• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

১৪ ফেব্ৰুৱাৰিত মিয়া খালিফাক টুইট : ট্ৰ’লৰ সন্মুখীন ক্ৰিকেটাৰ হৰপ্ৰীত; কি কৈছিল টুইটত?

এন ই নাও নিউজ by এন ই নাও নিউজ
May 6, 2021 7:49 am
Harpreet-Brar-PBKS-IPL-2021_571_855
1.1k
VIEWS
Share on FacebookShare on Twitter

কিংছ ইলেভেন পঞ্চাৱৰ ক্ৰিকেটাৰ হৰপ্ৰীত ব্ৰাৰৰ এক বিশেষ টুইটে তোলপাৰ লগাইছে টুইটাৰত।

টুইটাৰ ইউজাৰসকলে হৰপ্ৰীতৰ এটা বিশেষ টুইটক লৈ ট্ৰ’ল আৰম্ভ কৰিছে প্ৰতিভাৱান ক্ৰিকেটাৰগৰাকীক।

হৰপ্ৰীতৰ সেই বিশেষ টুইটটো কি আছিল?

যোৱা ১০ ফেব্ৰুৱাৰিত লেবাননৰ প্ৰাক্তন পৰ্ণষ্টাৰ মিয়া খালিফাৰ জন্মদিন আছিল।

মিয়াই ১১ ফেব্ৰুৱাৰিত ২৮ বছৰীয়া জন্মদিনৰ উপলক্ষ্যে নিজৰ এখন আকৰ্ষণীয় ফ’টো আপলোড কৰিছিল।

Belated Happy Birthday @miakhalifa https://t.co/mzv5ZEeSVh

— Harpreet Brar (@thisisbrar) February 14, 2021

Harpreet Brar running to delete this tweet in innings break pic.twitter.com/a8nr8u6UXk

— Chinaman. (@DenofRohit) April 30, 2021

 

ইমানলৈকে সকলো ঠিকেই আছিল। কিন্তু তাৰ তিনি দিনৰ পিছত অৰ্থাৎ ১৪ ফেব্ৰুৱাৰিত হৰপ্ৰীত ব্ৰাৰৰ-এ মিয়া খালিফাৰ উক্ত পোষ্টটো শ্বেয়াৰ কৰি টুইটাৰত লিখিলে “পলমকৈ হ’লেও জন্মদিনৰ শুভেচ্ছা মিয়া খালিফা”।

এই টুইটটোকলৈয়ে এতিয়া টুইটাৰ ইউজাৰসকলে হৰপ্ৰীতক আক্ৰমণৰ লক্ষ্য কৰি লোৱা দেখা গৈছে।

অৱশ্যে নেট দুনীয়াত এই টুইট কিছু পলমকৈহে ভাইৰেল হৈ পৰে। ভাইৰেল হোৱাৰ পিছত হৰপ্ৰীত আৰু মিয়া খালিফাকলৈ মিমাৰসকলে মিম সৃষ্টি কৰি হৰপ্ৰীত ব্ৰাৰৰক ট্ৰ’ল কৰিবলৈ আৰম্ভ কৰিছে।

Recent News

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd