• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Wednesday, March 3, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

আংশিক পুনৰ নিৰ্বাচনক লৈ অসন্তুষ্ট চি পি আই-এম; নতুনকৈ নিৰ্বাচন অনুষ্ঠিত কৰাৰ দাবীৰে পালে উচ্চতম ন্যায়ালয়

NE NOW NEWS এন ই নাও নিউজ
আগৰতলা , May 9, 2019 4:15 pm

1 min read

Bijon-Dhar-570x427

বিজন ধাৰ

1.1k
VIEWS
Share on FacebookShare on Twitter

পশ্চিম ত্ৰিপুৰা লোকসভা সমষ্টিৰ মুঠ ১৬৭৯ টা ভোটগ্ৰহণ কেন্দ্ৰৰ ভিতৰত মাত্ৰ ১৬৮ টা ভোটগ্ৰহণ কেন্দ্ৰত নিৰ্বাচনী আয়োগে পুনৰ নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে দিয়া নিৰ্দেশত তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰিছে ত্ৰিপুৰাৰ বাও মৰ্চাই।

বুধবাৰে সন্ধিয়া আগৰতলাত থকা চি পি আই-এমৰ মুখ্য কাৰ্যালয়ত সংবাদ মাধ্যমক সম্বোধন কৰি দলটোৰ আহ্বায়ক বিজন ধাৰে কয় যে পশ্চিম ত্ৰিপুৰাৰ সকলো ভোটাৰ ৰাইজে নিৰ্বাচনী আয়োগৰ সিদ্ধান্তত অসন্তোষ ব্যক্ত কৰিছে।

ধাৰে অভিযোগ কৰা মতে সমষ্টিটোৰ ৫০ শতাংশতকৈও অধিক প্ৰকৃত ভোটাৰে বিজেপি কৰ্মীসকলৰ ভোটদানৰ দিনা কৰা ৰেগিঙৰ বাবে ভোটদান কৰিব পৰা নাছিল। নিৰ্বাচন অনুষ্ঠিত হোৱাৰ প্ৰায় এমাহ উকলি যোৱাৰ পাছত পুনৰ ভোটগ্ৰহণৰ নিৰ্দেশ অহা কথাটোৱে নিৰ্বাচনী আয়োগৰ অমনোযোগিতাৰ দিশটো প্ৰকাশ কৰিছে বুলি ধাৰে অভিযোগ কৰে।

চি পি আই-এমৰ নেতাগৰাকীয়ে গোটেই সমষ্টিটোত নতুনকৈ নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে দাবী তোলে।

উল্লেখযোগ্য যে, বাও মৰ্চাই ১১ এপ্ৰিলত অনুষ্ঠিত হোৱা নিৰ্বাচনত হোৱা অনিয়মৰ প্ৰসংগত উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছিল।

চি পি আই-এমৰ আহ্বায়ক গৰাকীয়ে কয় যে, পশ্চিম ত্ৰিপুৰা বাও মৰ্চাৰ প্ৰাৰ্থী শংকৰ প্ৰসাদ দত্তই বুধবাৰে উচ্চতম ন্যায়ালয়ত সমষ্টিটোত নতুনকৈ নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে গোচৰ তৰিছিল।

Recent News

aa l177_18961614762846

‘চৰকাৰৰ মতৰ বিৰুদ্ধে গ’লেই ৰাষ্ট্ৰদ্ৰোহ কৰা নহয়’, ফাৰুক আব্দুল্লাক সকাহ দিলে উচ্চতম ন্যায়ালয়ে

Electronic Voting Ma

মৰিগাঁও জিলা প্ৰশাসনৰ উদ্যোগত ২০২১ ৰ বিধানসভা নিৰ্বাচনৰ প্ৰশিক্ষণ কাৰ্যসূচী

a mani

কেন্দ্ৰৰ নতুন ডিজিটাল মিডিয়া নীতিৰ লক্ষ্য হৈ পৰিল মণিপুৰৰ প্ৰথমটো নিউজ প’ৰ্টেল

bhaba

কৃষক অথবা শিক্ষক নহয়, এইবাৰ প্ৰাপ্য বিচাৰি প্ৰতিবাদত নামিল খোদ জন প্ৰতিনিধি

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd