• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Friday, February 26, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ প্ৰতিবাদত শিৱসাগৰত চিপিআইৰ অৱস্থান ধৰ্মঘট

NE NOW NEWS পাৰ্শ্বজ্যোতি গগৈ
শিৱসাগৰ , February 20, 2021 6:35 am

2 min read

অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ প্ৰতিবাদত শিৱসাগৰত চিপিআইৰ অৱস্থান ধৰ্মঘট
143
VIEWS
Share on FacebookShare on Twitter

চি পি আই শিৱসাগৰ জিলা পৰিষদৰ আহ্বানত শুকুৰবাৰে শতাধিক ৰাইজে শিৱসাগৰ জিলা উপায়ুক্ত কাৰ্যালয় সন্মুখত পে’ট্ৰল-ডিজেল- ৰন্ধন গেছকে ধৰি অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ প্ৰতিবাদত  তিনিঘণ্টীয়া অৱস্থান ধৰ্মঘটৰ জৰিয়তে বিক্ষোভ প্ৰদৰ্শন কৰি ভাৰত চৰকাৰ আৰু অসম চৰকাৰলৈ স্মাৰকপত্ৰ প্ৰেৰণ কৰে।

বিক্ষোভস্থলীত উপস্থিত থাকি চি পি আই ৰাষ্ট্ৰীয় পৰিষদৰ সদস্য তথা জিলা সম্পাদক কনক গগৈয়ে চৰকাৰক তীব্ৰ সমালোচনা কৰি কয় যে, সকলোৱে কাৰণে বিকাশ কৰা শ্ল’গান দিয়া বিজেপি চৰকাৰে বণিয়া গোষ্ঠীক পে’ট্ৰল ডিজেল ৰন্ধন গেছকে ধৰি অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম বৃদ্ধি কৰি অধিক মুনাফা খাবলৈ দি সাধাৰণ জনতাৰ বিনাশহে কৰিছে ৷

তীব্ৰগতিত ৰাজহুৱা খণ্ডৰ উদ্যোগ- প্ৰতিষ্ঠান সমূহৰ লগতে দেশৰ সম্পদ সমূহ আদানী-আম্বানি নিচিনা ব্যক্তিগত মালিকক গতাই দিয়াৰ ফলত আৰু ক’ভিদ-১৯ ৰ ফলস্বৰূপে কোটি কোটি জনতা সংস্থাপনহীন হ’ল যাৰ ফলত সাধাৰণ জনতাৰ জীৱন নিৰ্বাহত পানীত হাঁহ নচৰা অৱস্থাৰ বিজেপি চৰকাৰখনে কৰিলে বুলিও তেওঁ লগতে কয় ৷

”এই চৰকাৰে বণিক গোষ্ঠীক নাকী লগাব নোৱাৰে সেয়ে আগন্তুক নিৰ্বাচনত বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটৰ চৰকাৰক ৰাইজে উচিত প্ৰত্তুত্যৰ দিব,” কনক গগৈয়ে কয়।

তেওঁ লগতে তিনিখন কৃষক বিৰোধী কৃষি আইন বাতিলৰ দাবীত দিল্লীত গণতান্ত্ৰিক ভাৱে চলি থকা কৃষক আন্দোলনক মষিমূৰ কৰিবলৈ চৰকাৰে ৰাস্তাত গজাল পুতি অগণতান্ত্ৰিক শাসনৰ পাতনি মেলা বুলি চোকা সমালোচনা কৰে ৷

প্ৰতিবাদী কাৰ্যসূচীত অংশ লৈ যুৱনেতা অনুপ গগৈ কৃষক সভাৰ জিলা সভাপতি যোগেশ বুঢ়াগোহাঁই, শ্ৰমিক নেতা মদন বৰুৱা, এআইৱাইএফ ৰ ৰাজ্যিক সম্পাদক অজয় বড়াইও চৰকাৰক চোকা সমালোচনা কৰি বক্তব্য ৰাখে ৷

Recent News

a b cha

কন্ঠশিল্পী বিপিন চাউদাঙৰ ‘কা’ক লৈ ওলোটা স্থিতি কিয়? উভতি ধৰিলে অসম প্ৰেমী যুৱ ছাত্ৰ সমাজে

a bodo

বি টি চিৰ অধিৱেশনত কল্যাণকামী বাজেট দাখিল প্ৰমোদ বড়োৰ

deepika-pic

মাজনিশা ৰেষ্টুৰেণ্টৰ পৰা ওলাই অহা দীপিকা পাডুকনৰ অৱস্থা কি কৰিলে অনুৰাগীয়ে, চাওঁক ভিডিঅ’

IMG_20210226_131204(1)

গোলাঘাটত ভাৰতবন্ধৰ সৰ্বাত্মক প্ৰভাৱ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd