• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, July 27, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

নায়ক ডমিনিক লিভাকোভিচ! ব্ৰাজিলক পৰাস্ত কৰি বিশ্বকাপ ফুটবলৰ ছেমি ফাইনেলত ক্ৰোৱেছিয়া

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 10, 2022 7:35 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

Croatia beat Brazil on penalties জিকিলেই ছেমি ফাইনেল নিশ্চিত,হাৰিলে বিদায়। এনে কঠিন সমীকৰণৰ কোৱাৰ্টাৰ ফাইনেল খেলখনত পাঁচবাৰৰ বিশ্ব চেম্পিয়ন ব্ৰাজিল যোৱা ছিজনৰ ৰানাৰ্ছ আপ ক্ৰোৱেছিয়াৰ মুখামুখি হৈছিল। শুকুৰবাৰে নিশা দুয়োটা দলে আল ৰায়নৰ এডুকেশ্বন চিটি ষ্টেডিয়ামত খেলপথাৰত অৱতীৰ্ণ হয়। খেলখনৰ আৰম্ভণিৰ পৰাই দুয়োটা দলে গ’লৰ লক্ষ্যত খেলা অব্যাহত ৰাখে যদিও কোনেও গ’ল দিব পৰা নাছিল।

অৱশেষত, ব্ৰাজিল আৰু ক্ৰোৱেছিয়া গোলবিহীনভাৱে বিৰতিলৈ যায়। ব্ৰাজিলে বিৰতিৰ পৰা উভতি আহিয়েই একাধিক আক্ৰমণ চলাইছিল। অৱশ্যে, তেওঁলোকে গ’লৰ মুখ দেখাত ব্যৰ্থ হৈছিল। আনহাতে, ক্ৰোৱেছিয়াইও গ’ল কৰিবলৈ ব্যৰ্থ হয় আৰু ৯০ মিনিট গোলহীনভাৱে সমাপ্ত কৰে। ফলস্বৰূপে, খেলখনৰ বাবে অতিৰিক্ত সময়ত নিৰ্দ্ধাৰণ কৰা হৈছিল।

Apply Now

অতিৰিক্ত সময়ৰ প্ৰথম অংশ শেষ হোৱাৰ ঠিক আগতে নেইমাৰে এটা দুৰ্দান্ত গ’ল কৰিছিল। অতিৰিক্ত সময়ৰ দ্বিতীয়াৰ্ধত ক্ৰোৱেছিয়াই এটা গ’ল কৰি খেললৈ উভতি আহে। তাৰ পিছত খেলখনৰ ভাগ্য নিৰ্ণয় কৰিবলৈ টাইব্ৰেকাৰৰ আশ্ৰয় ল’ব লগা হয়। ক্ৰোৱেছিয়াই খেলখন জিকি অন্তিম আঠত স্থান লাভ কৰে।

আৰম্ভণিৰ পৰাই ব্ৰাজিলে আক্ৰমণাত্মক ধৰণে খেলিছিল যদিও ক্ৰোৱেছিয়াই ১৩ মিনিটত গ’ল কৰাৰ এটা ডাঙৰ সুযোগ পাইছিল। পালাচিক আৰু পেৰিচিকে জুৰানোভিকে দিয়া পাছত ভৰি লগাবলৈ চেষ্টা কৰিছিল যদিও কোনেও বলটো স্পৰ্শ কৰিব নোৱাৰিলে আৰু ক্ৰোৱেছিয়াই গ’লৰ সুযোগটো হেৰুৱায়।

খেলখনৰ ২০ মিনিটত ভিনিচিয়াছে বলটো লৈ ক্ৰোৱেচিয়ান বক্সত প্ৰৱেশ কৰে। ক্ৰোৱেছিয়াৰ ডিফেণ্ডাৰে তেওঁৰ দ্বাৰা লোৱা দুৰন্ত শ্বটটো ৰখাই দিয়ে। নেইমাৰে এইবাৰ কিছু ৰিটাৰ্ণ বল পাছ কৰি শ্বটটো লৈছিল। কিন্তু ক্ৰোৱেচিয়ান গ’লৰক্ষকে তাক সুন্দৰভাৱে মোকাবিলা কৰে। ২২ মিনিটত কেচেমিৰোৰ দুৰ্দান্ত শ্বটটো এটা কৰ্ণাৰৰ বিনিময়ত ৰক্ষা পৰে। প্ৰথমাৰ্ধটো গোলবিহীনভাৱে সমাপ্ত হৈছিল।

দ্বিতীয়াৰ্ধত, দুয়োটা দলে গতি বৃদ্ধি কৰে। খেলখনৰ ৫১ মিনিটত ইভান পেৰিচিকে লুকা মড্ৰিকৰ ক্ৰছৰ পৰা অহা বলটো হেড কৰে। কিন্তু ই বিপথে যায়। নেইমাৰে ৫৫ মিনিটত এটা সুযোগ পাইছিল। কিন্তু এইটো ক্ৰোৱেছিয়াৰ গ’লৰক্ষক লিভাকোভিচে কৰায়ত্ত কৰে। অৱশেষত, এটাৰ পিছত এটা আক্ৰমণ আৰু প্ৰত্যাক্ৰমণ অব্যাহত থাকে। নিৰ্ধাৰিত সময়ত গ’ল নোহোৱাত মেচখন অতিৰিক্ত সময়লৈ নিয়া হয়। ৩০মিনিটৰ অতিৰিক্ত সময় ১-১ ড্ৰ’ত সমাপ্ত হয়।

নিকোলা ভলাচিকে টাইব্ৰেকাৰৰ প্ৰথম শ্বটৰ পৰা গ’ল কৰি ক্ৰোৱেছিয়াক আগুৱাই নিছিল। ৰড্ৰিগো ব্ৰাজিলৰ হৈ প্ৰথম শ্বট ল’বলৈ আহিছিল। তেওঁৰ শ্বটটো ক্ৰোৱেছিয়াৰ গ’লৰক্ষক ডমিনিক লিভাকোভিচে অৱৰোধ কৰিছিল। ক্ৰোৱেছিয়াৰ হৈ দ্বিতীয় শ্বটট লাভৰো মাজাৰে গ’ল কৰিছিল। ব্ৰাজিলৰ হৈ কেচেমিৰোৱে দ্বিতীয় শ্বটত গ’ল কৰিছিল। লুকা মড্ৰিকে তেতিয়া তৃতীয় শ্বটত গ’ল কৰি ক্ৰোৱেছিয়াৰ ব্যৱধান বৃদ্ধি কৰিছিল।

পেড্ৰোৱে তেতিয়া ব্ৰাজিলৰ হৈ গ’ল কৰিছিল। তাৰ পিছত মিস্লাভ ওৰাচিকে ক্ৰোৱেছিয়াৰ হৈ চতুৰ্থ শ্বটত গ’ল কৰে। তেতিয়া মাৰ্কুইনহোছে ব্ৰাজিলৰ হৈ চতুৰ্থ শ্বটটোত গ’ল কৰিবলৈ ব্যৰ্থ হয়। ইয়াৰ লগে লগে ক্ৰোৱেছিয়াৰ বিজয় নিশ্চিত হয়। তেওঁলোকে ছেমি ফাইনেললৈ গ’ল। আৰু বিশ্বকাপৰ পৰা বিদায় ল’লে ব্ৰাজিলে। ফলস্বৰূপে, মিছন হেক্সা আধৰুৱা হৈ ৰৈ গ’ল ব্ৰাজিলৰ।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

জাৰ্মানীত প্ৰাইড ৱাকত ভয়ংকৰ আক্ৰমণ: আৰক্ষীৰ এনকাউণ্টাৰত নিহত আই এছৰ সৈতে সম্পৰ্ক থকা যুৱক

জাৰ্মানীত প্ৰাইড ৱাকত ভয়ংকৰ আক্ৰমণ: আৰক্ষীৰ এনকাউণ্টাৰত নিহত আই এছৰ সৈতে সম্পৰ্ক থকা যুৱক

July 27, 2026 8:19 am
নেপাল ভ্ৰমণলৈ যোৱা ভাৰতীয়লৈ সুখবৰ: এতিয়াৰে পৰা চলিব ২০০ আৰু ৫০০ টকীয়া নোট

নেপাল ভ্ৰমণলৈ যোৱা ভাৰতীয়লৈ সুখবৰ: এতিয়াৰে পৰা চলিব ২০০ আৰু ৫০০ টকীয়া নোট

July 27, 2026 7:20 am
প্ৰাণহানি, প্লাৱিত গাঁও, বিচ্ছিন্ন পথ: উজনি অসমত এন ডি আৰ এফ-এছ ডি আৰ এফৰ যৌথ অভিযানত ৫৬৮ জন উদ্ধাৰ

প্ৰাণহানি, প্লাৱিত গাঁও, বিচ্ছিন্ন পথ: উজনি অসমত এন ডি আৰ এফ-এছ ডি আৰ এফৰ যৌথ অভিযানত ৫৬৮ জন উদ্ধাৰ

July 26, 2026 9:37 pm
মাৰ্ঘেৰিটাত চাঞ্চল্যকৰ ঘটনা: বুঢ়ীদিহিং নদীত জাঁপ দিলে এগৰাকী সাংবাদিকে

মাৰ্ঘেৰিটাত চাঞ্চল্যকৰ ঘটনা: বুঢ়ীদিহিং নদীত জাঁপ দিলে এগৰাকী সাংবাদিকে

July 26, 2026 9:13 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জাৰ্মানীত প্ৰাইড ৱাকত ভয়ংকৰ আক্ৰমণ: আৰক্ষীৰ এনকাউণ্টাৰত নিহত আই এছৰ সৈতে সম্পৰ্ক থকা যুৱক

জাৰ্মানীত প্ৰাইড ৱাকত ভয়ংকৰ আক্ৰমণ: আৰক্ষীৰ এনকাউণ্টাৰত নিহত আই এছৰ সৈতে সম্পৰ্ক থকা যুৱক

July 27, 2026 8:19 am
নেপাল ভ্ৰমণলৈ যোৱা ভাৰতীয়লৈ সুখবৰ: এতিয়াৰে পৰা চলিব ২০০ আৰু ৫০০ টকীয়া নোট

নেপাল ভ্ৰমণলৈ যোৱা ভাৰতীয়লৈ সুখবৰ: এতিয়াৰে পৰা চলিব ২০০ আৰু ৫০০ টকীয়া নোট

July 27, 2026 7:20 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd