• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, March 4, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

দীপাৱলীত আন্ধাৰ বিনাশিবলৈ সাজু কৰা হৈছে গোবৰেৰে প্ৰস্তুত ১১ কোটি চাকি

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , September 28, 2020 9:32 am

1 min read

Promotion
371
VIEWS
Share on FacebookShare on Twitter

ক’ৰ’ণাতংকৰ বাবেই ম্লান পৰিছে উৎসৱৰ আনন্দ।

দুৰ্গা পূজা সমাগত যদিও  কোভিড প্ৰট’কলে যেন উৎসৱৰ আনন্দক বান্ধি ৰাখিছে।

দুৰ্গা পূজাৰ কিছুদিন পিছতেই আহিব পোহৰৰ উৎসৱ দীপাৱলী।

ক’ৰ’ণাতংক ৰ বাবেই দীপাৱলীৰ আনন্দতো য’তি পৰাৰ সম্ভাৱনা আছে যদিও দীপাৱলীত প্ৰজ্বলন কৰিবলৈ এইবাৰ এটা সংস্থাই সাজু কৰিছে ১১ কোটি বিশেষ চাকি।

এই চাকি মাটিৰে প্ৰস্তুত কৰা হোৱা নাই,এই চাকি প্ৰস্তুত কৰা হৈছে গোবৰেৰে। ৰাষ্ট্ৰীয় কামধেনু আয়োগে দেশৰ বিভিন্ন বেচৰকাৰী সংস্থা,মহিলা গোট আদিক জৰিত কৰি সাজি উলিয়াইছে পৰিবেশ বান্ধৱ ১১ কোটি গোবৰৰ চাকি।

গো মায়া দিয়া প্ৰকল্পৰ অধীনত সাজি উলিওৱা এই চাকি সমূহ প্ৰেৰণ কৰা হব দেশৰ বিভিন্ন প্ৰান্তলৈ।

ৰাষ্ট্ৰীয় গো আয়োগৰ অধ্যক্ষ বল্লভ কাথিৰিয়াই প্ৰকাশ কৰা মতে দেশত এইবাৰেই প্ৰথম এনেদৰে বৃহৎ মাত্ৰাত গোবৰৰ চাকি প্ৰস্তুত কৰা হৈছে।

এই কাৰ্যৰ জৰিয়তে পৰিবেশ বান্ধৱ চাকিও উৎপাদন হব আৰু বহুতে কিছু পৰিমাণে হ’লেও আৰ্থিক সকাহ লাভ কৰিব।

বজাৰৰ পৰা চীনৰ বৈদ্যুতিক চাকি অন্তৰ্ধান হোৱাৰ সময়ত গোবৰৰ চাকিয়ে মানুহক আকৰ্ষণ কৰিব পাৰিব বুলি ভবা হৈছে।

Recent News

President-Kovind_COVID-vacc

ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে গ্ৰহণ কৰিলে কোভিডৰ ভেকচিন

Hiren Gohain_3

অখিল গগৈৰে মতানৈক্য: ৰাইজৰ দলৰ উপদেষ্টা পদৰ পৰা পদত্যাগ ডঃ হীৰেন গোঁহাইৰ

Madrassas1_0

দেশৰ ১০০ খন মাদ্ৰাছাত পঢ়োৱা হ’ব গীতা-ৰামায়ণ

aa l177_18961614762846

‘চৰকাৰৰ মতৰ বিৰুদ্ধে গ’লেই ৰাষ্ট্ৰদ্ৰোহ কৰা নহয়’, ফাৰুক আব্দুল্লাক সকাহ দিলে উচ্চতম ন্যায়ালয়ে

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd