• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ফেনি আতংকত অসমকে ধৰি দেশৰ মুঠ ৮১খন ৰে’ল বাতিল

ভয়াৱহ গতিত অসম অভিমুখী ফেনি, বংগোপ সাগৰত শক্তিবৃদ্ধি; শনিবাৰে হ’ব প্ৰচণ্ড বৰষুণ

এন ই নাও নিউজ by এন ই নাও নিউজ
May 1, 2019 8:37 pm
NF Railway: Train running affected in Assam due to derailment of goods train

ভাৰতীয় ৰে’ল। ছবি সৌজন্য- টুইটাৰ।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ঘণ্টাত ১৭০-১৮০ কিঃ মিঃৰ ভয়াৱহ বেগত আগবঢ়া সাগৰীয় ধুমুহা ফেনিৰ আতংকত অসমমুখী ৰে’লকে ধৰি দেশৰ মুঠ ৮১খন যাত্ৰীবাহী ৰে’ল বাতিল কৰা হৈছে।

ইস্ত ক’স্ত ৰে’লৱে’ই বাতিল কৰা ৰে’লসমূহৰ ভিতৰত আছে অসমমুখী বা অসমৰ পৰা যোৱা ৩খন ৰে’ল। তাৰোপৰি যাত্ৰাপথ পৰিৱৰ্তন কৰা হৈছে ১২৫০৯নং বেংগাল’ৰ-গুৱাহাটী এক্সপ্ৰে’ছৰ।

অসমমুখী বাতিল ৰে’লখন হৈছে– তাম্বাৰাম-ডিব্ৰুগড় এক্সপ্ৰে’ছ (১৫৯২৯নং)। লগতে বাতিল হৈছে শিলচৰ-তিৰুৱনন্তপুৰমমুখী আৰনাই এক্সপ্ৰে’ছ (১২৫০৮নং) আৰু গুৱাহাটী-ছেকেন্দ্ৰাবাদ (১২৫১৪নং)এক্সপ্ৰে’ছ।

যাত্ৰাপথ পৰিৱৰ্তন কৰা বেংগাল’ৰ-গুৱাহাটী এক্সপ্ৰে’ছ ৱিজিয়ানগৰম হৈ অসমমুখী হ’ব।

লগতে পঢ়ক– ভয়াৱহ গতিত অসম অভিমুখী ফেনি, বংগোপ সাগৰত শক্তিবৃদ্ধি; শনিবাৰে হ’ব প্ৰচণ্ড বৰষুণ

চেফিৰ চিম্পছন হাৰিকে’ন ৱিন্দ স্কে’ল (Saffir-Simpson Hurricane Wind Scale)ত ১ নং কেতে’গৰিৰ ধুমুহাৰূপে চিনাক্ত ফেনি ভয়াৱহ গতিৰে আগবাঢ়িছে উত্তৰ-পূব অভিমুখে।

সাগৰীয় ধুমুহাজাকৰ ফলত শনিবাৰে অসমকে ধৰি উত্তৰ-পূবৰ অৰুণাচল প্ৰদেশ আৰু মেঘালয় সন্মুখীন হ’ব প্ৰচণ্ড বৰষুণৰ, Weather.comৰ ভৱিষ্যতবাণী।

উত্তৰ-পূবত ক্ৰান্তীয় ধুমুহাটো (Tropical hurricane)ৰ ক্ষতিশংকা পূৰ্বানুমান এতিয়াই সম্ভৱ হোৱা নাই, কিন্তু অঞ্চলটোত এই প্ৰভাৱ প্ৰান্তীয় (peripheral) হ’ব বুলি ধাৰণা কৰা হৈছে।

বতৰ বিজ্ঞানৰ সীমাবদ্ধতাৰ মাজতো এতিয়ালৈকে সত্য প্ৰমাণিত হৈছে ১৭০-৮০ কিঃ মিঃ/ ঘণ্টা বেগত বলা ধুমুহাজাকৰ গতিপথ।

ঘণ্টাত ২০০ কিঃ মিঃলৈকে বেগৱন্ত হোৱাৰ ক্ষমতাসম্পন্ন ধুমুহাজাকৰ দক্ষিণ বংগোপসাগৰত শক্তিবৃদ্ধিৰ আশংকা কৰা হৈছে।

সেই অনুসৰি ফেনিয়ে ভয়ানক ক্ষতি কৰাৰ শংকা আছে বাংলাদেশত।

বুধবাৰে ইতিমধ্যে অন্ধ্ৰ প্ৰদেশৰ ৱিশাখাপত্তনমত উপস্থিত হৈছে ফেনি। শুকুৰবাৰৰ ভিতৰত দক্ষিণ উপকূলকে ধৰি অ’ড়িছাৰ অভ্যন্তৰতো তীব্ৰ বেগে বলিব ধুমুহাজাক।

ভয়াৱহ ধুমুহাজাকৰ মোকাবিলা কৰিবলৈ ইতিমধ্যে অন্ধ্ৰপ্ৰদেশ, অ’ড়িছা, পশ্চিম বংগৰ লগতে বাংলাদেশতো সতৰ্কীকৰণ জাৰি কৰিছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অমলেটত ভিঞ্চিৰ মনালিছা! কণীৰ কুহুমত নিখুঁত অংকন চিত্ৰশিল্পীৰ

অমলেটত ভিঞ্চিৰ মনালিছা! কণীৰ কুহুমত নিখুঁত অংকন চিত্ৰশিল্পীৰ

September 15, 2025 9:50 pm
৭ অক্টোবৰত নিৰ্ধাৰণ বিহাৰ SIR গোচৰৰ চূড়ান্ত শুনানি! সমগ্ৰ ভাৰততে প্ৰযোজ্য হ’ব উচ্চতম ন্যায়ালয়ৰ এই ৰায়

৭ অক্টোবৰত নিৰ্ধাৰণ বিহাৰ SIR গোচৰৰ চূড়ান্ত শুনানি! সমগ্ৰ ভাৰততে প্ৰযোজ্য হ’ব উচ্চতম ন্যায়ালয়ৰ এই ৰায়

September 15, 2025 9:35 pm
মোদীৰ উত্তৰ-পূৱ ভ্ৰমণৰ তাৎপৰ্য : দলীয় ৰাজনীতিকৰণ? আধাৰশিলাৰে চমক নে অন্য কিবা?

মোদীৰ উত্তৰ-পূৱ ভ্ৰমণৰ তাৎপৰ্য : দলীয় ৰাজনীতিকৰণ? আধাৰশিলাৰে চমক নে অন্য কিবা?

September 15, 2025 9:07 pm
মৰাণ জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীত অনিৰ্দিষ্টকালীন অৰ্থনৈতিক অৱৰোধ

মৰাণ জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীত অনিৰ্দিষ্টকালীন অৰ্থনৈতিক অৱৰোধ

September 15, 2025 8:36 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অমলেটত ভিঞ্চিৰ মনালিছা! কণীৰ কুহুমত নিখুঁত অংকন চিত্ৰশিল্পীৰ

অমলেটত ভিঞ্চিৰ মনালিছা! কণীৰ কুহুমত নিখুঁত অংকন চিত্ৰশিল্পীৰ

September 15, 2025 9:50 pm
৭ অক্টোবৰত নিৰ্ধাৰণ বিহাৰ SIR গোচৰৰ চূড়ান্ত শুনানি! সমগ্ৰ ভাৰততে প্ৰযোজ্য হ’ব উচ্চতম ন্যায়ালয়ৰ এই ৰায়

৭ অক্টোবৰত নিৰ্ধাৰণ বিহাৰ SIR গোচৰৰ চূড়ান্ত শুনানি! সমগ্ৰ ভাৰততে প্ৰযোজ্য হ’ব উচ্চতম ন্যায়ালয়ৰ এই ৰায়

September 15, 2025 9:35 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd