• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Wednesday, January 27, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

বিজেপিক ‘নক্সাল’ৰ সৈতে তুলনা চি পি আই এমৰ

NE NOW NEWS এন ই নাও নিউজ
আগৰতলা , May 12, 2019 10:56 pm

1 min read

বিজেপিক ‘নক্সাল’ৰ সৈতে তুলনা চি পি আই এমৰ

প্ৰতিনিধিত্বমূলক ছবি

512
VIEWS
Share on FacebookShare on Twitter

‘নক্সাল’ৰ আৰ্হিত ত্ৰিপুৰাত শাসনাধিষ্ঠ বিজেপিয়ে বিৰোধী পক্ষৰ ভোটাৰসকলক ভোটদান নকৰিবৰ বাবে ভাবুকি দিয়াৰ অভিযোগ আনিছে ৰাজ্যখনৰ প্ৰধান বিৰোধী দল চি পি আই এমে।

আজি আগৰতলাত এখন সংবাদমেল সম্বোধন কৰি চি পি আই এমৰ ৰাজ্যিক সম্পাদক আৰু মুখপাত্ৰ গৌতম দাসে বৰ্তমানৰ সাংসদ তথা দলটোৰ পশ্চিম ত্ৰিপুৰা সমষ্টিৰ প্ৰাৰ্থী শংকৰ প্ৰসাদ দত্তৰ উপস্থিতিত উক্ত অভিযোগ আনে।

সংবাদমেলৰ ছবি

উল্লেখযোগ্য যে আজি ৰাজ্যখনৰ ১৬৮ টা ভোটগ্ৰহণ কেন্দ্ৰত পুনৰ ভোটগ্ৰহণ সম্পন্ন হয়। ভোটগ্ৰহণ পৰ্ব সম্পূৰ্ণ হোৱাৰ পিছতে আয়োজন কৰা উক্ত সংবাদমেলৰ জৰিয়তে দাসে অভিযোগ আনে যে পুনৰ ভোটগ্ৰহণৰ কথা ঘোষণা কৰাৰ পিছৰে পৰা বিজেপিৰ সমৰ্থকসকলে বিপক্ষৰ ভোটাৰসকলক বিশেষকৈ চি পি আই এমৰ কেডাৰসকলক ভোট দিবলৈ নাহিবৰ বাবে ভাবুকি দি আহিছিল।

তেওঁ কয় যে আজিৰ ভোটগ্ৰহণ প্ৰক্ৰিয়াত আগৰবাৰৰ তুলনাত প্ৰায় ১০ শতাংশ কম ভোটাৰে ভোটদান কৰে, কিয়নো বহু ভোটাৰ ভয়তে ভোট দিবলৈ ওলাই নাহিল।

ত্ৰিপুৰাত আজি আৱেলি ৫ বজালৈকে হোৱা পুনৰ ভোটগ্ৰহণত ৭২.৩২ শতাংশ ভোটদান হয়।

Recent News

94355452_10157511895548983_6137327993321684992_o-750x375

মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শিৱসাগৰত বিতৰণ কৰিব স্বামী বিবেকানন্দ যুৱ সৱলীকৰণ যোজনা অনুমোদন পত্ৰ

ULFA flag

গণৰাজ্য দিৱসত গোলাঘাটতত আলফা স্বাধীনৰ পতাকা

উঠাই লোৱা হ’ল ২৭ জানুৱাৰিৰ ২৪ ঘণ্টীয়া চকা বন্ধ কাৰ্য্যসূচী

উঠাই লোৱা হ’ল ২৭ জানুৱাৰিৰ ২৪ ঘণ্টীয়া চকা বন্ধ কাৰ্য্যসূচী

ভাৰতীয় দলৰ প্ৰাক্তন গ’লকীপাৰ প্ৰশান্ত ডোৰাৰ মৃত্যু; মোহন বাগানৰ শোকপ্ৰকাশ

ভাৰতীয় দলৰ প্ৰাক্তন গ’লকীপাৰ প্ৰশান্ত ডোৰাৰ মৃত্যু; মোহন বাগানৰ শোকপ্ৰকাশ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd