DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, May 19, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ৰাজ্যৰ সুপ্ত প্ৰতিভা উলিয়াই অনাৰ উদ্দেশ্যে ‘ক্ৰিয়েশ্যন মোশ্যন পিক্সাৰ’ৰ বিশেষ পদক্ষেপ

শান্তনু শইকীয়া by শান্তনু শইকীয়া
August 22, 2019 9:46 pm
8b26bfae-aa1d-41bb-99a2-8c244b3a8f4f

ফটো : নৰ্থইষ্ট নাও

414
VIEWS
Share on FacebookShare on Twitter

অসমৰ ভিতৰুৱা অঞ্চলৰ লুকাই থকা প্ৰতিভা উলিয়াই অনাৰ উদ্দেশ্যে ‘ক্ৰিয়েশ্যন মোশ্যন পিক্সাৰ’ নামৰ বেচৰকাৰী সংস্থাটোৱে গ্ৰহণ কৰিছে বিশেষ পদক্ষেপ।

সংস্থাটোৱে যোৱা কেইমাহমান পূৰ্বৰে পৰা মোবাইল ফোনৰ যোগেৰে য়ুটিউব চেনেলৰ প্ৰতিযোগিতা আৰম্ভ কৰিছিল।

বয়সৰ কোনো সীমা নথকা প্ৰতিযোগিতাখনত কণমানি শিশুৰ পৰা আৰম্ভ কৰি বৃদ্ধজনলৈ সকলোৱে ভাগ লৈছিল।

শেষত ইয়াৰ পৰা গীত,নাটক আৰু নৃত্য শিতানৰ পৰা ১৭ গৰাকী প্ৰতিযোগীক চূড়ান্ত প্ৰতিযোগিতাৰ বাবে বাচনি কৰি উলিওৱা হৈছিল।

অহা ২৫ আগষ্ট, ২০১৯ তাৰিখে সেইসকল চূড়ান্ত প্ৰতিযোগীক লৈ উজানবজাৰ স্থিত বিবেকানন্দ কেন্দ্ৰীয় প্ৰেক্ষাগৃহত ফাইনেল প্ৰতিযোগিতাখন অনুষ্ঠিত কৰিব।

ইয়াত ১৭ গৰাকী চূড়ান্ত প্ৰতিযোগীৰ মাজৰ পৰা শ্ৰেষ্ঠ কেইজনক বাচি উলিয়াই তেওঁলোকক পুৰষ্কাৰ বিতৰণ কৰা হ’ব।

তদুপৰি, তেওঁলোকক একোখনকৈ প্ৰমাণ পত্ৰও প্ৰদান কৰা হ’ব বুলি জনায় ‘ক্ৰিয়েশ্যন মোশ্যন পিক্সাৰ’ৰ সভানেত্ৰী ডনা বৰঠকুৰে।

Recent News

জাপানীজ এনকেফেলাইটিছ সম্পৰ্কত জিলা টাস্ক ফোৰ্চৰ জৰুৰী সভা

জাপানীজ এনকেফেলাইটিছ সম্পৰ্কত জিলা টাস্ক ফোৰ্চৰ জৰুৰী সভা

দিল্লীৰ উপ ৰাজ্যপাল অনিল বাইজালৰ আকস্মিক পদত্যাগ

দিল্লীৰ উপ ৰাজ্যপাল অনিল বাইজালৰ আকস্মিক পদত্যাগ

প্ৰাক্তন মন্ত্ৰী নীলমণিসেন ডেকাক কংগ্ৰেছৰ পৰা বহিষ্কাৰ

প্ৰাক্তন মন্ত্ৰী নীলমণিসেন ডেকাক কংগ্ৰেছৰ পৰা বহিষ্কাৰ

BREAKING NEWS পুনৰ ভূমিকম্পই জোকাৰি গ’ল ৰাজ্যক ,অভিকেন্দ্ৰ মৰিগাওঁ

BREAKING NEWS পুনৰ ভূমিকম্পই জোকাৰি গ’ল ৰাজ্যক ,অভিকেন্দ্ৰ মৰিগাওঁ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd