DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, August 14, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বিজেপিয়ে বিৰোধীক দুৰ্বল কৰিবলৈ ব্যবহাৰ কৰিছে কৰিমুদ্দিনক; পুনৰ উচ্চ ন্যায়ালয়ত গোচৰ তৰিব দেবব্ৰত শইকীয়াই

বিৰোধীক দুৰ্বল কৰিবলৈ বিজেপিৰ মূল হাথিয়াৰ কৰিমুদ্দিন বৰভূঞা: দেবব্ৰত শইকীয়া

কল্পজ্যোতি শইকীয়া, গুৱাহাটী by কল্পজ্যোতি শইকীয়া, গুৱাহাটী
July 24, 2022 8:53 pm
146
VIEWS
Share on FacebookShare on Twitter

বিজেপিয়ে বিৰোধীক দুৰ্বল কৰিবলৈ ব্যৱহাৰ কৰে AIUDF ৰ কৰিমুদ্দিন বৰভূঞাক!

গুৱাহাটী উচ্চ ন্যায়ালয়ত মিছলীয়া কৰিমুদ্দিনৰ বিৰুদ্ধে গোচৰ তৰিব বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই।

সংবাদ মাধ্যমৰ আগত শইকীয়াই কয় “বিধায়ক কৰিমুদ্দিন এজন গোকাট মিছলীয়া ব্যক্তি, ইয়াৰ প্ৰমান ইতিমধ্যে তেওঁ নিৰ্বাচনী আয়োগক দিয়া ভুৱা হলফনামাৰ পৰা পোৱা গৈছে। তেওঁ যে, ধাৰাবাহিক ভাৱে মিচা কথা কৈ ৰাজনৈতিক ক্ষেত্ৰ খনত বৰ্তি আছে তাৰ প্ৰমাণ অনাগত সময়ত ৰাইজৰ আগত উদঙাই দিব লাগিব। তেওঁৰ ওপৰত ইতিমধ্যে মই এটা গোচৰ ৰুজু কৰি থৈছোঁ আৰু এতিয়া তেওঁ মোৰ ওপৰত অনা কেতবোৰ ভুৱা ও ষড়যন্ত্ৰ মুলক অভিযোগৰ সন্দৰ্ভত আৰু এটা গোচৰ ৰুজু কৰিম।”

তেওঁ এই সকলোবোৰ ভুৱা অভিযোগৰ প্ৰমাণ দাঙি ধৰিব লাগিব বুলি দাবী জনায় দেৱব্ৰত শইকীয়াই।

বিজেপিৰ এজেন্ট হিচাপে AIUDF য়ে কাম কৰি যোৱা বুলি প্ৰতিপন্ন কৰিব বিচাৰি শইকীয়াই কয় “কিছুমান দল আছে সেই বিলাক দলৰ নেতৃত্বই শাসকীয় দলৰ ভৃত্য হিচাপে কাম কৰে। বিজেপিয়ে বিৰোধী মুক্ত ভাৰত বিচাৰিলেও কংগ্ৰেছে সদায় বিজেপিৰ অপশাসন আৰু কু শাসনৰ বিৰুদ্ধে মাত মাতি আহিছে। বিজেপিৰ ষড়যন্ত্ৰৰ অন্যতম হাথিয়াৰ হৈছে কৰিমুদ্দিন বৰভূঞা।”

সময়ত দৰকাৰ হ’লে, কৰিমুদ্দিন বৰভূঞাৰ “Deception Detection Test” বা ‘Polygraph Test’ কৰিবলৈ শইকীয়াই আহ্বান জনাব বুলি সংবাদ মাধ্যমৰ আগত উল্লেখ কৰে।

তেওঁ লগতে কয় “যাতে সঁচা-মিচাৰ প্ৰমাণ পোৱা যায়। বিজেপিৰ শ্ৰুতলিপি মতে বিধায়ক কৰিমুদ্দিনে মোৰ বিৰুদ্ধে বিভিন্ন অভিযোগ আনি আছে।”

Recent News

কলিয়াবৰত ভাৰতৰ স্বাধীনতা আন্দোলনৰ মুক্তি যুঁজাৰুৰ পৰিয়ালক সম্বৰ্দ্ধনা

কলিয়াবৰত ভাৰতৰ স্বাধীনতা আন্দোলনৰ মুক্তি যুঁজাৰুৰ পৰিয়ালক সম্বৰ্দ্ধনা

Salman Rushdie

কিয় ইছলামিক বিশ্বৰ চকুৰ কূটা, দাঁতৰ শূল হৈ পৰিছিল ছলমান ৰুশ্বদী!

‘One MLA, One Pension’ scheme ‘এজন বিধায়ক, এক পেঞ্চন’ আঁচনিত অনুমোদন পঞ্জাৱ চৰকাৰৰ

‘One MLA, One Pension’ scheme ‘এজন বিধায়ক, এক পেঞ্চন’ আঁচনিত অনুমোদন পঞ্জাৱ চৰকাৰৰ

Indian National Flag

ভাৰতৰ ৰাষ্ট্ৰীয় পতাকা: আজি, কালি আৰু কাইলৈ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd