DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, May 29, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

কাগজ কল পুনৰুজ্জীৱিত কৰাৰ দাবীৰে বিশ্বনাথত চি পি আই-এমৰ বিক্ষোভ প্ৰদৰ্শন

কাজি জেইদুল ইছলাম by কাজি জেইদুল ইছলাম
May 10, 2019 3:31 pm
CPIM stage protest at Biswanath

বিশ্বনাথত চি পি আই-এম কৰ্মীৰ প্ৰতিবাদ

2.8k
VIEWS
Share on FacebookShare on Twitter

জাগীৰোড আৰু পাঁচগ্ৰামৰ বন্ধ হৈ থকা কাগজ কল দুটা পুনৰুজ্জীৱিত কৰাৰ দাবীত আজি ৰাজ্যজুৰি বিভিন্ন দল-সংগঠনে বিক্ষোভ কাৰ্য্যসূচী ৰূপায়ন কৰাৰ সমান্তৰালভাৱে বিশ্বনাথতো চি. পি. আই-এমৰ বিশ্বনাথ জিলা সমিতিৰ উদ্যোগত বিক্ষোভ প্ৰদৰ্শন কৰা হয়।

আজি দিনৰ প্ৰায় ১১.৩০ মান বজাত  বিশ্বনাথ চাৰিআলিত থকা বীনাপানি নাট্য সমাজৰ সমীপৰ পৰা নগৰৰ মাজমজিয়াৰে এটি প্ৰতিবাদী মিচিল উলিয়াই বিশ্বনাথ জিলা উপায়ুক্ত কাৰ্যালয়ত উপস্থিত হয় প্ৰতিবাদকাৰীসকল।

প্ৰতিবাদকাৰীসকলে ‘‘নগাঁও আৰু কাছাৰ কাগজকল দুটা শীঘ্ৰে পুনৰুজ্জীৱিত কৰক, শ্ৰমিক সকলৰ বকেয়া দৰমহা আদায় দিয়ক, কাগজ কল দুটা পুনৰুজ্জীৱিত নোহোৱা পৰ্য্যন্ত শ্ৰমিকসকলক বিনামূলীয়া ৰেচন, চিকিৎসা, ছাত্ৰ-ছাত্ৰীসকলৰ পঢ়া-শুনাৰ যাৱতীয় ব্যৱস্থা চৰকাৰে গ্ৰহন কৰক; ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠান জীয়াই ৰখাৰ ব্যৱস্থা গ্ৰহণ কৰক’’ ইত্যাদি শ্লোগানেৰে পৰিবেশ উত্তাল কৰি তোলে।

প্ৰতিবাদকাৰীসকলে সমদল কৰি আহি বিশ্বনাথৰ জিলা উপায়ুক্তৰ কাৰ্য্যালয়ত উপায়ু্ক্তৰ জৰিয়তে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাললৈ শীঘ্ৰে কাগজ কল দুটা মুকলি কৰি কৰ্মচাৰী সকলৰ জীৱন ৰক্ষা কৰাৰ বাবে এখন স্মাৰক পত্ৰ প্ৰদান কৰে।

উল্লেখযোগ্য যে, কাগজ কল দুটাৰ কৰ্মচাৰীসকলে বিগত ২৭ মাহ ধৰি দৰমহা নোপোৱা কাৰণে মানসিকভাৱে ভাগি পৰি আত্মহত্যাৰ পথ বাচি ল’ব লগা হৈছে।

২০১৮ চনত কৰ্মচাৰীসকলক বকেয়া দৰমহা আদায় দিয়াৰ বাবে কেন্দ্ৰই অনুমোদন জনোৱা বাজেটৰ ৯০ কোটি টকা আজিলৈকে কৰ্মচাৰীসকলৰ বাবে মুকলি কৰি নিদিয়াৰ ফলত কাগজ কল দুটাৰ কৰ্মচাৰীসকলে ভয়াবহ প্ৰত্যাহবানৰ সন্মুখিন হ’বলগীয়া হৈছে।

Recent News

মনোৰম প্ৰাকৃতিক পৰিৱেশৰ সলনি উত্তৰ পূব মৰুভূমি হোৱাটো বিচাৰে নেকি ভাৰত চৰকাৰে?

মনোৰম প্ৰাকৃতিক পৰিৱেশৰ সলনি উত্তৰ পূব মৰুভূমি হোৱাটো বিচাৰে নেকি ভাৰত চৰকাৰে?

কাঁ চলচ্চিত্ৰ মহোৎসৱৰ পৰা ওভতাৰ সময়তে লুইত কুমাৰ বৰ্মণলৈ GMCৰ জাননী কিয়?

কাঁ চলচ্চিত্ৰ মহোৎসৱৰ পৰা ওভতাৰ সময়তে লুইত কুমাৰ বৰ্মণলৈ GMCৰ জাননী কিয়?

IndiGo বিশেষভাৱে সক্ষম শিশুক নিদিলে বিমানত উঠিবলৈ : ইণ্ডিগ’ক পাঁচ লাখ টকাৰ জৰিমনা

IndiGo বিশেষভাৱে সক্ষম শিশুক নিদিলে বিমানত উঠিবলৈ : ইণ্ডিগ’ক পাঁচ লাখ টকাৰ জৰিমনা

Monkeypox: টমেট’ ফ্লুৰ মাজতে মাঙ্কিপক্সৰ আতংক; কিমান প্ৰস্তুত ভাৰত?

Monkeypox: টমেট’ ফ্লুৰ মাজতে মাঙ্কিপক্সৰ আতংক; কিমান প্ৰস্তুত ভাৰত?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd