• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

জনগণৰ জৰুৰী সমস্যা সমাধানৰ দাবীত মহানগৰীত চিপিআইৰ গণ অৱস্থান কাৰ্যসূচী ৰূপায়ণ

দীপজ্যোতি শৰ্মা by দীপজ্যোতি শৰ্মা
June 23, 2020 5:10 pm
WhatsApp Image 2020-06-23 at 12.47.00 PM
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

জনগণৰ জৰুৰী সমস্যা সমাধানৰ দাবীত চিপিআই অসম ৰাজ্য পৰিষদে আজি গণ অৱস্থান কাৰ্যসূচী গ্ৰহণ কৰে।

ৰাজগড়স্থিত চিপিআই অসম ৰাজ্য পৰিষদৰ মুখ্য কাৰ্যালয়ৰ সন্মুখত এই কাৰ্যসূচী ৰূপায়ণ কৰে।

Apply Now

ক’ৰ’না ভাইৰাছ প্ৰতিৰোধ সংগ্ৰামত স্বাস্থ্য সম্পৰ্কীয় সকলো নিৰ্দেশনাৱলী মানি চলাৰ লগতে প্ৰতি মাহৰ দ্বিতীয় শনিবাৰ আৰু দেওবাৰে সম্পূৰ্ণ ল’কডাউন ঘোষণা কৰিবলৈ আহ্বান জনায়।

মহানগৰীকে ধৰি ৰাজ্যৰ সকলো চহৰ নগৰৰ ৰাস্তা ঘাট, নলা নৰ্দমা, ৰাজহুৱা স্থান আৰু ব্যক্তিগত স্থানসমূহ চেনিটাইজ কৰাৰো দাবী জনায় চিপিআই-এ।

আয়কৰ পৰিশোধ নকৰা প্ৰতিটো পৰিয়ালক ৭৫০০ টকাকৈ ছমাহলৈ নগদ ধনৰ লগতে ১০ কেজিকৈ চাউল আৰু খাদ্য শস্য দিয়াৰ দাবী উত্থাপন কৰে দলটোৱে।

আৱদ্ধ শ্ৰমিকক নিজ গৃহলৈ যোৱাৰ বাবে পৰিবহন খাদ্য আৰু পানীৰ ব্যৱস্থা কৰাৰ লগতে এমজিএনৰেগা আঁচনিৰ অধীনত শ্ৰমিকক ২০০ দিনৰ কাম আৰু বৰ্ধিত মজুৰি প্ৰদানৰ দাবী জনাই দলটোৱে।

ৰাজ্যত শেহতীয়াকৈ হোৱা গণহত্যাৰ উপযুক্ত তদন্ত কৰি ফাষ্টট্ৰেক আদালতত বিচাৰ কৰি দোষীক দৃষ্টান্তমূলক শাস্তি দিয়াৰ লগতে পৰিয়ালসমূহক নিম্নতম ১০ লাখ টকাৰ সাহায্য দিবলৈও দাবী জনাইছে দলটোৱে।

বাঘজান ঘটনাৰ চিবিআই অথবা উচ্চতম ন্যায়ালয়ৰ তত্বাবধানত তদন্ত হব লাগে বুলিও  দাবী জনাইছে চিপিআই-এ।

দিহিং পাটকাইত কয়লা, ডিব্ৰু চৈখোৱাত তৈলজাত সামগ্ৰীৰ মুক্ত খনন বন্ধ কৰাৰ দাবী উত্থাপন কৰিছে দলটোৱে ।

দীপজ্যোতি শৰ্মা

দীপজ্যোতি শৰ্মা

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

ইউপিআই ব্যৱহাৰত লাগিব মাচুল! ট্ৰাম্পক সন্তুষ্ট কৰিবলৈ আমেৰিকাৰ চাপত নতিস্বীকাৰ মোদীৰ ; অভিযোগ ৰাহুলৰ

ইউপিআই ব্যৱহাৰত লাগিব মাচুল! ট্ৰাম্পক সন্তুষ্ট কৰিবলৈ আমেৰিকাৰ চাপত নতিস্বীকাৰ মোদীৰ ; অভিযোগ ৰাহুলৰ

September 15, 2026 9:31 pm
মণিপুৰত পুনৰ ৰক্তক্ষয়! জিৰিবামত দুই আদিবাসী মহিলাক গুলীয়াই হত্যা, জ্বলাই দিয়া হ’ল খামাৰঘৰ

মণিপুৰত পুনৰ ৰক্তক্ষয়! জিৰিবামত দুই আদিবাসী মহিলাক গুলীয়াই হত্যা, জ্বলাই দিয়া হ’ল খামাৰঘৰ

September 15, 2026 9:11 pm
নগাঁৱ লোকসভা উপ-নিৰ্বাচনত বদৰুদ্দিন আজমলক নমোৱাৰ চেষ্টা বিজেপিৰ! অভিযোগ মীৰা বৰঠাকুৰৰ

নগাঁৱ লোকসভা উপ-নিৰ্বাচনত বদৰুদ্দিন আজমলক নমোৱাৰ চেষ্টা বিজেপিৰ! অভিযোগ মীৰা বৰঠাকুৰৰ

September 15, 2026 8:15 pm
যন্তৰ-মন্তৰত ছাত্ৰ কৰ্মীৰ পিতৃক আক্ৰমণ কৰা হিন্দুত্ববাদী নেতা স্বতন্ত্ৰ ভৰদ্বাজে লাভ কৰিলে অন্তৱৰ্তীকালীন জামিন

যন্তৰ-মন্তৰত ছাত্ৰ কৰ্মীৰ পিতৃক আক্ৰমণ কৰা হিন্দুত্ববাদী নেতা স্বতন্ত্ৰ ভৰদ্বাজে লাভ কৰিলে অন্তৱৰ্তীকালীন জামিন

September 15, 2026 7:15 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ইউপিআই ব্যৱহাৰত লাগিব মাচুল! ট্ৰাম্পক সন্তুষ্ট কৰিবলৈ আমেৰিকাৰ চাপত নতিস্বীকাৰ মোদীৰ ; অভিযোগ ৰাহুলৰ

ইউপিআই ব্যৱহাৰত লাগিব মাচুল! ট্ৰাম্পক সন্তুষ্ট কৰিবলৈ আমেৰিকাৰ চাপত নতিস্বীকাৰ মোদীৰ ; অভিযোগ ৰাহুলৰ

September 15, 2026 9:31 pm
মণিপুৰত পুনৰ ৰক্তক্ষয়! জিৰিবামত দুই আদিবাসী মহিলাক গুলীয়াই হত্যা, জ্বলাই দিয়া হ’ল খামাৰঘৰ

মণিপুৰত পুনৰ ৰক্তক্ষয়! জিৰিবামত দুই আদিবাসী মহিলাক গুলীয়াই হত্যা, জ্বলাই দিয়া হ’ল খামাৰঘৰ

September 15, 2026 9:11 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd