DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, May 24, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

গোলাঘাটৰ দেৱৰাজ ৰয় মহাবিদ্যালয়ৰ প্ৰবক্তাসকলে প্ৰস্তুত কৰিছে হেণ্ড চেনিটাইজাৰ

ঋতুপল্লব শইকীয়া by ঋতুপল্লব শইকীয়া
March 26, 2020 6:23 pm
গোলাঘাটৰ দেৱৰাজ ৰয় মহাবিদ্যালয়ৰ প্ৰবক্তাসকলে প্ৰস্তুত কৰিছে হেণ্ড চেনিটাইজাৰ
16.4k
VIEWS
Share on FacebookShare on Twitter

সকলোতে এতিয়া ক’ৰ’না ভাইৰাছৰ বিৰুদ্ধে সজাগতাৰ সৃ্ষ্টি কৰা হৈছে। হাত পৰিষ্কাৰ কৰিবলৈ চেনিটাইজাৰ ব্যৱহাৰৰ পৰামৰ্শ দিয়া হৈছে। যাৰ বাবে এতিয়া বজাৰত হেণ্ড চেনিটাইজাৰৰ ব্যাপক অভাৱ হোৱা পৰিলক্ষিত হৈছে।

সাধাৰণ ৰাইজে বজাৰত হেণ্ড চেনিটাইজাৰ বিচাৰি হাবাথুৰি খাব লগা হৈছে। এনে পৰিস্থিতিত গোলাঘাটত চেনিটাইজাৰৰ অভাৱ দূৰীকৰণৰ বাবে আগবাঢ়ি আহিছে গোলাঘাট দেৱৰাজ ৰয় মহাবিদ্যালয়ৰ ৰসায়ন বিজ্ঞান বিভাগৰ একাংশ প্ৰৱক্তা।

শিক্ষানুষ্ঠানখনৰ অধ্যক্ষ ড০ পুতুল চন্দ্ৰ শইকীয়াৰ লগতে ড০ বিপুল চেতীয়া, ড০ নিপেন বৰুৱা, ড০ উম্মে জামীল, ড০ ৰাজীৱ বসুমতাৰী, পৱন চেত্ৰী আদি প্ৰৱক্তাসকলে প্ৰস্তুত কৰি উলিয়াইছে উক্ত হেণ্ড চেনিটাইজাৰ।

গোলাঘাট জিলা প্ৰশাসনৰ অনুৰোধত দেৱৰাজ ৰয় মহাবিদ্যালয় প্ৰৱক্তা সকলে ৭ লিটাৰ হেণ্ড চেনিটাইজাৰ ৰাইজৰ বাবে প্ৰস্তুত কৰিছে।

উক্ত চেনিটাইজাৰখিনি ১২০  টা সৰু সৰু বটলত প্ৰস্তুত কৰি উলিয়াই প্ৰশাসনক প্ৰদানৰ ব্যৱস্থা কৰিছে। তেওঁলোকে চেনিটাইজাৰ প্ৰস্তুতৰ বাবে প্ৰয়োজনীয় সামগ্ৰী লাভ কৰিলে আৰু চেনিটাইজাৰ প্ৰস্তুত কৰি দিয়াৰ কথা সদৰী কৰিছে।

Recent News

Dawood Ibrahim is in Karachi

ক’ত আছে আণ্ডাৰৱৰ্ল্ডৰ কুখ্যাত সম্ৰাট ডাউদ ইব্ৰাহিম! নিজ ভাগিনৰ ভাষ্যত বিস্ফোৰক তথ্য

Punjab CM Mann Sacks A Minister For Corruption

দুৰ্নীতিৰ অভিযোগ: নিজ কেবিনেটৰ স্বাস্থ্য মন্ত্ৰীক বৰ্খাস্ত কৰিলে পঞ্জাৱৰ মুখ্যমন্ত্ৰীয়ে, গ্ৰেপ্তাৰ অভিযুক্ত মন্ত্ৰী

Road Accident in Sipajhar

পূৰণ নহ’ল সেনাত ভৰ্তিৰ সপোন: ছিপাঝাৰত দ্ৰুতবেগী ট্ৰাকে প্ৰাণ ল’লে পাঁচজনৰ

বাহিৰৰ হস্তক্ষেপ সহ্য নকৰে! টাইৱানৰ সম্পৰ্কত বিডেনৰ বক্তব্যক উভতি ধৰিছে চীনে

বাহিৰৰ হস্তক্ষেপ সহ্য নকৰে! টাইৱানৰ সম্পৰ্কত বিডেনৰ বক্তব্যক উভতি ধৰিছে চীনে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd