• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Wednesday, January 20, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বঙাইগাঁৱৰ খন্দকাৰপাৰাৰ শিক্ষকৰ একাউণ্টৰ পৰা ২.৫১ লাখ টকা লুট চাইবাৰ অপৰাধীৰ

NE NOW NEWS ইয়াছিন আলী
কোকিলা , December 26, 2018 3:33 pm

1 min read

online-facility-makes-sbi-a-c-shifting-less-tedious

প্ৰতিনিধিত্বমূলক ফটো

513
VIEWS
Share on FacebookShare on Twitter

অসমত ক্ৰমাৎ বাঢ়ি গৈ আছে চাইবাৰ অপৰাধৰ সংখ্যা।চাইবাৰ অপৰাধৰ ক্ষেত্ৰত আৰক্ষী  প্ৰশাসন যিমানেই সক্ৰিয় হবলৈ ধৰিছে চাইবাৰ অপৰাধীৰ চক্ৰয়ো সিমানেই নতুন নতুন কৌশলৰ আৱিস্কাৰ কৰিবলৈ লৈছেঁ। এইদৰেই ৰাজ্যখনত দিনে দিনে বৃদ্ধি পাই আহিছে চাইবাৰ অপৰাধৰ সংখ্যা। বিশেষকৈ বেংকত একাউণ্টৰ পৰা  টকা হৰলুকী হোৱাৰ ঘটনা যেন নিত্য নৈমিত্যিক ঘটনাত পৰিণত হৈছে।

শেহতীয়াভাৱে বঙাইগাঁও জিলাৰ কোকিলা আৰক্ষী চকীৰ অন্তৰ্গত তথা খন্দকাৰপাৰা প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক জালাল উদ্দিন মল্লিকৰ এছবিআই একাউণ্টৰ পৰা দুৰ্বৃত্তই ২.৫১ লাখ টকা লুটি নিয়ে।

যোৱা ২০ ছেপ্টেম্বৰৰ পৰা আয়মনা খাতুন আৰু লোকমান হুছেইনে জালাল মল্লিকৰ একাউন্টৰ সৈতে যুক্ত এটিএম কাৰ্ডৰ জৰিয়তে নিউ বঙাইগাওঁ আৰু বিলাসীপাৰাৰ পৰা উক্ত টকাখিনি উঠাই লয়।

উপায়হীন হৈ জালাল মল্লিকে অভয়াপুৰী আৰক্ষী থানাত গোচৰ দিছে। আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধিৰ ধাৰা ৪২০/৩৭৯  অধীনত  (৭০০/১৮) গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে। আৰক্ষী অধীক্ষক হৃদয়জিৎ বৰ্মনে যিকোনো প্ৰকাৰে দুৰ্বৃত্তক কৰায়ত্ব কৰাৰ আশ্বাস দিছে।

Recent News

বিশ্বনাথত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদকাৰীক আৰক্ষীৰ বাধা

বিশ্বনাথত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদকাৰীক আৰক্ষীৰ বাধা

নাগ্ৰীজুলিত পাঁচ শতাধিক লোকৰ বিজেপিত যোগদান

নাগ্ৰীজুলিত পাঁচ শতাধিক লোকৰ বিজেপিত যোগদান

ডেমকেয়াৰ ৰঞ্জিত! টেনশ্যন নলৈ, প্ৰত্যাহ্বান নোহোৱাকৈ ২১ ত CONG-AIUDF ক ৰুধিবলৈ সাজু

ডেমকেয়াৰ ৰঞ্জিত! টেনশ্যন নলৈ, প্ৰত্যাহ্বান নোহোৱাকৈ ২১ ত CONG-AIUDF ক ৰুধিবলৈ সাজু

স্মিথক অব্যাহতি, সঞ্জু ছেমছন ৰাজস্থান ৰোয়েলছৰ নতুন অধিনায়ক

স্মিথক অব্যাহতি, সঞ্জু ছেমছন ৰাজস্থান ৰোয়েলছৰ নতুন অধিনায়ক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd