• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মূল্যবৃদ্ধিৰ প্ৰতিবাদত শিৱসাগৰত চিপিআইৰ ধৰ্ণা-বিক্ষোভ প্ৰদৰ্শন

পার্শ্বজোতি গগৈ, শিৱসাগৰ by পার্শ্বজোতি গগৈ, শিৱসাগৰ
May 5, 2022 4:08 pm
ফটো: নৰ্থইষ্ট নাও।

ফটো: নৰ্থইষ্ট নাও।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বস্তুৰ চৰাদামৰ বিৰুদ্ধে আজি চি পি আইয়ে গ্ৰহণ কৰা ৰাজ্যজোৰা প্ৰতিবাদী কাৰ্যসূচীৰ অংশ হিচাপে শিৱসাগৰতো দলটোৰ নেতা-কৰ্মীসকলে ধৰ্ণা-বিক্ষোভ প্ৰদৰ্শন কৰি শিৱসাগৰ জিলা উপায়ুক্ত যোগেদি চৰকাৰলৈ স্মাৰকপত্ৰ প্ৰেৰণ কৰে ৷

শিৱসাগৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত বহু চিপিআইৰ কৰ্মকৰ্তাই সকলো অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ অস্বাভাৱিক দাম বৃদ্ধি ৰোধ কৰক, সকলো জীৱনদায়িনী ঔষধ আৰু নিৰ্মাণ সামগ্ৰীৰ দাম বৃদ্ধি ৰোধ কৰক, পেট্ৰ’ল ডিজেলৰ বৰ্দ্ধিতমূল্য হ্ৰাস কৰক আৰু ইয়াক জি এছ টিৰ অন্তভুৰ্ক্ত কৰক, অবৈধ মজুতকাৰীক দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰক, ৰাজহুৱা বিতৰণ ব্যৱস্থা শক্তিশালী কৰি সকলো অত্যাৱশ্যকীয় খাদ্য সামগ্ৰী যোগান ধৰক, ইউৰিয়া সাৰৰ কৃত্ৰিম নাটনি কৰাসকলক গ্ৰেপ্তাৰ কৰি দৃষ্টান্তমূলক শাস্তি দিয়ক, বৃহৎ বনিয়া গোষ্ঠীৰ সৈতে চৰকাৰৰ অবৈধ লেনদেন বন্ধ কৰক, বিদ্যুত বিল ২০২১ শীঘ্ৰেই বাতিল কৰক আদি শ্ল’গান দি উপায়ুক্ত কাৰ্যালয় সন্মুখত উত্তাল কৰি তোলে আৰু মুখ্যমন্ত্ৰী তথা অসম চৰকাৰলৈ স্মাৰকপত্ৰ প্ৰেৰণ কৰে ৷

লগতে পঢ়ক: অসমত বিজেপি চৰকাৰৰ বিকাশ! ঠেলাত তুলি চিকিৎসাৰ বাবে অনা হ’ল গৰ্ভৱতী মহিলাক

Apply Now

প্ৰতিবাদস্থলীত চিপিআইৰ ৰাষ্ট্ৰীয় পৰিষদৰ সদস্য কনক গগৈ আৰু ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য ধৰ্ম বৰুৱাই বক্তব্য ৰাখি চৰকাৰক তীব্ৰ সমালোচনা কৰে ৷

কনক গগৈয়ে মুখ্যমন্ত্ৰীক ৰাইজৰ হৈ প্ৰশ্ন কৰে যে মুখ্যমন্ত্ৰীয়ে চৰকাৰ পৰিচালনা কৰিছে নে বনিয়া গোষ্ঠীয়ে পৰিচালনা কৰিছে অসমবাসীয়ে জানিব বিচাৰিছে।

তেওঁ ইয়াৰ উত্তৰ দিবলৈ মুখ্যমন্ত্ৰীক আহ্বান জনাই কয় যে যদি আপানোলোকে চৰকাৰ চলাইছে তেন্তে মুল্যবৃদ্ধি নিয়ন্ত্ৰণ কৰক ৷ যদি বনিয়া গোষ্ঠীয়ে চৰকাৰ পৰিচালনা কৰিছে তেন্তে ৰাইজক স্পষ্টকৈ জনাই দিয়ক ৰাইজে ইয়াৰ বিহিত ব্যৱস্থা ল’ব ৷

লগতে পঢ়ক: পুনৰ গুৱাহাটী মেডিকেল কলেজ হাস্পাতালত প্ৰৱঞ্চক দালাল চক্ৰ; এজনক গ্ৰেপ্তাৰ আৰক্ষীৰ

চৰকাৰখন সম্পূৰ্ণৰূপে বৃহৎ ধনীক শ্ৰেণীৰ স্বাৰ্থত কাম কৰা চৰকাৰ বুলি তেওঁ সমালোচনা কৰে ৷ কেৱল নিৰ্বাচনৰ সময়তহে চৰকাৰে সাধাৰণ জনতালৈ মনত পেলায় বুলিও তীব্ৰ সমালোচনা কৰে ৷ সেয়ে সকলো ৰাইজক মুল্যবৃদ্ধিৰ বিৰুদ্ধে মাৰবান্ধি ওলাই আহিবলৈ আহ্বান জনায় ৷

পার্শ্বজোতি গগৈ, শিৱসাগৰ

পার্শ্বজোতি গগৈ, শিৱসাগৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবী: ৫ বজালৈ সময় বান্ধি দিলে ককৰোচ জনতা পাৰ্টীয়ে

কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবী: ৫ বজালৈ সময় বান্ধি দিলে ককৰোচ জনতা পাৰ্টীয়ে

June 6, 2026 4:21 pm
প্ৰেমিকৰ সৈতে বজাৰত আছিল পত্নী, হঠাৎ ওলালহি স্বামী, মাৰপিট দেখি জমা হ’ল ৩০০ মানুহৰ ভিৰ

প্ৰেমিকৰ সৈতে বজাৰত আছিল পত্নী, হঠাৎ ওলালহি স্বামী, মাৰপিট দেখি জমা হ’ল ৩০০ মানুহৰ ভিৰ

June 6, 2026 4:11 pm
পাকিস্তানৰ হৈ চোৰাংচোৱাগিৰিৰ অভিযোগ: হাৰিয়ানাৰ ট্ৰেভেল ভ্ল’গাৰৰ জামিন নাকচ উচ্চতম ন্যায়ালয়ৰ

পাকিস্তানৰ হৈ চোৰাংচোৱাগিৰিৰ অভিযোগ: হাৰিয়ানাৰ ট্ৰেভেল ভ্ল’গাৰৰ জামিন নাকচ উচ্চতম ন্যায়ালয়ৰ

June 6, 2026 3:40 pm
‘আমেৰিকাই আমাৰ গণতন্ত্ৰত হস্তক্ষেপ কৰিবলৈ চেষ্টা কৰিছে’; অভিযোগ ব্ৰিটিছ প্ৰধানমন্ত্ৰীৰ

‘আমেৰিকাই আমাৰ গণতন্ত্ৰত হস্তক্ষেপ কৰিবলৈ চেষ্টা কৰিছে’; অভিযোগ ব্ৰিটিছ প্ৰধানমন্ত্ৰীৰ

June 6, 2026 3:30 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবী: ৫ বজালৈ সময় বান্ধি দিলে ককৰোচ জনতা পাৰ্টীয়ে

কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবী: ৫ বজালৈ সময় বান্ধি দিলে ককৰোচ জনতা পাৰ্টীয়ে

June 6, 2026 4:21 pm
প্ৰেমিকৰ সৈতে বজাৰত আছিল পত্নী, হঠাৎ ওলালহি স্বামী, মাৰপিট দেখি জমা হ’ল ৩০০ মানুহৰ ভিৰ

প্ৰেমিকৰ সৈতে বজাৰত আছিল পত্নী, হঠাৎ ওলালহি স্বামী, মাৰপিট দেখি জমা হ’ল ৩০০ মানুহৰ ভিৰ

June 6, 2026 4:11 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd