• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 9, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

পৰীক্ষাত অৱতীৰ্ণ হৈয়ো ফলাফল নাপালে ডি এল এড পৰীক্ষাৰ্থীয়ে : উত্তপ্ত বিহালী মহাবিদ্যালয়

কাজি জেইদুল ইছলাম by কাজি জেইদুল ইছলাম
September 2, 2018 9:53 am
dc-Cover-mta75v8fn2bl1vui881261bi12-20180216011634.Medi
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কেন্দ্ৰীয় ৰাষ্ট্ৰীয় মুক্ত বিশ্ববিদ্যালয়ৰ অধীনত অনুষ্ঠিত হোৱা ডি এল এড পৰীক্ষাৰ ফলাফলত চুড়ান্ত  বিসংগতি ধৰা পৰিছে বিশ্বনাথত ৷ বিশ্বনাথৰ বিহালী মহাবিদ্যালয়ত ফলাফলক লৈ তীব্ৰ  প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

শনিবাৰে হঠাৎ উত্তপ্ত হৈ পৰে বিশ্বনাথৰ বিহালী মহাবিদ্যালয় ৷ যোৱা জুন মাহত  NIOS ৰ অধীনত অনুস্থিত হোৱা ডি এল এড পৰীক্ষাৰ ফলাফল শুকুৰবাৰে নিশা অনলাইন যোগে প্ৰকাশ হৈছিল। কিন্তু ফলাফল প্ৰকাশ হোৱাৰ পিছতে বিহালী মহাবিদ্যালয়ত পৰীক্ষাত অৱতীৰ্ণ হোৱা পৰীক্ষাৰ্থীসকলৰ মাজত হাহাকাৰ অৱস্থাৰ সৃষ্টি হয়।

Apply Now

জানিব পৰা মতে পৰীক্ষাৰ্থী সকলৰ ফলাফলত ব্যাপক বিসংগতি হোৱাৰ অভিযোগ উঠিছে। ইফালে NIOS ৰ বিৰুদ্ধে  ভয়ংকৰ গাফিলতিৰ সন্দেহ প্ৰকাশ কৰিছে পৰীক্ষাৰ্থীয়ে। উল্লেখযোগ্য যে পৰীক্ষাৰ ফলাফলত বিহালী মহাবিদ্যালয়ৰ ২ নং কোঠাত অৱতীৰ্ণ হোৱা প্ৰায় ১৫০ জনৰো অধিক পৰীক্ষাৰ্থী ফলাফলত তিনিটা বিষয়ৰ পৰীক্ষাৰ এটা বিষয়ত পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ পাছতো মাৰ্কশ্বিটত অনুপস্থিত বুলি অহাত পৰীক্ষাৰ্থী সকলৰ বিহালী মহাবিদ্যালয় কৰ্তৃপক্ষৰ মাজত এক উত্তপ্ত বাক-বিতণ্ডাৰ সৃষ্টি হয়।

আনহাতে,পৰীক্ষাৰ্থীসকলৰ পৰীক্ষাৰ ফলাফল পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ পাছতো মাৰ্কশ্বিটত কি কাৰণে অনুপস্থিত হোৱা দেখুৱালে তাক লৈ মহাবিদ্যালয় আৰু পৰীক্ষাৰ্থীসকলৰ  মাজত এখনি সভা অনুষ্ঠিত হয়। অৱতীৰ্ণ হোৱা প্ৰায়  ৫০০ পৰীক্ষাৰ্থীৰ ভিতৰতে প্ৰায় ১৫০ জন পৰীক্ষাৰ্থীৰ মাৰ্কশ্বিটতহে এই বিসংগতি হৈছে ৷

ইপিনে NIOS কৰ্তৃপক্ষৰ গাফিলতিৰ ফলতে এনে কাণ্ড হোৱা বুলি অভিযোগ কৰে পৰীক্ষাৰ্থীসকলে ৷ এতিয়া প্ৰশ্ন হৈছে যি সময়ত শিক্ষা বিভাগে ২০১৯ চনৰ ভিতৰত চৰকাৰী আৰু ব্যক্তিগত বিদ্যালয়ৰ প্ৰতিজন শিক্ষকৰ বাবে ডি এল এড উত্তীৰ্ণ হোৱাতো বাধ্যতামূলক বুলি নিৰ্দেশনা জাৰি কৰিছে সেই সময়তে বিভিন্ন বিদ্যালয়ত কৰ্মৰত এইসকল পৰীক্ষাৰ্থীৰূপী শিক্ষকৰ ভৱিষ্যতক লৈ সৃষ্টি হৈছে এক জটিল প্ৰশ্ন চিহ্নৰ ৷

কাজি জেইদুল ইছলাম

কাজি জেইদুল ইছলাম

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ইৰানত আমেৰিকাৰ ভয়ানক আক্ৰমণ : ক্ষতিগ্ৰস্ত ভাৰতৰ ছাবহাৰ বন্দৰ

ইৰানত আমেৰিকাৰ ভয়ানক আক্ৰমণ : ক্ষতিগ্ৰস্ত ভাৰতৰ ছাবহাৰ বন্দৰ

July 9, 2026 10:54 am
যোৱা ১৩ বছৰ ধৰি চৰকাৰী সম্পত্তি বেদখল কৰি ৰাখিছে কংগ্ৰেছে, আৰ টি আইৰ উত্তৰত উন্মোচন ভয়ংকৰ তথ্য

যোৱা ১৩ বছৰ ধৰি চৰকাৰী সম্পত্তি বেদখল কৰি ৰাখিছে কংগ্ৰেছে, আৰ টি আইৰ উত্তৰত উন্মোচন ভয়ংকৰ তথ্য

July 9, 2026 9:33 am
গলব্লাডাৰত ১১ মিলিমিটাৰৰ পাথৰ লৈ দিলজিৎ দোছাঞ্জ, চাইলেণ্ট ষ্টোনক অৱহেলা কৰাটো কিমান বিপজ্জনক জানক

গলব্লাডাৰত ১১ মিলিমিটাৰৰ পাথৰ লৈ দিলজিৎ দোছাঞ্জ, চাইলেণ্ট ষ্টোনক অৱহেলা কৰাটো কিমান বিপজ্জনক জানক

July 9, 2026 7:39 am
নতুনকৈ ওজন বঢ়াব বিচৰাসকলৰ বাবে প্ৰটিন পাউডাৰ বাছনি আৰু ব্যৱহাৰৰ সহজ উপায়

নতুনকৈ ওজন বঢ়াব বিচৰাসকলৰ বাবে প্ৰটিন পাউডাৰ বাছনি আৰু ব্যৱহাৰৰ সহজ উপায়

July 9, 2026 6:45 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ইৰানত আমেৰিকাৰ ভয়ানক আক্ৰমণ : ক্ষতিগ্ৰস্ত ভাৰতৰ ছাবহাৰ বন্দৰ

ইৰানত আমেৰিকাৰ ভয়ানক আক্ৰমণ : ক্ষতিগ্ৰস্ত ভাৰতৰ ছাবহাৰ বন্দৰ

July 9, 2026 10:54 am
যোৱা ১৩ বছৰ ধৰি চৰকাৰী সম্পত্তি বেদখল কৰি ৰাখিছে কংগ্ৰেছে, আৰ টি আইৰ উত্তৰত উন্মোচন ভয়ংকৰ তথ্য

যোৱা ১৩ বছৰ ধৰি চৰকাৰী সম্পত্তি বেদখল কৰি ৰাখিছে কংগ্ৰেছে, আৰ টি আইৰ উত্তৰত উন্মোচন ভয়ংকৰ তথ্য

July 9, 2026 9:33 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd