• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 19, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ভয়াৱহ গতিত অসম অভিমুখী ফেনি, বংগোপ সাগৰত শক্তিবৃদ্ধি; শনিবাৰে হ’ব প্ৰচণ্ড বৰষুণ

এন ই নাও নিউজ by এন ই নাও নিউজ
May 1, 2019 6:12 pm
Cyclone Fani reaches Vishakhapattanam, Northeast India to see Heavy Rain by Saturday

মেপত চিহ্নিত অংশ ফেনিৰ সম্ভাব্য গতিপথ। সৌজন্য-- Weather.com।

4.2k
VIEWS
Share on FacebookShare on Twitter

চেফিৰ চিম্পছন হাৰিকে’ন ৱিন্দ স্কে’ল (Saffir-Simpson Hurricane Wind Scale)ত ১ নং কেতে’গৰিৰ ধুমুহাৰূপে চিনাক্ত ফেনি ভয়াৱহ গতিৰে আগবাঢ়িছে উত্তৰ-পূব অভিমুখে।

সাগৰীয় ধুমুহাজাকৰ ফলত শনিবাৰে অসমকে ধৰি উত্তৰ-পূবৰ অৰুণাচল প্ৰদেশ আৰু মেঘালয় সন্মুখীন হ’ব প্ৰচণ্ড বৰষুণৰ, Weather.comৰ ভৱিষ্যতবাণী।

উত্তৰ-পূবত ক্ৰান্তীয় ধুমুহাটো (Tropical hurricane)ৰ ক্ষতিশংকা পূৰ্বানুমান এতিয়াই সম্ভৱ হোৱা নাই, কিন্তু অঞ্চলটোত এই প্ৰভাৱ প্ৰান্তীয় (peripheral) হ’ব বুলি ধাৰণা কৰা হৈছে।

বতৰ বিজ্ঞানৰ সীমাবদ্ধতাৰ মাজতো এতিয়ালৈকে সত্য প্ৰমাণিত হৈছে ১৭০-৮০ কিঃ মিঃ/ ঘণ্টা বেগত বলা ধুমুহাজাকৰ গতিপথ।

ঘণ্টাত ২০০ কিঃ মিঃলৈকে বেগৱন্ত হোৱাৰ ক্ষমতাসম্পন্ন ধুমুহাজাকৰ দক্ষিণ বংগোপসাগৰত শক্তিবৃদ্ধিৰ আশংকা কৰা হৈছে।

সেই অনুসৰি ফেনিয়ে ভয়ানক ক্ষতি কৰাৰ শংকা আছে বাংলাদেশত।

বুধবাৰে ইতিমধ্যে অন্ধ্ৰ প্ৰদেশৰ ৱিশাখাপত্তনমত উপস্থিত হৈছে ফেনি। শুকুৰবাৰৰ ভিতৰত দক্ষিণ উপকূলকে ধৰি অ’ড়িছাৰ অভ্যন্তৰতো তীব্ৰ বেগে বলিব ধুমুহাজাক।

ভয়াৱহ ধুমুহাজাকৰ মোকাবিলা কৰিবলৈ ইতিমধ্যে অন্ধ্ৰপ্ৰদেশ, অ’ড়িছা, পশ্চিম বংগৰ লগতে বাংলাদেশতো সতৰ্কীকৰণ জাৰি কৰিছে।

Recent News

উচ্চ (কাৰিকৰী) শিক্ষা বিভাগৰ অধীনত ৩৪২ গৰাকী প্ৰাৰ্থীক নিযুক্তি-পত্র প্রদান মুখ্যমন্ত্ৰীৰ

উচ্চ (কাৰিকৰী) শিক্ষা বিভাগৰ অধীনত ৩৪২ গৰাকী প্ৰাৰ্থীক নিযুক্তি-পত্র প্রদান মুখ্যমন্ত্ৰীৰ

ফুটবলত বৃহৎ পৰিৱৰ্তন: ২০২৬ বিশ্বকাপৰ পূৰ্বে ১৩৪ বছৰীয়া পেনাল্টি নিয়ম সলনিৰ প্ৰস্তুতি

ফুটবলত বৃহৎ পৰিৱৰ্তন: ২০২৬ বিশ্বকাপৰ পূৰ্বে ১৩৪ বছৰীয়া পেনাল্টি নিয়ম সলনিৰ প্ৰস্তুতি

অসমত গতি লাভ কৰিছে বিত্তীয় অন্তৰ্ভূক্তি অভিযানে : ৰাজ্যিক বেংকাৰ সমিতি

অসমত গতি লাভ কৰিছে বিত্তীয় অন্তৰ্ভূক্তি অভিযানে : ৰাজ্যিক বেংকাৰ সমিতি

ৰূপালী পৰ্দাত দেখিবলৈ পাব ৭০-৮০ দশকৰ অসমৰ নক্সাল আন্দোলনৰ কাহিনী: ১ আগষ্টত মুক্তি লাভ কৰিব নতুন অসমীয়া ছবি “কলাজ”

ৰূপালী পৰ্দাত দেখিবলৈ পাব ৭০-৮০ দশকৰ অসমৰ নক্সাল আন্দোলনৰ কাহিনী: ১ আগষ্টত মুক্তি লাভ কৰিব নতুন অসমীয়া ছবি “কলাজ”

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd