• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

এনএছজি নহয়, চিআৰপিএফে নিৰাপত্তা দিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক

 এন ই নাও নিউজ by এন ই নাও নিউজ
July 5, 2021 3:38 pm
hmm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এনএছজি নিৰাপত্তা লাভ নকৰে।

ইয়াৰ সলনি মুখ্যমন্ত্ৰীগৰাকীৰ নিৰাপত্তা নিশ্চিত কৰিব চিআৰপিএফে।কেন্দ্ৰীয় গৃহ দপ্তৰৰ এক সূত্ৰই এই কথা প্ৰকাশ কৰিছে।

Apply Now

উল্লেখ্য ইয়াৰ পূৰ্বে অসমৰ তিনিগৰাকী মুখ্যমন্ত্ৰী ক্ৰমে প্ৰফুল্ল কুমাৰ মহন্ত. তৰুণ গগৈ আৰু সৰ্বানন্দ সোণোৱালে এনএছজিৰ নিৰাপত্তা লাভ কৰিছিল।

অৱশ্যে ২০১৬ চনত কেন্দ্ৰত বিজেপি শাসনলৈ অহাৰ পিছত প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ এনএছজি নিৰাপত্তা প্ৰত্যাহাৰ কৰিছিল।একেদৰে প্ৰফুল্ল কুমাৰ মহন্তৰো

এনএছজি প্ৰত্যাহাৰ কৰা হৈছিল ২০১৯ চনত। সৰ্বানন্দ সোণোৱালে চলিত বৰ্ছৰ ১০ মে’ৰ দিনা স্বেচ্ছাই এনএছজি নিৰাপত্তা ত্যাগ কৰিছিল।

ইপিনে ২০১৭ চনৰে পৰাই ৰাজ্যৰ কেইবাটাও গুৰুত্বপূৰ্ণ দপ্তৰৰ দায়িত্বত থকা হিমন্ত বিশ্ব শৰ্মাৰ নিৰাপত্তাৰ দায়িত্বত চিআৰপিএফ নিয়োজিত হৈ আছে।গৃহ দপ্তৰৰ সূত্ৰটোৱে প্ৰকাশ কৰা মতে অসমৰ আইন-শৃংখলা পৰিস্থিতি এতিয়া যথেষ্ট উন্নত ।

সেয়ে মুখ্যমন্ত্ৰীৰ নিৰাপত্তাৰ দায়িত্ব এনএছজিৰ সলনি চিআৰপিএফৰ ওপৰতে ৰখাৰ সিদ্ধান্ত লোৱা হৈছে।

ইয়াৰোপৰি দেশৰ সংকটপূৰ্ণ পৰিস্থিতিত ব্যৱহাৰৰ বাবেহে এনএছজি গঠন কৰা হৈছিল। এনএছজিক নেতাৰ নিৰাপত্তাৰ কামত ব্যৱহাৰ কৰাৰ বিৰুদ্ধে কেন্দ্ৰই প্ৰায়ে মন্তব্য কৰি আহিছে।

উল্লেখ্য কেন্দ্ৰীয় চৰকাৰে দেশৰ ভিভিআইপিৰ Z+ কেটেগৰীৰ নিৰাপত্তাত নিয়োজিত ৰাষ্ট্ৰীয় সুৰক্ষা গাৰ্ডক ভিভিআইপিৰ নিৰাপত্তাৰ পৰা আঁতৰাই দেশৰ নিৰাপত্তাত নিয়োজিত কৰাৰ পোষকতা কৰিছিল।

সেইমৰ্মে গান্ধী পৰিয়ালকে ধৰি দেশৰ বহু ভিভিআইপিৰ নিৰাপত্তাৰ পৰা এনএছজি আঁতৰাই আনি তাৰ ঠাইত চিআৰপিএফ আৰু চিআইএছএফৰ জোৱান নিয়োজিত কৰাৰ সিদ্ধান্ত লোৱা হৈছিল।

চৰকাৰৰ এনে সিদ্ধান্তত বহুতে অসন্তুষ্টিও ব্যক্ত কৰিছিল।

দৰাচলতে এনএছজিৰ কাম ভিভিআইপিক নিৰাপত্তা দিয়া নহয়, তেওঁলোকৰ কাম হৈছে সংকটৰ সময়ত বিশেষকৈ সন্ত্ৰাসবাদী আদিৰ আক্ৰমণত দেশক সুৰক্ষা দিয়া।

সেইবাবেই ভিভিআইপিৰ নিৰাপত্তাৰ পৰা এনএছজি আঁতৰ কৰাৰ পোষকতা কৰা হৈছিল।

আনকি কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ নিৰাপত্তাত নিয়োজিত এনএছজিও প্ৰত্যাহাৰ কৰি তাৰ ঠাইত চিআৰপিএফ মোতায়েন কৰাৰ সিদ্ধান্ত লোৱা হৈছিল।

সেইসময়ত এনএছজিৰ নিৰাপত্তা বাহাল ৰখা হৈছিল প্ৰাক্তন মুখ্যমন্তী মায়াৱতী, ফাৰুক আব্দুল্লা,চন্দ্ৰবাবু নাইডুকে ধৰি অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ।

কিন্তু ৰাষ্ট্ৰীয় নিৰাপত্তক আগস্থান দি বিদায়ী মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ত্যাগ কৰিছিল তেওঁৰ এনএছজি নিৰাপত্তা।

 এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অসম সন্তান চাৰ্লিন-প্ৰাচিতাই মস্কোত প্ৰতিনিধিত্ব কৰিব ভাৰতক, ৰাছিয়াৰ আন্তঃৰাষ্ট্ৰীয় ৰুছপ্ৰেমী সন্মিলনত অংশগ্ৰহণ

অসম সন্তান চাৰ্লিন-প্ৰাচিতাই মস্কোত প্ৰতিনিধিত্ব কৰিব ভাৰতক, ৰাছিয়াৰ আন্তঃৰাষ্ট্ৰীয় ৰুছপ্ৰেমী সন্মিলনত অংশগ্ৰহণ

September 14, 2026 9:42 pm
পকেটত মাত্ৰ ১০ হাজাৰ টকা লৈ বিয়া পাতিছিল প্ৰেয়সীক; কিন্তু আজি কোটি কোটি টকাৰ মালিক! কেনেকৈ সফল অভিনেতা হ’ল আয়ুষ্মান খুৰানা?

পকেটত মাত্ৰ ১০ হাজাৰ টকা লৈ বিয়া পাতিছিল প্ৰেয়সীক; কিন্তু আজি কোটি কোটি টকাৰ মালিক! কেনেকৈ সফল অভিনেতা হ’ল আয়ুষ্মান খুৰানা?

September 14, 2026 9:20 pm
ভেনিছ চলচ্চিত্ৰ মহোৎসৱত বঁটা লাভৰ পাছতে ‘নাজা’ৰ নিৰ্মাতালৈ ভাবুকি: ইজৰাইলী নাগৰিকত্ব বাতিলৰ হুংকাৰ মন্ত্ৰীৰ

ভেনিছ চলচ্চিত্ৰ মহোৎসৱত বঁটা লাভৰ পাছতে ‘নাজা’ৰ নিৰ্মাতালৈ ভাবুকি: ইজৰাইলী নাগৰিকত্ব বাতিলৰ হুংকাৰ মন্ত্ৰীৰ

September 14, 2026 8:29 pm
তিনিচুকীয়া আৰক্ষীৰ সন্মুখত আত্মসমৰ্পণ কৰিলে ম্যানমাৰত আত্মগোপন কৰি থকা আলফা(স্বাঃ)ৰ জ্যেষ্ঠ সদস্যই

তিনিচুকীয়া আৰক্ষীৰ সন্মুখত আত্মসমৰ্পণ কৰিলে ম্যানমাৰত আত্মগোপন কৰি থকা আলফা(স্বাঃ)ৰ জ্যেষ্ঠ সদস্যই

September 14, 2026 8:18 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অসম সন্তান চাৰ্লিন-প্ৰাচিতাই মস্কোত প্ৰতিনিধিত্ব কৰিব ভাৰতক, ৰাছিয়াৰ আন্তঃৰাষ্ট্ৰীয় ৰুছপ্ৰেমী সন্মিলনত অংশগ্ৰহণ

অসম সন্তান চাৰ্লিন-প্ৰাচিতাই মস্কোত প্ৰতিনিধিত্ব কৰিব ভাৰতক, ৰাছিয়াৰ আন্তঃৰাষ্ট্ৰীয় ৰুছপ্ৰেমী সন্মিলনত অংশগ্ৰহণ

September 14, 2026 9:42 pm
পকেটত মাত্ৰ ১০ হাজাৰ টকা লৈ বিয়া পাতিছিল প্ৰেয়সীক; কিন্তু আজি কোটি কোটি টকাৰ মালিক! কেনেকৈ সফল অভিনেতা হ’ল আয়ুষ্মান খুৰানা?

পকেটত মাত্ৰ ১০ হাজাৰ টকা লৈ বিয়া পাতিছিল প্ৰেয়সীক; কিন্তু আজি কোটি কোটি টকাৰ মালিক! কেনেকৈ সফল অভিনেতা হ’ল আয়ুষ্মান খুৰানা?

September 14, 2026 9:20 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd