• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 18, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home ক্ৰীড়া

বাৰ্মিংহামত আন এক স্বৰ্ণ: কমনৱেলথত ধাৰাবাহিক দ্বিতীয়টো স্বৰ্ণ জয় ভাৰতীয় পুৰুষ টেবুল টেনিছ দলৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 3, 2022 7:41 am
Commonwealth Games 2020
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

চলিত বাৰ্মিংহাম কমনৱেলথ গেমছৰ পঞ্চম দিনা ভাৰতে অৰ্জন কৰিছে পঞ্চমটো স্বৰ্ণ পদক। ভাৰতৰ পুৰুষৰ টেবুল টেনিছ দলে কালি ছিংগাপুৰক ৩-১ ব্যৱধানত পৰাস্ত কৰি কমনৱেলথ গেমছৰ ইতিহাসত তৃতীয় আৰু ধাৰাবাহিকভাৱে দ্বিতীয়টো স্বৰ্ণ পদক লাভ কৰে।

কালি অনুষ্ঠিত হোৱা ফাইনেলৰ প্ৰথমখন মেচত ভাৰতৰ জি সাথিয়ান আৰু হৰমিত দেশাইৰ যুটিয়ে ছিংগাপুৰৰ য়ং কুৱেক আৰু য়ু পাঙক ৩-০ ব্যৱধানত পৰাস্ত কৰি দেশক ১-০ ৰ অগ্ৰগতি প্ৰদান কৰে।

Apply Now

কিন্তু ইয়াৰ পাছতে চিংগলছ মেচখনত ভাৰতৰ অভিজ্ঞ খেলুৱৈ শৰৎ কমল এক অনাকাংক্ষিত পৰাজয়ৰ সন্মুখীন হয়। ক্লেৰেঞ্চ চিউৱে মেচখনত কমলক ৩-১ ব্যৱধানত পৰাস্ত কৰি ছিংগাপুৰৰ হৈ স্থাপন হয়।

অৱশ্যে ভাৰতীয় দলৰ আন দুই সদস্য সাথিয়ান আৰু হাৰমিতে দ্বিতীয় আৰু তৃতীয় চিংগলছ মেচত জয় সাব্যস্ত কৰাৰ লগে লগে ভাৰতৰ স্বৰ্ণ জয়ৰ পথ মুকলি হয়।

জি সাথিয়ানে ইউ পাঙক ৩-১ ব্যৱধানত পৰাস্ত কৰাৰ বিপৰীতে হাৰমিত দেশাইয়ে ক্লেৰেঞ্চ চিউক ৩-০ ব্যৱধানৰ পোনপটীয়া ছেটত পৰাস্ত কৰে আৰু ভাৰতৰ বাৰ্মিংহাম অভিযানত পঞ্চমটো স্বৰ্ণ পদক সংযোগ কৰে।

উল্লেখ্য যে ভাৰতীয় পুৰুষ টেবুল টেনিছ দলটোৱে ২০১৮ বৰ্ষত গ’ল্ডক’ষ্ট কমনৱেলথ গেমছতো স্বৰ্ণ পদক জয় কৰিছিল।

সামগ্ৰিকভাৱে কমনৱেলথ গেমছৰ ইতিহাসত ভাৰতীয় দলৰ এইয়া চতুৰ্থটো পদক। ইয়াৰ পূৰ্বে ভাৰতে গ’ল্ডক’ষ্টৰ লগতে ২০০৬ চনৰ মেলবৰ্ণ কমনৱেলথ গেমছত স্বৰ্ণ পদক লাভ কৰিছিল।

আনহাতে ২০১০ চনত দেশৰ ৰাজধানী নতুন দিল্লীত অনুষ্ঠিত কমনৱেলথ গেমছত ভাৰতে ব্ৰঞ্জৰ পদক লাভ কৰিছিল।

আনহাতে ভাৰতৰ কিংবদন্তী টেবুল টেনিছ তাৰকাত পৰিণত হোৱা অচন্ত শৰৎ কমলে এই পদকৰ সহায়েৰে কমনৱেলথ ইতিহাসত নিজৰ পদকৰ সংখ্যা দহটালৈ বৃদ্ধি কৰে। এই দহটা পদকৰ ভিতৰত তিনিটা দলীয় শাখাৰ স্বৰ্ণ আৰু দুটা একক শাখাৰ স্বৰ্ণ লাভ কৰিছে খেলুৱৈগৰাকীয়ে।

খেলুৱৈগৰাকীয়ে ২০০৬ চনৰ মেলবৰ্ণ কমনৱেলথ গেমছত একক আৰু দলীয়, দুয়োটা শাখাত প্ৰথমবাৰ স্বৰ্ণ জয় কৰাৰ পাছতে প্ৰতিযোগিতাখনত নিজৰ সফলতাৰ দৌৰ অব্যাহত ৰাখিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

সোণম ৱাংছুকলৈ অনশন ভংগৰ আহ্বান অসমৰ বহু বিশিষ্ট ব্যক্তিৰ : চৰকাৰক তীব্ৰ গৰিহণা

সোণম ৱাংছুকলৈ অনশন ভংগৰ আহ্বান অসমৰ বহু বিশিষ্ট ব্যক্তিৰ : চৰকাৰক তীব্ৰ গৰিহণা

July 17, 2026 9:52 pm
বৈষ্ণোদেৱী মন্দিৰত ৫০০ কোটি কেলেংকাৰী! ৭০ কেজিৰ ৰূপৰ ভিতৰত আচল ৰূপ ওলাল মাত্ৰ ৩ কেজি

বৈষ্ণোদেৱী মন্দিৰত ৫০০ কোটি কেলেংকাৰী! ৭০ কেজিৰ ৰূপৰ ভিতৰত আচল ৰূপ ওলাল মাত্ৰ ৩ কেজি

July 17, 2026 9:35 pm
ভোটাৰ তালিকাৰ পৰা নাম বাদ পৰিলেই বাতিল নহয় নাগৰিকত্ব : পুনৰ স্পষ্ট কৰিলে উচ্চতম ন্যায়ালয়ে

ভোটাৰ তালিকাৰ পৰা নাম বাদ পৰিলেই বাতিল নহয় নাগৰিকত্ব : পুনৰ স্পষ্ট কৰিলে উচ্চতম ন্যায়ালয়ে

July 17, 2026 8:49 pm
১৯৮৪ চনত পিতৃৰ অনশন ভাঙিবলৈ গৈছিল ইন্দিৰা গান্ধী, এতিয়া পুত্ৰ সোণম ৱাংচুকৰ কাষত থিয় দিবলৈ কংগ্ৰেছক নিৰ্দেশ ছোনিয়াৰ

১৯৮৪ চনত পিতৃৰ অনশন ভাঙিবলৈ গৈছিল ইন্দিৰা গান্ধী, এতিয়া পুত্ৰ সোণম ৱাংচুকৰ কাষত থিয় দিবলৈ কংগ্ৰেছক নিৰ্দেশ ছোনিয়াৰ

July 17, 2026 7:58 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সোণম ৱাংছুকলৈ অনশন ভংগৰ আহ্বান অসমৰ বহু বিশিষ্ট ব্যক্তিৰ : চৰকাৰক তীব্ৰ গৰিহণা

সোণম ৱাংছুকলৈ অনশন ভংগৰ আহ্বান অসমৰ বহু বিশিষ্ট ব্যক্তিৰ : চৰকাৰক তীব্ৰ গৰিহণা

July 17, 2026 9:52 pm
বৈষ্ণোদেৱী মন্দিৰত ৫০০ কোটি কেলেংকাৰী! ৭০ কেজিৰ ৰূপৰ ভিতৰত আচল ৰূপ ওলাল মাত্ৰ ৩ কেজি

বৈষ্ণোদেৱী মন্দিৰত ৫০০ কোটি কেলেংকাৰী! ৭০ কেজিৰ ৰূপৰ ভিতৰত আচল ৰূপ ওলাল মাত্ৰ ৩ কেজি

July 17, 2026 9:35 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd