DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 2, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বিশিষ্ট সাংস্কৃতিক কৰ্মী, সত্ৰীয়া সংস্কৃতিৰ সাধক শংকৰ দাসৰ বিয়োগত ৰাজ্য জুৰি শোকৰ ছাঁ

এন ই নাও নিউজ by এন ই নাও নিউজ
September 23, 2019 7:28 pm
Sankar Das

শংকৰ দাস

475
VIEWS
Share on FacebookShare on Twitter

অসমৰ সত্ৰীয়া সংস্কৃতিৰ আজীৱন সাধক, লেখক, সাংবাদিক, নাট্যকাৰ শংকৰ দাসৰ দেওবাৰে উচ্চ ৰক্তাচাপ জনিত কাৰণত ৭৪ বছৰ বয়সত মৃত্যু হয়।

স্বাভাৱিক ব্যস্ততা অনুসাৰে দেওবাৰেও দাসে এটা প্ৰেছলৈ কিছু প্ৰয়োজনীয় কামৰ বাবে ওলাই যাওঁতে প্ৰেছৰ ভিতৰতে ঢলি পৰে।

প্ৰেছটোৰ কৰ্মচাৰী আৰু আত্মীয়ই দাসক চিকিৎসালয়লৈ লৈ যায় যদিও চিকিৎসায়লৈ নিয়াৰ পথতে তেওঁ শেষ নিশ্বাস ত্যাগ কৰে।

মৃত্যুৰ সময়ত শংকৰ দাসে পত্নী, দুই পুত্ৰ, এগৰাকী কন্যাকে ধৰি ভালেসংখ্যক আত্মীয় আৰু গুণমুগ্ধক এৰি থৈ যায়।

উল্লেখযোগ্য যে, সত্ৰনগৰী বৰপেটাত ১৯৪৫ চনত জন্মলাভ কৰা দাস সৰুৰে পৰা সত্ৰীয়া সংস্কৃতিৰ প্ৰতি আগ্ৰহী আছিল।

শংকৰ দাসৰ মৃত্যুত ৰাজ্যসভাৰ প্ৰাক্তন সাংসদ কুমাৰ দীপক দাসৰ লগতে ভালেসংখ্যক দল, সংগঠনে শোক প্ৰকাশ কৰিছে।

প্ৰয়াত শংকৰ দাসে শ্ৰীমন্ত শংকৰদেৱ সংস্কৃতি সমাজ, পুৰী প্ৰকল্পৰ প্ৰাক্তন সম্পাদক, সাংস্কৃতিক মহাসভা, অসম ডিপ্ল’মা অভিযন্তা সেৱা আদি ভালেমান অনুষ্ঠানৰ সৈতে ওতপ্ৰোতভাৱে জড়িত হৈ আছিল।

এগৰাকী লেখক, সাহিত্য সাধক আৰু নাট্যকাৰ হিচাপেও দাসে যথেষ্ট সুনাম অৰ্জন কৰিছে। মনৰ চেতনা, প্ৰাসংগিক চিন্তা, তোৰোচা আজিও বয় আদি দাসৰ উল্লেখযোগ্য সাহিত্য কৃতী।

সাংস্কৃতিক কৰ্মীগৰাকীৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰি মানৱ অধিকাৰ কৰ্মী তথা সমাজ কৰ্মী দিব্যজ্যোতি শইকীয়াই দাসৰ বিয়োগত ৰাজ্যখনে এগৰাকী নিষ্ঠাৱান সামাজিক আৰু সাংস্কৃতিক কৰ্মী হেৰুৱালে বুলি উল্লেখ কৰে।

Recent News

KLO কে এল অ’ত যোগদান কৰিবলৈ গৈ গ্ৰেপ্তাৰ হোৱা ছয় যুৱকক অনা হ’ল কোকৰাঝাৰলৈ

KLO কে এল অ’ত যোগদান কৰিবলৈ গৈ গ্ৰেপ্তাৰ হোৱা ছয় যুৱকক অনা হ’ল কোকৰাঝাৰলৈ

Hair Loss: চুলি সৰা বা চুলিৰ সমস্যাত ভূগিছে নেকি? তেনেহ’লে চাওক কেনেকৈ নিজৰ চুলি যতনাই ৰাখিব পাৰি

Hair Loss: চুলি সৰা বা চুলিৰ সমস্যাত ভূগিছে নেকি? তেনেহ’লে চাওক কেনেকৈ নিজৰ চুলি যতনাই ৰাখিব পাৰি

Russia-Ukraine war: ইউক্ৰেইনত আন এক ভয়ংকৰ মিছাইল আক্ৰমণ ৰাছিয়াৰ; দেশখনৰ ওডেছাত নিহত কমেও ১৯জন

Russia-Ukraine war: ইউক্ৰেইনত আন এক ভয়ংকৰ মিছাইল আক্ৰমণ ৰাছিয়াৰ; দেশখনৰ ওডেছাত নিহত কমেও ১৯জন

Actor Kishore Das passed away: সকলোকে কন্দুৱাই অকালতে গুচি গ’ল জনপ্ৰিয় অভিনেতা কিশোৰ দাস

Actor Kishore Das passed away: সকলোকে কন্দুৱাই অকালতে গুচি গ’ল জনপ্ৰিয় অভিনেতা কিশোৰ দাস

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd