• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, September 12, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ৰাছিয়া-ইউক্ৰেইন যুদ্ধ: ইউক্ৰেইনৰ হৈ যুদ্ধত নামিল বিশ্বৰ শ্ৰেষ্ঠ স্নাইপাৰ ‘ৱালি’

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 12, 2022 4:37 pm
Wali world’s best sniper
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

তৃতীয় সপ্তাহত উপনীত হৈছে ৰাছিয়া-ইউক্ৰেইন যুদ্ধ। যুদ্ধৰ দাবানলে প্ৰায় ধ্বংসস্তুপত পৰিণত কৰিছে ইউক্ৰেইন। ৰাজধানী কিয়েভ দখলৰ লক্ষ্যৰে আগবাঢ়ি অহা ৰাছিয়ান সৈন্যক বাধা দিয়াৰ বাবে যৎপোৰনস্তি চেষ্টা চলাইছে ইউক্ৰেইনে।

যুদ্ধৰ এনে বিভীষিকাৰ মাজতে পোৱা গৈছে এক বিশেষ খবৰ। এইবাৰ ইউক্ৰেইনৰ হৈ বিশ্বৰ শ্ৰেষ্ঠ স্নাইপাৰগৰাকীও যুদ্ধত নামি পৰাৰ বাতৰি প্ৰকাশ পাইছে।

Apply Now

‘ৱালি’ নামৰ এই স্নাইপাৰ জনে চলিত সপ্তাহৰ আৰম্ভণিতে ৰাছিয়ান সেনা বাহিনীৰ বিৰুদ্ধে যুদ্ধত অৱতীৰ্ণ হোৱাৰ উদ্দেশ্যে যুদ্ধবিধ্বস্ত ইউক্ৰেইনত উপস্থিত হয়।

ৰয়েল কানাডিয়ান ২২ তম ৰেজিমেণ্টৰ এজন অভিজ্ঞ জোৱান ৱালিয়ে কয় যে যেতিয়া ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি জেলেনস্কিয়ে বহি: দেশৰ লোককো ৰাছিয়াৰ বিৰুদ্ধে দেশখনৰ যুঁজত যোগদান কৰিবলৈ আহ্বান জনাইছিল, তেতিয়া তেওঁ অগ্নি নিৰ্বাপনৰ বাবে বজোৱা এলাৰ্ম শুনা এজন অগ্নিনিৰ্বাপকৰ দৰে অনুভৱ কৰিছিল।

প্ৰকাশিত বাতৰি অনুসৰি, বুধবাৰে ইউক্ৰেইনত উপস্থিত হোৱাৰ পিছত ৱালিয়ে দুদিনত ছয়জন ৰাছিয়াৰ সৈনিকক হত্যা কৰিছে।

শেহতীয়াকৈ দিয়া এক সাক্ষাৎকাৰত বিখ্যাত স্নাইপাৰজনে কয়, “মই ইউক্ৰেইনক সহায় কৰিব বিচাৰো। তেওঁলোক কেৱল ৰাছিয়ান হোৱাৰ পৰিৱৰ্তে ইউৰোপীয়ান হ’ব বিচাৰে বাবেই বোমাবর্ষণ কৰা হৈছে। সেয়ে মই তেওঁলোকক সহায় কৰিব লাগিব।”

ৱালিক পৃথিৱীৰ অন্যতম শ্ৰেষ্ঠ স্নাইপাৰ হিচাপে গণ্য কৰা হয়। এজন ভাল স্নাইপাৰে গড়ে প্ৰতিদিনে ৫-৬ জন শত্ৰুক হত্যা কৰিব পাৰে।

সেইদৰে কিছু উন্নত স্নাইপাৰ এজনে এদিনত প্ৰায় ৭-১০ জন শত্ৰু নিধন কৰিব পাৰে বুলি কোৱা হয়। আনহাতে ৱালিয়ে মাত্ৰ এটা দিনতে ৪০ গৰাকী শত্ৰুক হত্যা কৰিব পাৰে বুলি এক প্ৰতিবেদনত প্ৰকাশ পাইছে।

৪০ বৰ্ষীয় ফৰাচী-কানাডিয়ান কম্পিউটাৰ বিজ্ঞানী ৱালিয়ে ২০০৯ ৰ পৰা ২০১১ চনৰ ভিতৰত আফগানিস্তান যুদ্ধত দুবাৰকৈ সেৱা আগবঢ়াইছিল।

আফগানিস্তানত থকা সময়ছোৱাতে তেওঁ ‘ৱালি’ নামেৰে জনাজাত হৈ পৰিছিল। আৰবী ভাষাত এই ৱালি শব্দৰ অৰ্থ হৈছে ৰক্ষক।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

শিক্ষানুষ্ঠানত ধৰ্মীয় অনুষ্ঠান নিষিদ্ধ কৰাৰ দাবীৰে গুজৰাটৰ অধ্যাপকৰ মুকলি পত্ৰ

শিক্ষানুষ্ঠানত ধৰ্মীয় অনুষ্ঠান নিষিদ্ধ কৰাৰ দাবীৰে গুজৰাটৰ অধ্যাপকৰ মুকলি পত্ৰ

September 12, 2026 8:39 pm
মহিলা সৱলীকৰণ আৰু শৈক্ষিক উৎকৰ্ষতাৰ প্ৰতিশ্ৰুতিৰে অসম মহিলা বিশ্ববিদ্যালয়ৰ ত্ৰয়োদশ প্ৰতিষ্ঠা দিৱস উদযাপন

মহিলা সৱলীকৰণ আৰু শৈক্ষিক উৎকৰ্ষতাৰ প্ৰতিশ্ৰুতিৰে অসম মহিলা বিশ্ববিদ্যালয়ৰ ত্ৰয়োদশ প্ৰতিষ্ঠা দিৱস উদযাপন

September 12, 2026 7:47 pm
শঙ্কৰদেৱৰ আদৰ্শৰ বৰ্তমান প্ৰাসংগিকতা

শঙ্কৰদেৱৰ আদৰ্শৰ বৰ্তমান প্ৰাসংগিকতা

September 12, 2026 6:46 pm
নৈ নহয়, এয়া এতিয়া আৱৰ্জনাময় নলা! বেদখল আৰু পলসৰ গ্ৰাসত গুৱাহাটীৰ ভৰলু-বাহিনী

নৈ নহয়, এয়া এতিয়া আৱৰ্জনাময় নলা! বেদখল আৰু পলসৰ গ্ৰাসত গুৱাহাটীৰ ভৰলু-বাহিনী

September 12, 2026 5:50 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শিক্ষানুষ্ঠানত ধৰ্মীয় অনুষ্ঠান নিষিদ্ধ কৰাৰ দাবীৰে গুজৰাটৰ অধ্যাপকৰ মুকলি পত্ৰ

শিক্ষানুষ্ঠানত ধৰ্মীয় অনুষ্ঠান নিষিদ্ধ কৰাৰ দাবীৰে গুজৰাটৰ অধ্যাপকৰ মুকলি পত্ৰ

September 12, 2026 8:39 pm
মহিলা সৱলীকৰণ আৰু শৈক্ষিক উৎকৰ্ষতাৰ প্ৰতিশ্ৰুতিৰে অসম মহিলা বিশ্ববিদ্যালয়ৰ ত্ৰয়োদশ প্ৰতিষ্ঠা দিৱস উদযাপন

মহিলা সৱলীকৰণ আৰু শৈক্ষিক উৎকৰ্ষতাৰ প্ৰতিশ্ৰুতিৰে অসম মহিলা বিশ্ববিদ্যালয়ৰ ত্ৰয়োদশ প্ৰতিষ্ঠা দিৱস উদযাপন

September 12, 2026 7:47 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd