• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, June 8, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

গোলৰ সৰ্বোচ্চ অভিলেখ! ৮০৭টা গোলেৰে অপ্ৰতিৰোধ্য ৰোনাল্ডো; কেৰিয়াৰত কিমানটা হেট্ৰিক?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 13, 2022 11:10 am
cristiano-ronaldo-the-secret-of-my-success-
157
VIEWS
Share on FacebookShare on Twitter

অপ্ৰতিৰোধ্য ক্ৰিশ্চিয়ানো ৰোনাল্ডো। ৩৭ বছৰ বয়স অতিক্ৰম কৰা পৰ্তুগীজৰ এই ফুটবলৰ যুৱৰাজে এটাৰ পিছত এটা গোলেৰে গঢ়ি গৈছে নতুন অভিলেখ। শনিবাৰে নিশা হেট্ৰিকৰ লগতে পেছাদাৰী ফুটবলত গোলৰ সংখ্যা মুঠ ৮০৭টা হ’লগৈ ৰোনাল্ডোৰ।  

শনিবাৰে প্ৰিমিয়াম লীগৰ খেলখনত টটেনহাম হটস্পাৰক ৩-২গোলৰ ব্যৱধানত পৰাজিত কৰে ৰোনাল্ডোৰ মানচেষ্টাৰ ইউনাইটেডে। দলত হৈ তিনিওটা গোলেই দিয়ে ৰোনাল্ডোই। ইয়াকে লৈ ৰোনাল্ডোৰ ক্লাব আৰু জাতীয় দল মিলি মুঠ ৫৯টা হেট্ৰিক হ’ল।

লগতে পঢ়ক: অভিলেখ! এদিনতে ৮১জনৰ মৃত্যুদণ্ড কাৰ্যকৰী কৰিলে চৌদি আৰৱে

ফিফাৰ পৰিসংখ্যা অনুসৰি ৰোনাল্ডো ফিফাৰ ইতিহাসত সৰ্বোচ্চ গোলদাতা বুলি কোৱা হৈছে। ফিফাৰ মতে অষ্ট্ৰিয়াৰ প্ৰাক্তন আৰ তদানীত্বন চেকোশ্ল’ভেকিয়াৰ ষ্ট্ৰাইকাৰ ইয়োছেফ বাইকানৰ মুঠ গোল সংখ্যা হৈছে ৮০৫টা। এতিয়ালৈকে সেইটোৱেই আছিল সৰ্বোচ্চ গোল সংখ্যাৰ অভিলেখ।

ইপিনে, ৰোনোল্ডোই বহুদিন আগেয়েই ৮০০গোল দাতাৰ অভিলেখ স্পৰ্শ কৰিছিল যদিও বাইকানৰ অভিলেখ ভংগ হোৱা নাছিল। শনিবাৰে টটেনহামৰ বিৰুদ্ধে হেট্ৰিকসহ সৰ্বোচ্চ ৮০৭টা গোলদাতাৰ অভিলেখ গঢ়ে।

Cristiano Ronaldo's Third Goal vs Tottenham

https://t.co/9hVTM6xmF3

— The True Red Devils (@TrueRedDevils__) March 12, 2022

শনিবাৰে নিশা মানচেষ্টাৰ ইউনাইটেডৰ হৈ খেলৰ ১২ মিনিটতে প্ৰথম গোলটো কৰি বাইকানৰ ৮০৫টা গোলৰ অভিলেখ স্পৰ্শ কৰে ৰোনাল্ডোই। খেলখনৰ ৩৮ মিনিটত কৰা দ্বিতীয়টো গোলৰ যোগেদি তেওঁ বাইকানৰ অভিলেখ ভংগ কৰে। সেইদৰে খেলখনৰ ৮১মিনিটত তৃতীয়টো গোল কৰি ৰোনাল্ডোই আন এটা হেট্ৰিকৰ জৰিয়তে মানচেষ্টাৰ ইউনাইটেডক বিজয়ী কৰায়। 

Recent News

খাদ্য খোৱাৰ আগতে দৈ খোৱাটো উপকাৰী নে অপকাৰী! কি কয় বিশেষজ্ঞই?

খাদ্য খোৱাৰ আগতে দৈ খোৱাটো উপকাৰী নে অপকাৰী! কি কয় বিশেষজ্ঞই?

কোকৰাঝাৰত বিটিআৰ কংগ্ৰেছৰ চ’চিয়েল মিডিয়াৰ ৰণদংকা!

কোকৰাঝাৰত বিটিআৰ কংগ্ৰেছৰ চ’চিয়েল মিডিয়াৰ ৰণদংকা!

অসম চৰকাৰ আৰু ‘Push Back Order’- কিছু ক’বলগীয়া! – ড০ হীৰেন গোহাঁই

অসম চৰকাৰ আৰু ‘Push Back Order’- কিছু ক’বলগীয়া! – ড০ হীৰেন গোহাঁই

বিৰেন্দ্ৰ প্ৰসাদ বৈশ্যক ৰাজ্যসভাৰ প্ৰাৰ্থী হিচাপে পুনৰ নাম ঘোষণা কৰিলে অসম গণ পৰিষদে

বিৰেন্দ্ৰ প্ৰসাদ বৈশ্যক ৰাজ্যসভাৰ প্ৰাৰ্থী হিচাপে পুনৰ নাম ঘোষণা কৰিলে অসম গণ পৰিষদে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd