• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, September 12, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অভিলেখ! এদিনতে ৮১জনৰ মৃত্যুদণ্ড কাৰ্যকৰী কৰিলে চৌদি আৰৱে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 13, 2022 8:12 am
hypatia-h-b3a12076bd71a5c54f90308d086f5378-h-f46949fe281488790fd4407a3b2c75bf-300-1647116970
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

চৌদি আৰৱত শনিবাৰে এদিনতে ৮১জনৰ মৃত্যুদণ্ড কাৰ্যকৰী কৰা হয়।হত্যা, একাধিক জঘন্য অপৰাধ তথা সন্ত্ৰাসবাদী সংগঠনৰ সৈতে জড়িত ৮১জন লোকৰ মৃত্যুদণ্ড কাৰ্যকৰী কৰা হয়।

চৌদি আৰৱৰ আধুনিক ইতিহাসত এদিনত এইটোৱে হৈছে সৰ্বাধিক মৃত্যুদণ্ড কাৰ্যকৰী কৰাৰ অভিলেখ। ইয়াৰ পূৰ্বে ১৯৮০চনত মক্কাৰ গ্ৰেণ্ড মছজিদ দখলত অভিযুক্ত ৬৩জনক শিৰচ্ছেদ কৰি মৃত্যুদণ্ড দিয়া হৈছিল।

চৌদি সংবাদ প্ৰতিষ্ঠানৰ বাতৰিত শনিবাৰে এই মৃত্যুদণ্ড কাৰ্যকৰী কৰাৰ খবৰ জনোৱা হয়।

Apply Now

লগতে পঢ়ক: ৰাছিয়া-ইউক্ৰেইন যুদ্ধ: ইউক্ৰেইনৰ হৈ যুদ্ধত নামিল বিশ্বৰ শ্ৰেষ্ঠ স্নাইপাৰ ‘ৱালি’

নিৰীহ পুৰুষ, মহিলা আৰু শিশুৰ হত্যাকাৰীৰ পৰা আৰম্ভ কৰি বিভিন্ন অপৰাধত দোষী সাৱ্যস্ত মুঠ ৮১জন লোকৰ মৃত্যুদণ্ড কাৰ্যকৰী কৰা হয়। ইয়াৰ ভিতৰত আল কায়দা, আই এছ আৰু ইয়েমেনৰ হাউথি বিদ্ৰোহীও আছে।

বাতৰি অনুসৰি, মৃত্যুদণ্ড কাৰ্যকৰী কৰা এই ৮১জনৰ ভিতৰত ৭৩জনেই হৈছে চৌদি আৰৱৰ নাগৰিক। বাকী ৭জন ইয়েমেন আৰু এজন ছিৰিয়াৰ নাগৰিক। সন্ত্ৰাসবাদৰ বিৰুদ্ধে চৌদি আৰৱৰ কঠোৰ পদক্ষেপৰ ইংগিত এই ঘটনাই বহন কৰিছে।

লগতে পঢ়ক: বস্ত্ৰ নগৰী শুৱালকুছিত ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন তাৰকা ইউছুফ পাঠান

উল্লেখ্য যে ২০১৬চনত চৌদি আৰৱত একেলগে ৪৭জনৰ মৃত্যুদণ্ড কাৰ্যকৰী কৰা হৈছিল। সেই বছৰৰ জানুৱাৰীত একেলগে এই ৪৭জনক ফাঁচি দিয়া হৈছিল। ২০১৯ চনতো ৩৭জন চৌদি আৰৱৰ নাগৰিকৰ শিৰচ্ছেদ কৰি মৃত্যুদণ্ড কাৰ্যকৰী কৰা হৈছিল। কিন্তু শনিবাৰে এইক্ষেত্ৰত দেশখনে গঢ়িলে এক নতুন অভিলেখ।  

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মহিলা সৱলীকৰণ আৰু শৈক্ষিক উৎকৰ্ষতাৰ প্ৰতিশ্ৰুতিৰে অসম মহিলা বিশ্ববিদ্যালয়ৰ ত্ৰয়োদশ প্ৰতিষ্ঠা দিৱস উদযাপন

মহিলা সৱলীকৰণ আৰু শৈক্ষিক উৎকৰ্ষতাৰ প্ৰতিশ্ৰুতিৰে অসম মহিলা বিশ্ববিদ্যালয়ৰ ত্ৰয়োদশ প্ৰতিষ্ঠা দিৱস উদযাপন

September 12, 2026 7:47 pm
শঙ্কৰদেৱৰ আদৰ্শৰ বৰ্তমান প্ৰাসংগিকতা

শঙ্কৰদেৱৰ আদৰ্শৰ বৰ্তমান প্ৰাসংগিকতা

September 12, 2026 6:46 pm
নৈ নহয়, এয়া এতিয়া আৱৰ্জনাময় নলা! বেদখল আৰু পলসৰ গ্ৰাসত গুৱাহাটীৰ ভৰলু-বাহিনী

নৈ নহয়, এয়া এতিয়া আৱৰ্জনাময় নলা! বেদখল আৰু পলসৰ গ্ৰাসত গুৱাহাটীৰ ভৰলু-বাহিনী

September 12, 2026 5:50 pm
নৰ্থ লখিমপুৰ বিশ্ববিদ্যালয়ৰ ছাত্ৰৰ ব্যতিক্ৰমী প্ৰয়াস: ক্লিপছ প্ৰডাকচনৰ বেনাৰত মুকলি হ’ল ‘প্ৰজেক্ট শ্ৰীমন্ত শংকৰদেৱ’

নৰ্থ লখিমপুৰ বিশ্ববিদ্যালয়ৰ ছাত্ৰৰ ব্যতিক্ৰমী প্ৰয়াস: ক্লিপছ প্ৰডাকচনৰ বেনাৰত মুকলি হ’ল ‘প্ৰজেক্ট শ্ৰীমন্ত শংকৰদেৱ’

September 12, 2026 4:21 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মহিলা সৱলীকৰণ আৰু শৈক্ষিক উৎকৰ্ষতাৰ প্ৰতিশ্ৰুতিৰে অসম মহিলা বিশ্ববিদ্যালয়ৰ ত্ৰয়োদশ প্ৰতিষ্ঠা দিৱস উদযাপন

মহিলা সৱলীকৰণ আৰু শৈক্ষিক উৎকৰ্ষতাৰ প্ৰতিশ্ৰুতিৰে অসম মহিলা বিশ্ববিদ্যালয়ৰ ত্ৰয়োদশ প্ৰতিষ্ঠা দিৱস উদযাপন

September 12, 2026 7:47 pm
শঙ্কৰদেৱৰ আদৰ্শৰ বৰ্তমান প্ৰাসংগিকতা

শঙ্কৰদেৱৰ আদৰ্শৰ বৰ্তমান প্ৰাসংগিকতা

September 12, 2026 6:46 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd