• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 23, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

‘বেট হ’ল চুবুৰীয়াৰ পত্নী’ৰ দৰে, সদায়েই বেছি ভাল লাগে’; দীনেশ কাৰ্তিকৰ মন্তব্যই তুলিছে ধুমুহা

এন ই নাও নিউজ by এন ই নাও নিউজ
July 3, 2021 12:48 pm
E5DZkyIVkAIoBuf

ফটো সৌজন্য: টুইটাৰ।

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

‘বেট হ’ল চুবুৰীয়াৰ পত্নীৰ দৰে। সদায়েই ভাল লাগে।‘ কমেন্ট্ৰি বক্সত দীনেশ কাৰ্তিকৰ এই মন্তব্যই এতিয়া চৌপাশে তোলপাৰ লগাইছে।

ক্ৰিকেটাৰ গৰাকীৰ ধাৰাভাষ্যত বহুতেই ৰসিকতা বিচাৰি পালেও আন বহুতেই ইয়াৰ ‘নাৰীবিদ্বেষ’ৰ গোন্ধ পাইছে আৰু কাৰ্তিকক সমালোচনা কৰিছে।

Apply Now

দীনেশ কাৰ্তিক বৰ্তমান স্কাই স্প’ৰ্টছৰ সৈতে ধাৰাভাষ্যকাৰ হিচাপে চুক্তিবদ্ধ হৈছে।

যোৱা বৃহস্পতিবাৰে ইংলেণ্ড-শ্ৰীলংকা ছিৰিজৰ দ্বিতীয়খন মেচত শ্ৰীলংকাই প্ৰথমে বেট ধৰি ২৪১ৰাণ সংগ্ৰহ কৰিছিল।

ইয়াৰ মাজতে ইংলেণ্ডৰ ইনিংছৰ বাবে সহযোগী ধাৰাভাষ্যকাৰৰ সৈতে বেট ধাৰ কৰা বিষয়ক লৈ কাৰ্তিকে আলোচনা কৰিছিল।

ইংলেণ্ডৰ ইনিংছৰ ৩০তম অভাৰ চলি থকাৰ সময়ত কাৰ্তিকে কোৱা শুনা যায় যে,’’বেটছমেনসকলৰ (নিজৰ) বেট ভাল লগাৰ বিষয়টো একেবাৰে স্বাভাৱিক। বেছিভাগ বেটছমেনকে দেখি ভাৱ হয় তেওঁলোকৰ নিজৰ বেট ভাল নালাগে। তেওঁলোকৰ আনৰ বেটহে ভাল লাগে অথবা…. বেট হ’ল চুবুৰীয়াৰ পত্নীৰ দৰে। সদায়েই বেছি ভাল লাগে।‘’

⁦⁦@DineshKarthik⁩ take a bow👏🏻👏🏻 Brilliant commentary 😂😂 I can imagine ⁦@felixwhite⁩ and ⁦@gregjames⁩ applauding right now #tailendersoftheworlduniteandtakeover pic.twitter.com/SLD4kxIB2n

— Jon Moss (@Jon_Moss_) July 1, 2021

নতুনকৈ ধাৰাভাষ্যকাৰৰ কেৰিয়াৰ আৰম্ভ কৰা কাৰ্তিকৰ এই মন্তব্যক লৈ ছচিয়েল মিডিয়াতো সৃষ্টি হৈছে মিশ্ৰ প্ৰতিক্ৰিয়াৰ।

এজন নেটিজেনে কয়,’’ক্ৰিকেটত দীনেশ কাৰ্তিকৰ সম্ভৱত আটাইতকৈ শ্ৰেষ্ঠ কথাষাৰ শুনিলো। হাঁহি হাঁহি মৰি গৈছে। ডি কে ভুল কৰিও ঘৰলৈ নাযাবা।‘’

https://twitter.com/tinatengra07/status/1410839840678047744

আন এজনে কৈছে,’’ চুবুৰীয়াৰ পত্নী। দীনেশ কাৰ্তিকে নিশ্চিতভাৱে ঘৰলৈ যোৱা নাই।‘’

তাৰমাজতে এজন অনুৰাগীয়ে কয়,’’সকলো সময়তে ভাল ক্ৰিকেট মেচ চলি থকাৰ সময়ত দীনেশ কাৰ্তিকৰ কমেন্ট্ৰি শুনি ভাল লাগে। আপোনাৰ বিশ্লেষণো সদায় সঠিক হয়। কিন্তু মহিলাসকলৰ বিৰুদ্ধে এই জ’কছৰ পৰা আপুনি আঁতৰি আহিব লাগিব। এনেধৰণৰ ঘৃণনীয় পুৰুষত্বৰ প্ৰকাশৰ খেলৰ পৃথিৱীত স্থান নাই।‘’

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

উজনি অসমত বানৰ কালৰূপ! আনফালে ৰাজনীতিৰ নিৰ্লজ্জ অংকত মগ্ন পীযুষ হাজৰিকা-অশোক ‎সিংঘাল

উজনি অসমত বানৰ কালৰূপ! আনফালে ৰাজনীতিৰ নিৰ্লজ্জ অংকত মগ্ন পীযুষ হাজৰিকা-অশোক ‎সিংঘাল

July 23, 2026 11:57 am
জলমগ্ন ৰাজ্যৰ ১১ জিলা! ২৪ ঘণ্টাত ১০ জনৰ প্ৰাণহানি, মুঠ মৃতকৰ সংখ্যা ৪১লৈ বৃদ্ধি

জলমগ্ন ৰাজ্যৰ ১১ জিলা! ২৪ ঘণ্টাত ১০ জনৰ প্ৰাণহানি, মুঠ মৃতকৰ সংখ্যা ৪১লৈ বৃদ্ধি

July 23, 2026 11:45 am
বিদেশত পঢ়া-শুনাক লৈ ট্ৰোলিং! সামাজিক মাধ্যমৰ পৰা পলাই পত্ৰং দিলে ধৰ্মেন্দ্ৰ প্ৰধানৰ কন্যাই

বিদেশত পঢ়া-শুনাক লৈ ট্ৰোলিং! সামাজিক মাধ্যমৰ পৰা পলাই পত্ৰং দিলে ধৰ্মেন্দ্ৰ প্ৰধানৰ কন্যাই

July 23, 2026 11:01 am
১৯৫৬ চনৰ আইন সংশোধনৰ দিশে কেন্দ্ৰ: আজি লোকসভাত উত্থাপন হ’ব উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ বিধেয়ক

১৯৫৬ চনৰ আইন সংশোধনৰ দিশে কেন্দ্ৰ: আজি লোকসভাত উত্থাপন হ’ব উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ বিধেয়ক

July 23, 2026 10:32 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

উজনি অসমত বানৰ কালৰূপ! আনফালে ৰাজনীতিৰ নিৰ্লজ্জ অংকত মগ্ন পীযুষ হাজৰিকা-অশোক ‎সিংঘাল

উজনি অসমত বানৰ কালৰূপ! আনফালে ৰাজনীতিৰ নিৰ্লজ্জ অংকত মগ্ন পীযুষ হাজৰিকা-অশোক ‎সিংঘাল

July 23, 2026 11:57 am
জলমগ্ন ৰাজ্যৰ ১১ জিলা! ২৪ ঘণ্টাত ১০ জনৰ প্ৰাণহানি, মুঠ মৃতকৰ সংখ্যা ৪১লৈ বৃদ্ধি

জলমগ্ন ৰাজ্যৰ ১১ জিলা! ২৪ ঘণ্টাত ১০ জনৰ প্ৰাণহানি, মুঠ মৃতকৰ সংখ্যা ৪১লৈ বৃদ্ধি

July 23, 2026 11:45 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd