• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, June 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

আকৰ্ষণীয় লুক আৰু মসৃন ফিচাৰ্ছেৰে সমৃদ্ধ ৫৩ হাজাৰ টকীয়া ইলেকট্ৰিক স্কুটী মুকলি

এন ই নাও নিউজ by এন ই নাও নিউজ
November 21, 2019 10:39 pm
cryan1_112119055246 new
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

Crayon Motors য়ে এখন নতুন ইলেকট্ৰিক স্কুটাৰ Envy মুকলি কৰিছে।ইলেকট্ৰিক স্কুটীখন দেখিবলৈ আকৰ্ষণীয় আৰু ইয়াৰ ফিচাৰ্ছসমূহো উন্নত প্ৰযুক্তিৰে সমৃদ্ধ।

যুৱ প্ৰজন্মৰ পছন্দৰ প্ৰতি দৃষ্টি ৰাখি ইয়াৰ ডিজাইন কৰা হৈছে। Crayon Motors উত্তৰাখণ্ডৰ কোম্পানী।

Apply Now

প্ৰথম দৃষ্টিতে এই ইলেকট্ৰিক স্কুটাৰৰ আকৰ্ষণীয় লুকটো সকলোৰে পছন্দৰ কাৰণ হ’ব। আধুনিক ডিজাইনৰ এই স্কুটীখনত কেইবাটাও নতুন ফিচাৰ্ছ দিয়া হৈছে।

Crayon Envy ইলেকট্ৰিক স্কুটাৰখনৰ দৈৰ্ঘ ১,৮৮০মিলিমিটাৰ, প্ৰস্থ ৭১০ মিলিমিটাৰ  আৰু উচ্চতা ১,১২০ মিলিমিটাৰ। স্কুটীখনৰ লোডিং ক্ষমতা ১৫০ কিলোগ্ৰাম।

Crayonৰ এই এই ইলেকট্ৰিক স্কুটাৰখনত দীঘলীয়া ছিট দিয়া হৈছে য’ত দুজন লোক আৰামেৰে বহিব পাৰিব।

কোম্পানীৰ মতে, মন্থৰ গতিৰ এই ইলেকট্ৰিক স্কুটাৰৰ ভিতৰত এয়া এক সুন্দৰ বিকল্প। এই ইলেকট্ৰিক স্কুটাৰ তিনিটা ৰঙ শুভ্ৰ বগা, নীলা আৰু কমলা ৰঙত মুকলি কৰা হৈছে।

Crayon Envyৰ ফ্ৰন্টত ডিস্ক আৰু ৰিয়ৰত ড্ৰম ব্ৰেক আছে। সুৰক্ষাৰ বাবে ইয়াত ৰিজেনেৰিটিভ এনাৰ্জিৰ সৈতে ইলেকট্ৰিক এছিষ্টেড ব্ৰেকিং ছিষ্টেম (E-ABS)  আছে।

স্কুটীখনত পাছত বহা ব্যক্তিজনৰ বাবে বেক ৰেষ্ট দিয়া হৈছে। এইটোৱে স্কুটীখনক আন এটা লুক আনি দিছে।

এই ইলেকট্ৰিক স্কুটাৰখনত টিউবলেছ টায়াৰৰ সৈতে অল্যাই ব্লীজ দিয়া হৈছে। ফিচাৰ্ছৰ কথা ক’বলৈ গ’লে ইয়াত কীলেছ ইগ্নিশ্যন, চেন্ট্ৰেল লকিং ফাংশ্যন, ৰিজেনেৰেটিভ ব্ৰেকিং ছিষ্টেম আৰু ডিজিটেল স্পীডোমিটাৰৰ দৰে ফিচাৰ্ছ আছে।

Crayon Envyত ২৫০ ৱাট BLDC মটৰ আৰু 48/60V বাল্ব ৰেগুলেটেড লীড এছিদ (VRLA)বেটাৰী দিয়া হৈছে। ইয়াৰ ফুল চাৰ্জ হওতে ৫-৬ঘন্টা সময় লাগিব।

ইয়াৰ আনটো ভেৰিয়েন্টত লিথিয়াম-আয়ন বেটাৰীৰ বিকল্প যিটো ২ৰ পৰা ৩ ঘন্টাত ফুল চাৰ্জ ল’ব। ফুল চাৰ্জ হৈ যোৱাৰ পাছত এই ইলেকট্ৰিক স্কুটাৰখন ৭০ কিলোমিটাৰ পৰ্যন্ত চলিব। ইয়াৰ টপ স্পীড প্ৰতি ঘন্টাত ২৫ কিলোমিটাৰ হ’ব।

Crayon Envyৰ VRLA ভেৰিয়েন্টৰ দাম ৫৩ হাজাৰ টকা। আনহাতে,লিথিয়াম-আয়ন বেটাৰীৰ ভেৰিয়েন্টৰ দাম৬৫হাজাৰ টকা।

কোম্পানীয়ে এই স্কুটীখনৰ সৈতে ১২ মাহৰ ৱাৰেন্টি দিয়া হৈছে। তদুপৰি, কোম্পানীয়ে এই স্কুটীৰ লগত ১৫টা বেংক আৰু NBFC ৰ জৰিয়তে ৰেডী EMI ৰ অ’ফাৰ দিছে। ইয়াৰ সৈতে জিৰ’ ডাউনপেমেন্টৰ বিকল্পও আছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

শিক্ষা ব্যৱস্থা ধ্বংস কৰি বিশ্বকাপ ফুটবলক লৈ ব্যস্ত চৰকাৰ! মেক্সিকোৰ ৰাজপথত নামিল সহস্ৰাধিক শিক্ষক

শিক্ষা ব্যৱস্থা ধ্বংস কৰি বিশ্বকাপ ফুটবলক লৈ ব্যস্ত চৰকাৰ! মেক্সিকোৰ ৰাজপথত নামিল সহস্ৰাধিক শিক্ষক

June 7, 2026 8:37 pm
সাগৰৰ পাৰত ৭০০ ডলফিন আৰু তিমিৰ মৃতদেহ! উৎসৱৰ নামত নিষ্ঠুৰ হত্যা, বিশ্বজুৰি তীব্ৰ নিন্দা

সাগৰৰ পাৰত ৭০০ ডলফিন আৰু তিমিৰ মৃতদেহ! উৎসৱৰ নামত নিষ্ঠুৰ হত্যা, বিশ্বজুৰি তীব্ৰ নিন্দা

June 7, 2026 8:26 pm
ৰাম মন্দিৰৰ পৰা ভক্তই দান কৰা কোটি কোটি টকা অন্তৰ্ধান! ন্যায়ালয়ৰ হস্তক্ষেপ বিচাৰিলে অখিলেশ যাদৱে

ৰাম মন্দিৰৰ পৰা ভক্তই দান কৰা কোটি কোটি টকা অন্তৰ্ধান! ন্যায়ালয়ৰ হস্তক্ষেপ বিচাৰিলে অখিলেশ যাদৱে

June 7, 2026 8:17 pm
প্ৰধানমন্ত্ৰীয়ে বিচাৰে দেশৰ যুৱপ্ৰজন্মই কেৱল ৰীল বনাব আৰু পকৰি ভাজিব, চিবিএছই পৰীক্ষাক লৈ ৰাহুল গান্ধীৰ মন্তব্য

প্ৰধানমন্ত্ৰীয়ে বিচাৰে দেশৰ যুৱপ্ৰজন্মই কেৱল ৰীল বনাব আৰু পকৰি ভাজিব, চিবিএছই পৰীক্ষাক লৈ ৰাহুল গান্ধীৰ মন্তব্য

June 7, 2026 8:08 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শিক্ষা ব্যৱস্থা ধ্বংস কৰি বিশ্বকাপ ফুটবলক লৈ ব্যস্ত চৰকাৰ! মেক্সিকোৰ ৰাজপথত নামিল সহস্ৰাধিক শিক্ষক

শিক্ষা ব্যৱস্থা ধ্বংস কৰি বিশ্বকাপ ফুটবলক লৈ ব্যস্ত চৰকাৰ! মেক্সিকোৰ ৰাজপথত নামিল সহস্ৰাধিক শিক্ষক

June 7, 2026 8:37 pm
সাগৰৰ পাৰত ৭০০ ডলফিন আৰু তিমিৰ মৃতদেহ! উৎসৱৰ নামত নিষ্ঠুৰ হত্যা, বিশ্বজুৰি তীব্ৰ নিন্দা

সাগৰৰ পাৰত ৭০০ ডলফিন আৰু তিমিৰ মৃতদেহ! উৎসৱৰ নামত নিষ্ঠুৰ হত্যা, বিশ্বজুৰি তীব্ৰ নিন্দা

June 7, 2026 8:26 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd