• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, September 13, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

খেলি থাকোতেই হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু ক্ৰিকেটাৰৰ; এইদৰে ১০ দিনত ৩ ক্ৰিকেটাৰৰ মৃত্যু গুজৰাটত

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 26, 2023 12:58 pm
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

খেলপথাৰতে মৃত্যুক সাৱটিলে আন এজন ক্ৰিকেটাৰে। শনিবাৰে আহমেদাবাদত এখন মেচ খেলি থাকোতে হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু ঘটে ক্ৰিকেটাৰ বসন্ত ৰাঠোৰৰ। ৩৪ বছৰীয়া ক্ৰিকেটাৰজনে বলিং কৰোঁতে হৃদৰোগত আক্ৰান্ত হৈছিল। চিকিৎসালয়ত তেওঁৰ মৃত্যু হয়। গুজৰাটত যোৱা ১০ দিনত তিনিজন ক্ৰিকেটাৰৰ এইদৰে মৃত্যু হৈছে।

গুজৰাটৰ সামগ্ৰী আৰু সেৱা কৰ (জিএছটি) বিভাগৰ কৰ্মচাৰী বসন্তৰ নিচা আছিল ক্ৰিকেট। সেই ক্ৰিকেট খেলি থাকোতে তেওঁ মৃত্যুৰ কোলাত ঢলি পৰে। বসন্তই আহমেদাবাদৰ ওচৰৰ এখন দন্ত মহাবিদ্যালয়ৰ খেলপথাৰত স্থানীয় ক্ৰিকেট প্ৰতিযোগিতাৰ এখন খেলত খেলি আছিল।

তেওঁ এজন অলৰাউণ্ডাৰ আছিল। বলিং কৰোঁতে বসন্তই প্ৰথমতে অস্বস্তি অনুভৱ কৰে। তাৰপিছতে বুকুৰ বিষ আৰম্ভ হয়। সতীৰ্থ তথা সংগঠকসকলে প্ৰথমে তেওঁক দন্ত মহাবিদ্যালয়লৈ লৈ যায়।

Apply Now

তাৰপিছতে বসন্তক ততাতৈয়াকৈ স্থানীয় চোলা অসামৰিক চিকিৎসালয়লৈ লৈ যোৱা হয় কিয়নো তেওঁৰ অক্সিজেনৰ স্তৰ দ্ৰুতগতিত হ্ৰাস পাইছিল।চিকিৎসা আৰম্ভ হৈছিল যদিও বসন্ত ৰক্ষা কৰিব পৰা নগ’ল।চিকিৎসালয়ত বসন্তৰ মৃত্যু হয়।

চিকিৎসকসকলে জনায় যে তেওঁৰ গুৰুতৰ হাৰ্ট এটেকৰ ফলত মৃত্যু হৈছে। বস্ত্ৰপুৰৰ বাসিন্দা বসন্তৰ পত্নী আছে।

তেওঁৰ সতীৰ্থসকলে জনায় যে বসন্ত আগৰে পৰা অসুস্থ নাছিল। গুজৰাটৰ সামগ্ৰী আৰু সেৱা কৰ বিভাগৰ এজন বিষয়াই কয়, “আমাৰ দলটোৱে ফিল্ডিং কৰি আছিল। বসন্ত আৰম্ভণিৰ পৰা ঠিকেই আছিল। হঠাতে তেওঁ বুকুত বিষ অনুভৱ কৰে আৰু মৃত্যুবৰণ কৰে। তেওঁৰ সতীৰ্থসকলে চেষ্টা কৰিছিল যদিও একো কৰিব নোৱাৰিলে।”

স্থানীয় সংবাদ মাধ্যমৰ মতে, যোৱা ১০ দিনত তিনিজন ক্ৰিকেটাৰৰ এইদৰে খেলি মৃত্যু হৈছে। প্ৰথম দুজন ক্ৰিকেটাৰ হৈছে ৰাজকোটৰ বাসিন্দা প্ৰশান্ত ভৰোলিয়া (২৭) আৰু চুৰাটৰ বাসিন্দা জিগনেশ চৌহান (৩১)। তেওঁলোক সকলোৰে হৃদৰোগত মৃত্যু হৈছিল। এনে ঘটনাই গুজৰাটৰ ক্ৰিকেট মহলত শোকৰ ছাঁ পেলাইছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

টেষ্ট ক্ৰিকেটত ভংগ হ’ল শচীন তেণ্ডুলকাৰৰ সৰ্বাধিক অৰ্ধশতকৰ অভিলেখ

টেষ্ট ক্ৰিকেটত ভংগ হ’ল শচীন তেণ্ডুলকাৰৰ সৰ্বাধিক অৰ্ধশতকৰ অভিলেখ

September 12, 2026 9:45 pm
শিক্ষানুষ্ঠানত ধৰ্মীয় অনুষ্ঠান নিষিদ্ধ কৰাৰ দাবীৰে গুজৰাটৰ অধ্যাপকৰ মুকলি পত্ৰ

শিক্ষানুষ্ঠানত ধৰ্মীয় অনুষ্ঠান নিষিদ্ধ কৰাৰ দাবীৰে গুজৰাটৰ অধ্যাপকৰ মুকলি পত্ৰ

September 12, 2026 8:39 pm
মহিলা সৱলীকৰণ আৰু শৈক্ষিক উৎকৰ্ষতাৰ প্ৰতিশ্ৰুতিৰে অসম মহিলা বিশ্ববিদ্যালয়ৰ ত্ৰয়োদশ প্ৰতিষ্ঠা দিৱস উদযাপন

মহিলা সৱলীকৰণ আৰু শৈক্ষিক উৎকৰ্ষতাৰ প্ৰতিশ্ৰুতিৰে অসম মহিলা বিশ্ববিদ্যালয়ৰ ত্ৰয়োদশ প্ৰতিষ্ঠা দিৱস উদযাপন

September 12, 2026 7:47 pm
শঙ্কৰদেৱৰ আদৰ্শৰ বৰ্তমান প্ৰাসংগিকতা

শঙ্কৰদেৱৰ আদৰ্শৰ বৰ্তমান প্ৰাসংগিকতা

September 12, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

টেষ্ট ক্ৰিকেটত ভংগ হ’ল শচীন তেণ্ডুলকাৰৰ সৰ্বাধিক অৰ্ধশতকৰ অভিলেখ

টেষ্ট ক্ৰিকেটত ভংগ হ’ল শচীন তেণ্ডুলকাৰৰ সৰ্বাধিক অৰ্ধশতকৰ অভিলেখ

September 12, 2026 9:45 pm
শিক্ষানুষ্ঠানত ধৰ্মীয় অনুষ্ঠান নিষিদ্ধ কৰাৰ দাবীৰে গুজৰাটৰ অধ্যাপকৰ মুকলি পত্ৰ

শিক্ষানুষ্ঠানত ধৰ্মীয় অনুষ্ঠান নিষিদ্ধ কৰাৰ দাবীৰে গুজৰাটৰ অধ্যাপকৰ মুকলি পত্ৰ

September 12, 2026 8:39 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd