• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

আৰক্ষীৰ বুটৰ গচকত প্ৰাণ গ’ল নৱজাতকৰ! তদন্ত ঘোষণা মুখ্যমন্ত্ৰীৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 23, 2023 8:04 am
Jharkhand newborn baby died
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এক গোচৰত অভিযুক্ত দুগৰাকী ব্যক্তিক গ্ৰেপ্তাৰ কৰাৰ উদ্দেশ্যে আৰক্ষীয়ে চলোৱা অভিযানৰ সময়তে আৰক্ষীৰ বুট জোতাৰ গচকত এটি নৱজাতকৰ মৃত্যু হোৱাৰ গুৰুতৰ অভিযোগ উঠিছে। ঝাৰখণ্ডৰ গিৰিডিহ জিলাত বুধবাৰে সংঘটিত হৈছে এই চাঞ্চল্যকৰ ঘটনা। 

শিশুটিৰ পৰিয়ালে তোলা এই গুৰুতৰ অভিযোগৰ পিছতে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী হেমন্ত ছোৰেনে তদন্তৰ নিৰ্দেশ দিয়ে। প্ৰকাশিত খবৰ অনুসৰি, দেওৰী আৰক্ষী থানাৰ অন্তৰ্গত কোশোদিংঘী নামৰ এখন গাঁৱৰ এক গৃহত আৰক্ষীৰ এটা দলে দুগৰাকী ব্যক্তিক গ্ৰেপ্তাৰ কৰাৰ উদ্দেশ্যে অভিযান চলাইছিল।

Apply Now

সামাজিক মাধ্যমত এই ঘটনাৰ এক ভিডিঅ’ ভাইৰেল হোৱাৰ পিছতে মুখ্যমন্ত্ৰী হেমন্ত ছোৰেনে তদন্তৰ নিৰ্দেশ দিয়ে। ভিডিঅ’টোত ভূষণ পাণ্ডে নামৰ ব্যক্তিগৰাকীয়ে পুৱা ৩.২০ বজাত তেওঁৰ বাসগৃহত আৰক্ষীৰ লোকে অভিযান চলোৱাৰ অভিযোগ উত্থাপন কৰা দেখা গৈছে।

তেওঁ অভিযোগ কৰা মতে, আৰক্ষীৰ হাতৰ পৰা ৰক্ষা পৰাৰ উদ্দেশ্যে তেওঁ পলায়ন কৰিছিল আৰু ঘৰৰ মহিলাসকলো লৰালৰিকৈ ওলাই গৈছিল। চাৰিদিনীয়া শিশুটি শুই থকাৰ সময়তে আৰক্ষীয়ে ঘৰটোত তালাচী আৰম্ভ কৰে আৰু আৰক্ষীৰ গচকত কেঁচুৱাটোৰ মৃত্যু হয় বুলি তেওঁ দাবী কৰে।

গিৰিডিহ জিলাৰ আৰক্ষী অধীক্ষকগৰাকীয়ে ঘটনা সন্দৰ্ভত উল্লেখ কৰা মতে, মৃত কেঁচুৱাটোৰ ককাক ভূষণ পাণ্ডে আৰু আন এগৰাকী ব্যক্তিৰ বিৰুদ্ধে জামিনবিহীন গ্ৰেপ্তাৰী পাৰোৱানা জাৰি হোৱাৰ বাবে তেওঁলোকক গ্ৰেপ্তাৰৰ বাবে চাৰিৰ পৰা পাঁচগৰাকী আৰক্ষী জোৱান ব্যক্তিগৰাকীৰ ঘৰত উপস্থিত হৈছিল বুলি আৰক্ষী অধীক্ষকগৰাকীয়ে জানিবলৈ দিয়ে।

তেওঁ লগতে উল্লেখ কৰা মতে, নিহত শিশুটি জন্ম হোৱা মাত্ৰ চাৰিদিনহে হৈছিল। প্ৰাথমিক পৰীক্ষাৰ সময়ত শিশুটিৰ মৃতদেহত বাহ্যিক আঘাত দেখা পোৱা নাই যদিও মৃতদেহৰ মৰণোত্তৰ পৰীক্ষা কৰা হ’ব তেওঁ সদৰী কৰে।

মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন আহিলেহে প্ৰকৃততে কিদৰে শিশুটিৰ মৃত্যু হৈছিল, সেই কথা ক’ব পৰা হ’ব বুলি আৰক্ষী অধীক্ষকগৰাকীয়ে লগতে কয়। সঠিক ভিডিঅ’গ্ৰাফীৰে দণ্ডাধীশৰ তত্বাৱধানত চিকিৎসকৰ এটা দলে মৰণোত্তৰ পৰীক্ষা কৰিব বুলিও তেওঁ জানিবলৈ দিছে।

সাংবাদিকৰ সৈতে বাৰ্তালাপত আৰক্ষী অধীক্ষক গৰাকীয়ে কয়, “কোনো আৰক্ষীয়ে কেঁচুৱাটোক গচকা বুলি এতিয়ালৈকে আমাৰ হাতত কোনো তথ্য নাই। যদি অভিযোগ সঁচা বুলি ধৰা পৰে, তেতিয়া এনে ভুল কৰা লোকসকলক ৰেহাই দিয়া নহ’ব।”

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লণ্ডনৰ সন্মানীয় ফেল’শ্বিপ লাভ কৰিলে গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ্ প্ৰেক্টিছ’ ড° বিভৱ কুমাৰ তালুকদাৰে

লণ্ডনৰ সন্মানীয় ফেল’শ্বিপ লাভ কৰিলে গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ্ প্ৰেক্টিছ’ ড° বিভৱ কুমাৰ তালুকদাৰে

July 8, 2026 9:16 pm
ঠিকাদাৰৰ বাবে অসম চৰকাৰৰ নতুন জিএছটি নিয়মক লৈ তীব্ৰ প্ৰতিক্ৰিয়া

ঠিকাদাৰৰ বাবে অসম চৰকাৰৰ নতুন জিএছটি নিয়মক লৈ তীব্ৰ প্ৰতিক্ৰিয়া

July 8, 2026 9:06 pm
২০১৩ চনৰ পৰা বিনা ভাড়াই ২৪ আকবৰ ৰোডৰ কাৰ্যালয় দখল কৰি আছে কংগ্ৰেছে! আৰটিআই-ৰ তথ্যত পোহৰলৈ আহিল তথ্য

২০১৩ চনৰ পৰা বিনা ভাড়াই ২৪ আকবৰ ৰোডৰ কাৰ্যালয় দখল কৰি আছে কংগ্ৰেছে! আৰটিআই-ৰ তথ্যত পোহৰলৈ আহিল তথ্য

July 8, 2026 8:44 pm
১১ দিনত ৭ কেজি ওজন কমিল সোনম ৱাংচুকৰ : অনশনৰ মজিয়াত নুডলছ আৰু কচুৰিৰ পিকনিক! ‎

১১ দিনত ৭ কেজি ওজন কমিল সোনম ৱাংচুকৰ : অনশনৰ মজিয়াত নুডলছ আৰু কচুৰিৰ পিকনিক! ‎

July 8, 2026 8:26 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লণ্ডনৰ সন্মানীয় ফেল’শ্বিপ লাভ কৰিলে গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ্ প্ৰেক্টিছ’ ড° বিভৱ কুমাৰ তালুকদাৰে

লণ্ডনৰ সন্মানীয় ফেল’শ্বিপ লাভ কৰিলে গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ্ প্ৰেক্টিছ’ ড° বিভৱ কুমাৰ তালুকদাৰে

July 8, 2026 9:16 pm
ঠিকাদাৰৰ বাবে অসম চৰকাৰৰ নতুন জিএছটি নিয়মক লৈ তীব্ৰ প্ৰতিক্ৰিয়া

ঠিকাদাৰৰ বাবে অসম চৰকাৰৰ নতুন জিএছটি নিয়মক লৈ তীব্ৰ প্ৰতিক্ৰিয়া

July 8, 2026 9:06 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd