• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, August 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

চাইবাৰ আক্ৰমণ ৰাজনৈতিক-সামৰিক লক্ষ্যত উপনীত হোৱাৰ এক মাধ্যমত পৰিণত হৈছে: ৰাজনাথ সিং

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
April 10, 2025 2:30 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সলনি হৈছে সময়, লগে লগে সলনি হৈছে সমীকৰণ, সলনি হৈছে যুদ্ধৰ পৰিভাষাও। শেহতীয়া কৈ “গ্ৰে জ’ন” তথা হাইব্ৰিড যুদ্ধৰ যুগত চাইবাৰ আক্ৰমণ আৰু ভুল তথ্য অভিযান ৰাজনৈতিক-সামৰিক লক্ষ্যত উপনীত হোৱাৰ এক শক্তিশালী অস্ত্ৰ হৈ পৰিছে বুলি মত প্ৰকাশ কৰিছে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে।

যুদ্ধৰ পৰিভাষাও। শেহতীয়া কৈ “গ্ৰে জ’ন” তথা হাইব্ৰিড যুদ্ধৰ যুগত চাইবাৰ আক্ৰমণ আৰু ভুল তথ্য অভিযান ৰাজনৈতিক-সামৰিক লক্ষ্যত উপনীত হোৱাৰ এক শক্তিশালী অস্ত্ৰ হৈ পৰিছে বুলি মত প্ৰকাশ কৰিছে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে।

Apply Now

তামিলনাডুৰ ৱেলিংটনৰ ডিফেন্স চাৰ্ভিচেছ ষ্টাফ কলেজৰ (ডি এছ এছ চি) সমাৱৰ্তনত ভাষণ প্ৰসঙ্গত তেওঁ উল্লেখ কৰে যে চলি থকা সংঘাত আৰু সমসাময়িক ধাৰাসমূহে যুদ্ধৰ পৰম্পৰাগত ধাৰণাসমূহ পুনৰ লিখাৰ প্ৰবণতা দৃশ্যমান কৰি তুলিছে।

তেওঁ লগতে কয় যে আজিৰ যুগত যুদ্ধৰ পৰম্পৰাগত ধাৰণা বেলেগ ৰূপত পৰিগণিত হৈছে। আধুনিক প্ৰযুক্তিয়ে মানৱবিহীন প্ৰণালীৰে যুদ্ধৰ পৰিসৰ আৰু চৰিত্ৰক প্ৰভাৱিত কৰিছে, য’ত কৃত্ৰিম বুদ্ধিমত্তাৰ (এআই) আগমনে স্বায়ত্তশাসিত যুদ্ধৰ নতুন যুগৰ সূচনা কৰিছে।

তেওঁ আৰু কয়, আধুনিক যুদ্ধ স্থল, সাগৰ আৰু আকাশৰ সীমাৰ বাহিৰে চাইবাৰ, মহাকাশ আৰু তথ্য যুদ্ধৰ ক্ষেত্ৰত পৰিণত হৈছে। সশস্ত্ৰ বাহিনীয়ে এতিয়া বিভিন্ন পৰিৱেশত সমন্বিতভাৱে কাম কৰিব লাগিব। প্ৰতিৰক্ষা মন্ত্ৰালয়ে সদৰী কৰা তথ্য অনুসৰি ২০২৪-২৫ বৰ্ষৰ বাবে ভাৰতৰ প্ৰতিৰক্ষা ৰপ্তানি ২৩,৬২২ কোটি টকালৈ বৃদ্ধিৰে নতুন অভিলেখ সৃষ্টি কৰিছে।

ৰাজনাথ সিঙে কয়, আমি এতিয়া গ্ৰে জ’ন আৰু হাইব্ৰিড যুদ্ধৰ এক নতুন যুগত উপনীত হৈছোঁ, য’ত চাইবাৰ আক্ৰমণ, ভুল তথ্য অভিযান আৰু অৰ্থনৈতিক যুদ্ধ এনে অস্ত্ৰ হৈ পৰিছে, যিয়ে একো গুলী নিক্ষেপ নকৰাকৈ ৰাজনৈতিক-সামৰিক লক্ষ্য পূৰণ কৰিব পাৰে।

তেওঁ ভাৰতৰ সাম্প্ৰতিক নিৰাপত্তা প্ৰত্যাহ্বানৰ বিষয়ে উল্লেখ কৰি কয় যে দেশৰ  উত্তৰ আৰু পশ্চিম সীমান্তত স্থায়ী ভাবুকিৰ সন্মুখীন হৈ আছোঁ। সন্ত্ৰাসবাদৰ কেন্দ্ৰবিন্দু স্বৰূপ চুবুৰীয়া দেশৰ প্ৰক্সি যুদ্ধ আৰু সন্ত্ৰাসবাদৰ নিৰ্বিচাৰ ভাবুকিৰ বাবে এই পৰিস্থিতি আৰু জটিল হৈ পৰিছে।

তেওঁ আৰু কয় যে ভাৰতে বহুমুখী নিৰাপত্তাজনিত প্ৰত্যাহ্বানৰ সন্মুখীন হ’ব লগা হৈছে, য’ত কৌশলগত, চাইবাৰ আৰু সামৰিক সক্ষমতাক অধিক শক্তিশালী কৰাৰ প্ৰয়োজনীয়তা আছে বুলি মত প্ৰকাশ কৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

আমেৰিকাত মানৱতাৰ পাঠ, অসমত নীৰৱতা! হিতেশ্বৰ চক্ৰৱৰ্তীৰ অনশনক লৈ চকু মুদা কুলিৰ ভূমিকাত আৰ এছ এছৰ নেতৃত্ব

আমেৰিকাত মানৱতাৰ পাঠ, অসমত নীৰৱতা! হিতেশ্বৰ চক্ৰৱৰ্তীৰ অনশনক লৈ চকু মুদা কুলিৰ ভূমিকাত আৰ এছ এছৰ নেতৃত্ব

August 30, 2026 6:56 pm
ধনৰ জোৰ নে অহংকাৰ! নিৰাপত্তাৰক্ষীক প্ৰহাৰ অভিজাত মহিলাৰ, জোতা চাফা কৰিবলৈ বাধ্য

ধনৰ জোৰ নে অহংকাৰ! নিৰাপত্তাৰক্ষীক প্ৰহাৰ অভিজাত মহিলাৰ, জোতা চাফা কৰিবলৈ বাধ্য

August 30, 2026 5:52 pm
আদিবাসী আৱাসিক বিদ্যালয়ত ভয়ংকৰ কাণ্ড! ২২ ছাত্ৰীৰ শ্লীলতা হানিৰ অভিযোগ, ৰান্ধনী কৰ্মচাৰী গ্ৰেপ্তাৰ

আদিবাসী আৱাসিক বিদ্যালয়ত ভয়ংকৰ কাণ্ড! ২২ ছাত্ৰীৰ শ্লীলতা হানিৰ অভিযোগ, ৰান্ধনী কৰ্মচাৰী গ্ৰেপ্তাৰ

August 30, 2026 4:30 pm
চিন্তাই মানুহক ঈশ্বৰৰ ওচৰলৈ নিয়ে, ভুল চিন্তাই নমাই আনে পশুত্বৰ শাৰীলৈ :  ‘দেৱ’ আৰু ‘ৰাক্ষস’ মনোভাৱৰ ব্যাখ্যা দিলে মোহন ভাগৱতে

চিন্তাই মানুহক ঈশ্বৰৰ ওচৰলৈ নিয়ে, ভুল চিন্তাই নমাই আনে পশুত্বৰ শাৰীলৈ :  ‘দেৱ’ আৰু ‘ৰাক্ষস’ মনোভাৱৰ ব্যাখ্যা দিলে মোহন ভাগৱতে

August 30, 2026 3:31 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আমেৰিকাত মানৱতাৰ পাঠ, অসমত নীৰৱতা! হিতেশ্বৰ চক্ৰৱৰ্তীৰ অনশনক লৈ চকু মুদা কুলিৰ ভূমিকাত আৰ এছ এছৰ নেতৃত্ব

আমেৰিকাত মানৱতাৰ পাঠ, অসমত নীৰৱতা! হিতেশ্বৰ চক্ৰৱৰ্তীৰ অনশনক লৈ চকু মুদা কুলিৰ ভূমিকাত আৰ এছ এছৰ নেতৃত্ব

August 30, 2026 6:56 pm
ধনৰ জোৰ নে অহংকাৰ! নিৰাপত্তাৰক্ষীক প্ৰহাৰ অভিজাত মহিলাৰ, জোতা চাফা কৰিবলৈ বাধ্য

ধনৰ জোৰ নে অহংকাৰ! নিৰাপত্তাৰক্ষীক প্ৰহাৰ অভিজাত মহিলাৰ, জোতা চাফা কৰিবলৈ বাধ্য

August 30, 2026 5:52 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd