• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 9, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

আনৰ লিগেচি ডাটা ব্যৱহাৰ কৰি এন আৰ চিৰ খচৰাত নাম অন্তৰ্ভুক্ত দৰঙত

এন ই নাও নিউজ by এন ই নাও নিউজ
September 2, 2018 8:12 am
এন আৰ চি
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এখন শুদ্ধ তথা বিদেশীমুক্ত নাগৰিকপঞ্জী প্ৰস্তুতকৰণৰ বাবে বিভিন্ন দাবী উত্থাপন হৈ থকাৰ মাজতে ৰহস্যজনকভাৱে একাংশ ‘ডি ভোটাৰ’ৰ নাম নাগৰিকপঞ্জীৰ খচৰাত প্ৰকাশ পোৱা ঘটনা পোহৰলৈ আহিছে।

জানিব পৰা মতে, দৰং জিলাৰ দলগাঁও ৰাজহ চক্ৰৰ অধীনৰ অঞ্চলত বহু স্বদেশীৰ নাম এন আৰ চিৰ খচৰাৰ পৰা বাদ পৰাৰ বিপৰীতে বহু ‘ডি ভোটাৰ’ৰ নাম নাগৰিকপঞ্জীৰ খচৰাত প্ৰকাশ পাইছে।

Apply Now

তাৎপৰ্যপূৰ্ণভাৱে এই ‘ডি ভোটাৰ’সকলে আনৰ লিগেচি ডাটা ব্যৱহাৰ কৰি নাগৰিকপঞ্জীৰ খচৰাত নিজৰ নাম অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হৈছে। এইদৰে আনৰ লিগেচি ডাটা ব্যৱহাৰ কৰি এন আৰ চিত নাম অন্তৰ্ভুক্ত কৰা ‘ডি ভোটাৰ’কেইজন হৈছে জিলাখনৰ ধূলা থানাৰ অন্তৰ্গত ১নং আৰিমাৰি গাঁৱৰ ৪নং ৱাৰ্ডৰ মহিজান নেছা, ৰহমান আলী, গুলেছা বেগম আৰু মনোহৰ হুছেইন।

অভিযোগ অনুসৰি ওজাগাঁও পঞ্চায়তৰ ২নং মাগুৰমাৰী গাঁৱৰ আব্দুল্লা নামৰ লোকজনৰ লিগেচি মহিজান নেছাই ব্যৱহাৰ কৰি সাতজন লোকৰ নাম খচৰাত অন্তৰ্ভুক্ত কৰিছে। ইপিনে, এন আৰ চিৰ পুনৰীক্ষণৰ সময়ত এইসকল ‘ডি ভোটাৰ’ ৭নং এন আৰ চি সেৱা কেন্দ্ৰৰ বিষয়াৰ ওচৰত আব্দুল্লা নামৰ লোকজনৰ লিগেচি তেওঁলোকৰ নহয় বুলি লিখিত জবানবন্দী দিছিল।

আনহাতে, ভুৱা লিগেচি ডাটা ব্যৱহাৰ কৰা সন্দেহজনক নাগৰিককেইজনৰ নাম নাগৰিকপঞ্জীৰ চূড়ান্ত খচৰাত প্ৰকাশ পোৱাৰ বিপৰীতে প্ৰকৃত লিগেচি থকা আব্দুলাৰ পৰিয়ালৰ এজনৰো নাম নাহিল চূড়ান্ত খচৰাত।

শনিবাৰে আব্দুল্লাৰ নাতি চৈয়দ ইবনে আবু নাছেৰে মঙলদৈ প্ৰেছ ক্লাবত উপস্থিত হৈ কেনেকৈ আনৰ লিগেচি ব্যৱহাৰ কৰি ‘ডি ভোটাৰ’ চূড়ান্ত খচৰাত অন্তৰ্ভুক্ত হ’ল সেই সম্পৰ্কত তথ্য-পাতি প্ৰদৰ্শন কৰি বিষয়টোৰ ন্যায়িক তদন্ত দাবী কৰে।

ইপিনে প্ৰকৃত লিগেচি ডাটা থকা আব্দুল্লাৰ পৰিয়ালৰ এঘাৰজন সদস্যৰ নাম নাগৰিকপঞ্জীত অন্তৰ্ভুক্ত হোৱাৰ আশা প্ৰকাশ কৰিছে পৰিয়ালে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ৰাজ্যৰ বিদ্যালয়সমূহত খালী হৈ আছে ৩০ হাজাৰ শিক্ষকৰ পদ; বিধানসভাত জনালে শিক্ষামন্ত্ৰী ৰাণোজ পেগুৱে

ৰাজ্যৰ বিদ্যালয়সমূহত খালী হৈ আছে ৩০ হাজাৰ শিক্ষকৰ পদ; বিধানসভাত জনালে শিক্ষামন্ত্ৰী ৰাণোজ পেগুৱে

July 9, 2026 5:21 pm
গ্ৰেপ্তাৰৰ মেমোত ‘টাইপো’ থাকিলেই জামিন ন্যায্য নেকি? সোণমৰ গোচৰত ডাঙৰ সিদ্ধান্তৰ পথত উচ্চতম ন্যায়ালয়

গ্ৰেপ্তাৰৰ মেমোত ‘টাইপো’ থাকিলেই জামিন ন্যায্য নেকি? সোণমৰ গোচৰত ডাঙৰ সিদ্ধান্তৰ পথত উচ্চতম ন্যায়ালয়

July 9, 2026 4:26 pm
ভাৰতত মুকলি হ’ল বিশ্বৰ প্ৰথমটো সাপ্তাহিক ইনচুলিন: এতিয়াৰে পৰা বছৰত ৩৬৫ টাৰ সলনি ল’ব লাগিব মাত্ৰ ৫২ টা বেজী

ভাৰতত মুকলি হ’ল বিশ্বৰ প্ৰথমটো সাপ্তাহিক ইনচুলিন: এতিয়াৰে পৰা বছৰত ৩৬৫ টাৰ সলনি ল’ব লাগিব মাত্ৰ ৫২ টা বেজী

July 9, 2026 3:53 pm
পত্নীক হত্যা কৰি প্ৰেমিকালৈ পঠিয়ালে মৃতদেহৰ ফটো; আমেৰিকাত গ্ৰেপ্তাৰ ভাৰতীয় অভিযন্তা

পত্নীক হত্যা কৰি প্ৰেমিকালৈ পঠিয়ালে মৃতদেহৰ ফটো; আমেৰিকাত গ্ৰেপ্তাৰ ভাৰতীয় অভিযন্তা

July 9, 2026 3:17 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ৰাজ্যৰ বিদ্যালয়সমূহত খালী হৈ আছে ৩০ হাজাৰ শিক্ষকৰ পদ; বিধানসভাত জনালে শিক্ষামন্ত্ৰী ৰাণোজ পেগুৱে

ৰাজ্যৰ বিদ্যালয়সমূহত খালী হৈ আছে ৩০ হাজাৰ শিক্ষকৰ পদ; বিধানসভাত জনালে শিক্ষামন্ত্ৰী ৰাণোজ পেগুৱে

July 9, 2026 5:21 pm
গ্ৰেপ্তাৰৰ মেমোত ‘টাইপো’ থাকিলেই জামিন ন্যায্য নেকি? সোণমৰ গোচৰত ডাঙৰ সিদ্ধান্তৰ পথত উচ্চতম ন্যায়ালয়

গ্ৰেপ্তাৰৰ মেমোত ‘টাইপো’ থাকিলেই জামিন ন্যায্য নেকি? সোণমৰ গোচৰত ডাঙৰ সিদ্ধান্তৰ পথত উচ্চতম ন্যায়ালয়

July 9, 2026 4:26 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd