমবাৰে তেওঁ কয় যে ভাৰতীয় পৰম্পৰাত গৰুক মাতৃ হিচাপে পূজা কৰা হয়। এই সময়তে বিজেপিৰ জ্যেষ্ঠ নেতাজনে সকীয়াই দি কয় যে মুছলমান ধৰ্মীয় নেতাসকলে নিজৰ অনুগামীসকলক গোমাতাৰ প্ৰতি কোনো ধৰণৰ অসন্মান প্ৰদৰ্শন নকৰিবলৈ সতৰ্ক কৰি দিয়া উচিত।

শেহতীয়াকৈ গৰুক ৰাষ্ট্ৰীয় প্ৰাণী হিচাপে ঘোষণা কৰাৰ দাবীত ভাৰতৰ বহু কেইজন ধৰ্মীয় নেতা সৰৱ হৈ পৰিছে। জমিয়ত উলেমা-এ-হিন্দৰ সভাপতি মৌলানা অৰছাদ মাদানী আৰু আন কিছুমান মুছলমান সংগঠনে গৰুক ৰাষ্ট্ৰীয় প্ৰাণী ঘোষণা কৰাৰ দাবী জনাইছিল। ইয়াৰ পৰিপ্ৰেক্ষিতত বহু ঠাইত প্ৰতিবাদো সাব্যস্ত হৈছিল।

Apply Now

সোমবাৰে এখন চৰকাৰী অনুষ্ঠানত এই প্ৰসংগ উল্লেখ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে মাতৃৰ সন্মান ৰক্ষা কৰাৰ কথা কোনো সন্তানক সুকীয়াকৈ শিকাই দিব নালাগে। দেশৰ মানুহে নিজৰ মাতৃ আৰু গৰুক সমান শ্ৰদ্ধাৰ চকুৰে চায়। যিসকলে গৰুক জন্তু বুলি কয়, তেওঁলোকে আচলতে গোহত্যাকেই সমৰ্থন কৰে।

তেওঁ লগতে কয় যে গৰু আমাৰ মাতৃ, গৰু কোনো নিছক জন্তু নহয়। গোমাতাক জন্তু আখ্যা দিলে বুজিব লাগিব যে তেওঁলোকৰ মানসিকতা একেবাৰে পাশৱিক। গোমাতা আমাৰ ৰাষ্ট্ৰমাতা। ইয়াৰ বাবে কোনো আনুষ্ঠানিক ঘোষণাৰ প্ৰয়োজন নাই। আদিত্যনাথে কয় যে আজিকালি বহুতো মৌলবী আৰু মাওলানাই গৰুক ৰাষ্ট্ৰীয় প্ৰাণী ঘোষণা কৰাৰ দাবী উত্থাপন কৰিছে। কিন্তু আমি কওঁ যে গৰু আমাৰ মাতৃ। তেওঁৰ সৈতে আমাৰ সম্পৰ্ক বহু জন্মৰ। গৰুৰ মৰ্যাদা কি, সেই বিষয়ে আক্ৰমণকাৰীসকলৰ পৰা আমাৰ শিক্ষা লোৱাৰ কোনো প্ৰয়োজন নাই। আমাৰ নিজা মূল্যবোধ আৰু পৰম্পৰা আছে আৰু আমি সদায় গৰুক মাতৃ হিচাপে সন্মান কৰি আহিছো।

আগন্তুক ঈদ-উজ-জোহাৰ শুভেচ্ছা জনাবলৈ ছ’চিয়েল মিডিয়াত যিসকলে গৰুৰ ছবি আপলোড কৰিছে, তেওঁলোককো উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কঠোৰ সকীয়নি দিছে। এনেধৰণৰ উচটনিমূলক কামৰ পৰা নিজৰ অনুগামীসকলক বিৰত ৰাখিবলৈ তেওঁ ধৰ্মীয় নেতাসকলক আহ্বান জনায়। তেওঁ কয় যে বকৰিদৰ শুভেচ্ছা জনাবলৈ গৈ বহুতে ছ’চিয়েল মিডিয়াত গোমাতাৰ ছবি পোষ্ট কৰা মই দেখিছো। তেওঁলোকে বুজা উচিত যে উত্তৰ প্ৰদেশত গোহত্যাৰ অৰ্থ ঠিক কি। যদি কোনোবাই এনে ধৰণৰ কাম কৰিবলৈ চেষ্টা কৰে, তেন্তে তেওঁ ইয়াৰ চৰম পৰিণতি ভোগ কৰিব লাগিব।

সেই একেখন অনুষ্ঠানতে যোগী আদিত্যনাথে পাকিস্তানৰ পৰা ভাৰতলৈ অহা ১,৬৪৫ টা পৰিয়ালক মাটিৰ মালিকানাৰ প্ৰমাণপত্ৰ প্ৰদান কৰে। তেওঁ দাবী কৰে যে দেশ বিভাজনৰ সময়ত ধৰ্মীয় উগ্ৰবাদৰ বাবে তেওঁলোকৰ পৈতৃক সম্পত্তি জোৰকৈ কাঢ়ি লোৱা হৈছিল আৰু নিৰ্দোষী হিন্দু আৰু শিখসকলক নিৰ্মমভাৱে হত্যা কৰা হৈছিল। এই অনুষ্ঠানতে তেওঁ সংশোধিত নাগৰিকত্ব আইন (কা) গৃহীত কৰাৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু গৃহমন্ত্ৰী অমিত শ্বাহক প্ৰশংসা কৰে। তেওঁ দাবী কৰে যে এই আইনৰ ফলতেই পাকিস্তান, বাংলাদেশ আৰু আফগানিস্তানৰ পৰা ধৰ্মীয় নিৰ্যাতনৰ বলি হৈ পলাই অহা হিন্দু, শিখ, বৌদ্ধ আৰু জৈন ধৰ্মৰ লোকসকলে ভাৰতত পাঁচ বছৰতকৈ অধিক সময় বসবাস কৰিলে নাগৰিকত্ব লাভ কৰিব। ‘কা’ৰ বিৰোধিতা কৰাৰ বাবে বিৰোধী দলসমূহক তীব্ৰ সমালোচনা কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে বিৰোধীয়ে আচলতে বেআইনী অনুপ্ৰৱেশকাৰীকহে উদগনি দিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অসমৰ বান সাহায্যৰ বাবে বেদান্তৰ ৭ কোটি টকাৰ অনুদান : অনিল আগৰৱালক ধন্যবাদ মুখ্যমন্ত্ৰীৰ

অসমৰ বান সাহায্যৰ বাবে বেদান্তৰ ৭ কোটি টকাৰ অনুদান : অনিল আগৰৱালক ধন্যবাদ মুখ্যমন্ত্ৰীৰ

August 5, 2026 8:53 pm
নিপকোৱে এৰি দিলে দৈয়া বান্ধৰ পানী : নৈপৰীয়া লোকক সৰ্তক হ’বলৈ অনুৰোধ প্ৰশাসনৰ

নিপকোৱে এৰি দিলে দৈয়া বান্ধৰ পানী : নৈপৰীয়া লোকক সৰ্তক হ’বলৈ অনুৰোধ প্ৰশাসনৰ

August 5, 2026 8:34 pm
ঝাৰখণ্ডত স্কুলীয়া ছাত্ৰীক অপহৰণ আৰু দুদিন ধৰি ধৰ্ষণ! ঘটনা পোহৰলৈ অহাৰ লগে লগে অভিযুক্ত যুৱকক মৰিয়াই হত্যা ৰাইজৰ

ঝাৰখণ্ডত স্কুলীয়া ছাত্ৰীক অপহৰণ আৰু দুদিন ধৰি ধৰ্ষণ! ঘটনা পোহৰলৈ অহাৰ লগে লগে অভিযুক্ত যুৱকক মৰিয়াই হত্যা ৰাইজৰ

August 5, 2026 6:50 pm
চন্দ্ৰত খহি পৰিব স্পেচএক্সৰ ৰকেটৰ অংশ : নাছাই পৰ্যবেক্ষণ কৰিব এক বিৰল ঘটনা

চন্দ্ৰত খহি পৰিব স্পেচএক্সৰ ৰকেটৰ অংশ : নাছাই পৰ্যবেক্ষণ কৰিব এক বিৰল ঘটনা

August 5, 2026 5:54 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অসমৰ বান সাহায্যৰ বাবে বেদান্তৰ ৭ কোটি টকাৰ অনুদান : অনিল আগৰৱালক ধন্যবাদ মুখ্যমন্ত্ৰীৰ

অসমৰ বান সাহায্যৰ বাবে বেদান্তৰ ৭ কোটি টকাৰ অনুদান : অনিল আগৰৱালক ধন্যবাদ মুখ্যমন্ত্ৰীৰ

August 5, 2026 8:53 pm
নিপকোৱে এৰি দিলে দৈয়া বান্ধৰ পানী : নৈপৰীয়া লোকক সৰ্তক হ’বলৈ অনুৰোধ প্ৰশাসনৰ

নিপকোৱে এৰি দিলে দৈয়া বান্ধৰ পানী : নৈপৰীয়া লোকক সৰ্তক হ’বলৈ অনুৰোধ প্ৰশাসনৰ

August 5, 2026 8:34 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd